• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পুনৰ বিমানত যান্ত্ৰিক বিজুতি! ১৮২ জন যাত্ৰীৰে দিল্লীত জৰুৰীকালীন অৱতৰণ ইণ্ডিগ’ৰ বিমান

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 19, 2025 11:19 am
89
VIEWS
Share on FacebookShare on Twitter

এয়াৰ ইণ্ডিয়াৰ পিছতে এইবাৰ ইণ্ডিগ’ৰ বিমানত দেখা দিছে যান্ত্ৰিক বিজুতি। দিল্লীৰ পৰা লেহ অভিমুখী ইণ্ডিগ’ৰ ৬ই ২০০৬ বিমানখন লেহ পোৱাৰ কিছু সময়ৰ পাছতে কাৰিকৰী সমস্যাৰ বাবে দিল্লীলৈ উভতি আহি জৰুৰীকালীন অৱতৰণ কৰিবলগীয়া হয়। ক্ৰুসহ প্ৰায় ১৮০ জন যাত্ৰী কঢ়িয়াই অনা বিমানখন নিৰাপদে অৱতৰণ কৰা বুলি জানিব পৰা গৈছে। ইণ্ডিগোৱে এতিয়াও এই কাৰিকৰী সমস্যাৰ সবিশেষ প্ৰকাশ কৰা নাই।

প্ৰসংগ ক্ৰমে ১৬ জুনতো গোৱাৰ পৰা লক্ষ্ণৌ অভিমুখী ইণ্ডিগ’ৰ এখন বিমান উৰণৰ কিছু সময়ৰ পিছতে বেয়া বতৰৰ বাবে ভয়াৱহ অস্থিৰতাত আবদ্ধ হৈ পৰে। বিমানখন নিৰাপদে অৱতৰণ কৰিলেও যাত্ৰীসকলে এই অভিজ্ঞতাক ভয়ংকৰ বুলি অভিহিত কৰে।

একেদৰে ১৭ জুনত কোচিৰ পৰা দিল্লী অভিমুখী আন এখন ইণ্ডিগ’ বিমান ৬ই ২৭০৬ বিমানত বোমা বিস্ফোৰণৰ ভাবুকি দিয়াৰ পিছত নাগপুৰলৈ ডাইভাৰ্ট কৰা হয়।

শেহতীয়াকৈ আহমেদাবাদত এয়াৰ ইণ্ডিয়াৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত এনে ধৰণৰ ঘটনাই যাত্ৰীসকলক আতংকিত কৰি তুলিছে।

Watch: IndiGo flight 6E 2006 from Delhi to Leh made an emergency landing due to technical reasons. The aircraft turned back and landed safely in Delhi shortly after approaching Leh. Around 180 people, including crew members, were on board pic.twitter.com/Pt86Alvxpj

— IANS (@ians_india) June 19, 2025

Tags: AirlineNewsAviationAlertDelhiAirportEmergencyLandingFlightSafetyIndianAviationIndiGoIndiGoFlightPassengerSafetyTechnicalGlitch

Recent News

‘ভাৰতীয় সংবিধান কেৱল শাসনৰে নহয়, ই সমাজ পৰিৱৰ্তনৰো এক আহিলা’:  সংবিধান সন্দৰ্ভত গুৰুত্ব পূৰ্ণ মন্তব্য মুখ্য ন্যায়াধীশ বি আৰ গাভাইৰ

‘ভাৰতীয় সংবিধান কেৱল শাসনৰে নহয়, ই সমাজ পৰিৱৰ্তনৰো এক আহিলা’:  সংবিধান সন্দৰ্ভত গুৰুত্ব পূৰ্ণ মন্তব্য মুখ্য ন্যায়াধীশ বি আৰ গাভাইৰ

এইবাৰ স্পাইচজেটৰ বিমানৰ কাৰিকৰী ত্ৰুটিঃ জৰুৰীভাৱে অৱতৰণ

এইবাৰ স্পাইচজেটৰ বিমানৰ কাৰিকৰী ত্ৰুটিঃ জৰুৰীভাৱে অৱতৰণ

‘অসমীয়া বোৱাৰীৰ গোপন কথা’ নামৰ ফেচবুক গ্ৰুপত ভেটাপাৰাৰ মহিলাৰ ফটো আপলোড দি অপপ্ৰচাৰ চাইবাৰ অপৰাধীৰ

‘অসমীয়া বোৱাৰীৰ গোপন কথা’ নামৰ ফেচবুক গ্ৰুপত ভেটাপাৰাৰ মহিলাৰ ফটো আপলোড দি অপপ্ৰচাৰ চাইবাৰ অপৰাধীৰ

প্ৰধানমন্ত্ৰীৰ অডিঅ’ ৰেকৰ্ডিং ভাইৰেলঃ ৰাজনৈতিক সংকটৰ মাজতে বিচাৰিলে ক্ষমা প্ৰাৰ্থনা

প্ৰধানমন্ত্ৰীৰ অডিঅ’ ৰেকৰ্ডিং ভাইৰেলঃ ৰাজনৈতিক সংকটৰ মাজতে বিচাৰিলে ক্ষমা প্ৰাৰ্থনা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd