• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অদ্ভূত ঘটনা! : যৌন সম্ভোগ নকৰাকৈ বতাহতে গৰ্ভৱতী হৈ সন্তান জন্ম দিয়াৰ দাবী এগৰাকী যুৱতীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 18, 2021 6:55 am
Indonesia
2.5k
VIEWS
Share on FacebookShare on Twitter

যৌন সম্ভোগ নকৰাকৈ বতাহতে গৰ্ভৱতী হৈ সন্তান জন্ম দিয়া বুলি এক আজৱ দাবী কৰিছে এগৰাকী যুৱতীয়ে।

যুৱতীগৰাকী হৈছে ইণ্ডোনেছিয়াৰ। দক্ষিণ ইণ্ডোনেছিয়াৰ পশ্চিম জাভা প্ৰদেশৰ জাইনা নামৰ যুৱতীগৰাকীয়ে এটি সন্তানৰ জন্ম দিয়াৰ পিছতে দাবী কৰিছে যে তেওঁ যৌন সম্ভোগ নকৰাকৈ বতাহৰ দ্বাৰাই গৰ্ভৱতী হৈ সন্তান জন্ম দিছে।

প্ৰসূতী জাইনা আৰু তেওঁৰ নৱজাতকটি এতিয়া সম্পূৰ্ণ সুস্থ বুলি জানিব পৰা গৈছে। নৱজাতকটিৰ ওজন ২.৯ কিলোগ্ৰাম।

স্থানীয় সংবাদ মাধ্যমত প্ৰসূতীগৰাকীয়ে এই দাবী কৰাৰ লগে লগে চাঞ্চল্যৰ সৃষ্টি হৈছে।

জাইনাই দাবী কৰা ঘটনাৰ বিৱৰণীৰ মতে, “সন্ধিয়া সময়ত তেওঁ ৰুমলৈ এছাটি বতাহ সোমাই আহে। সেই বতাহছাটি তেওঁৰ যৌনাংগয়েদি দেহৰ ভিতৰত প্ৰৱেশ কৰে আৰু তেতিয়াৰ পৰাই তেওঁ পেটত বিষ অনুভৱ কৰে।” ইয়াৰ পোন্ধৰ মিনিটৰ পিছতে স্থানীয় চিকিৎসালয়ত সন্তান প্ৰসৱ কৰা বুলিও দাবী কৰিছে জাইনাই।

ঘটনাটো বিয়পি পৰাৰ লগে লগে স্থানীয় আৰক্ষীয়ে গৈ জাইনাক সাক্ষাৎ কৰি ঘটনাৰ বুজ লয় তদন্ত আৰম্ভ কৰা বুলি জানিব পৰা গৈছে।

“মহিলাগৰাকীয়ে অস্বাভাৱিক উপায়েৰে অন্তঃসত্বা হোৱাৰ খবৰ লাভ কৰি আমি বিষয়টো স্বজমিন কৰিবলৈ আহিছো, ই যাতে গুজৱ হৈ বিয়পি নপৰে।” আৰক্ষীয়ে এইদৰে কয়।

মহিলাগৰাকীৰ এই দাবীয়ে চাঞ্চল্যৰ সৃষ্টি কৰাৰ আশ্বৰ্চকিত কৰি তুলিছে অঞ্চলটোৰ বাসিন্দাসকলক।

মহিলাগৰাকীয়ে এই দাবী কৰিলেও প্ৰকৃতে এয়া ক্ৰিপটিক প্ৰেগনেঞ্চি(Cryptic Pregnancy) বুলি ধাৰণা কৰা হৈছে। উল্লেখ্য যে ক্ৰিপটিক প্ৰেগনেঞ্চিৰ ক্ষেত্ৰত গৰ্ভৱতী মহিলাগৰাকীয়ে গৰ্ভধাৰণ কৰা সম্পৰ্কে অজ্ঞাত হৈ ৰয়।

আনহাতে কিছুমাহৰ পৰা স্বামীৰ পৰা পৃথকে থকা মহিলাগৰাকী ইয়াৰ পূৰ্বে এটি সন্তানৰ মাতৃ আছিল।

Recent News

কংগ্ৰেছৰ লগত মিত্ৰতা অসম্ভৱ, ২০২৬ আমি অকলেই যুঁজিম : আম আদমি পাৰ্টী

কংগ্ৰেছৰ লগত মিত্ৰতা অসম্ভৱ, ২০২৬ আমি অকলেই যুঁজিম : আম আদমি পাৰ্টী

বানপানীৰ পিছতে ভয়াৱহ জল সংকটে দেখা দিছে হিমাচল প্ৰদেশত!

বানপানীৰ পিছতে ভয়াৱহ জল সংকটে দেখা দিছে হিমাচল প্ৰদেশত!

জালিয়াতিৰ অভিযোগ; ৰাজামৌলিৰ পৰৱৰ্তী ছবিৰ নায়ক মহেশ বাবুৰ বিৰুদ্ধে আইনী জাননী

জালিয়াতিৰ অভিযোগ; ৰাজামৌলিৰ পৰৱৰ্তী ছবিৰ নায়ক মহেশ বাবুৰ বিৰুদ্ধে আইনী জাননী

অশান্ত বিহাৰ! এইবাৰ ব্যক্তিগত বিদ্যালয়ৰ মালিকক ৰাজহুৱা স্থানত গুলীয়াই হত্যা; স্পষ্ট হোৱা নাই কাৰণ

অশান্ত বিহাৰ! এইবাৰ ব্যক্তিগত বিদ্যালয়ৰ মালিকক ৰাজহুৱা স্থানত গুলীয়াই হত্যা; স্পষ্ট হোৱা নাই কাৰণ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd