• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বলীউদ বা হলীউদৰ হিৰো নহয়; ভাৰতীয় উদ্যোগ জগতৰ তাৰকাহে এইগৰাকী সুন্দৰ পুৰুষ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 24, 2020 5:33 pm
Ratan

ভাৰতীয় উদ্যোগপতি ৰতন টাটা তৰুণ বয়সত। ফটো: ইনষ্টাগ্ৰাম

862
VIEWS
Share on FacebookShare on Twitter

বৃহস্পতিবাৰে টাটা গ্ৰুপৰ অধ্যক্ষ ৰতন টাটাই ইনষ্টাগ্ৰামত তেওঁৰ যৌৱন কালৰ এখন ফটো শ্বেয়াৰ কৰে। প্ৰায় তিনিমাহ পূৰ্বে ইনষ্টাগ্ৰামত যোগ দিছিল টাটাই।

ইতিমধ্যেই ইয়াত তেওঁক ৮ লাখতকৈয়ো অধিক লোকে ফ’লো কৰে। তেওঁৰ এই ১৫ সংখ্যক প’ষ্টটোৱে সকলোৰে অন্তৰ জয় কৰিছে।

বৰ্তমান ৮২ বছৰীয়া টাটাই যিখন ফটো শ্বেয়াৰ কৰিছে সেইখন লছ এঞ্জেলছৰ। সেইখিনি সময়ত তেওঁ আছিল ২৫ বছৰ বয়সীয়া।

তেওঁৰ সেই সুন্দৰ চেহেৰাৰ ফটোখন দেখাৰ পাছতে অধিক সংখ্যক লোকেই তেওঁক হলীউদৰ তাৰকা যেন লগা বুলি মন্তব্য কৰে।

উল্লেখযোগ্য যে টাটাই আমেৰিকাত পঢ়া শুনা কৰি কিছুদিন কাম কৰাৰ পাছতে ১৯৬২ চনত ভাৰতলৈ উভতি আহিছিল।

নিজৰ প’ষ্টটোত ৰতন টাটাই লিখিছে: ‘’এই ফটোখন বুধবাৰেই শ্বেয়াৰ কৰিব বিচাৰিছিলো, কিন্তু কোনোবাই মোক ‘’থ্ৰোবিক থাৰ্ছডে‘’ৰ বিষয়ে ক’লে। সেয়েহে, লছ এঞ্জেলছৰ দিনৰ এই ফটোখন প’ষ্ট কৰিলো।‘’

ইতিমধ্যে ৰতন টাটাৰ এই প’ষ্টটোৱে কেইবা লাখো লাইক আৰু কেইবা হাজাৰো কমেন্ট লাভ কৰিছে।

Recent News

আনুষ্ঠানিকভাবে যুদ্ধবিৰতি ঘোষণা কৰিলে ভাৰত-পাকিস্তানে

আনুষ্ঠানিকভাবে যুদ্ধবিৰতি ঘোষণা কৰিলে ভাৰত-পাকিস্তানে

ভাৰত-পাকিস্তান যুদ্ধৰ সম্ভাৱনা! টেৰিটৰিয়েল আৰ্মীত কি ভূমিকা হ’ব শচীন-ধোনী-নীৰজৰ? 

ভাৰত-পাকিস্তান যুদ্ধৰ সম্ভাৱনা! টেৰিটৰিয়েল আৰ্মীত কি ভূমিকা হ’ব শচীন-ধোনী-নীৰজৰ? 

উত্তেজনাৰ মাজতে যুদ্ধবিৰতিৰ বাবে সন্মতি ভাৰত আৰু পাকিস্তানৰ- ঘোষণা ট্ৰাম্পৰ, আনুষ্ঠানিক ঘোষণা কৰা নাই ভাৰতে

উত্তেজনাৰ মাজতে যুদ্ধবিৰতিৰ বাবে সন্মতি ভাৰত আৰু পাকিস্তানৰ- ঘোষণা ট্ৰাম্পৰ, আনুষ্ঠানিক ঘোষণা কৰা নাই ভাৰতে

৫৩ বছৰৰ পাছত পৃথিৱীত দুৰ্ঘটনাগ্ৰস্ত ছোভিয়েট মহাকাশযান কচমছ-৪৮২! বৰ্তমানেও অজ্ঞাত স্থান

৫৩ বছৰৰ পাছত পৃথিৱীত দুৰ্ঘটনাগ্ৰস্ত ছোভিয়েট মহাকাশযান কচমছ-৪৮২! বৰ্তমানেও অজ্ঞাত স্থান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd