• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, June 25, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ব্যক্তিৰ জীৱনক প্ৰভাৱান্বিত কৰিব পৰা গীতাৰ কেইটামান মহান বাণী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 24, 2023 6:59 am
Bhagavada Gita Quotes
5.1k
VIEWS
Share on FacebookShare on Twitter

আমাৰ সকলো সমস্যাৰ উত্তৰ থকা এখন মহাকাব্য হৈছে ভাগৱত গীতা। মহাত্মা গান্ধীয়ে গীতাক আধ্যাত্মিক অভিধান বুলি গণ্য কৰিছিল। কুৰুক্ষেত্ৰ যুদ্ধৰ সময়ত শ্ৰীকৃষ্ণই অৰ্জুনক দিয়া উপদেশবোৰেই গীতাত উল্লেখ আছে। আহকচোন আজি জানি লওঁ কৃষ্ণই গীতাত কোৱা কেইটামান উপদেশৰ বিষয়ে –

১/ নকলতকৈ আচলত সদায় ভাল!

২/ আশাৰ অন্ত পৰিলে শান্তি আৰম্ভ হয়।

৩/ বেয়া কামৰ অন্ত বেয়াকৈ হয়।

৪) প্ৰেম, সহনশীলতা, আৰু নিস্বাৰ্থতাৰ অভ্যাস কৰিব লাগে।

৫/ পৃথিৱীৰ মংগলৰ আৰম্ভণি হয় আত্মত্যাগৰ পৰা।

৬/ ফলাফলমুখী নহয়, কাৰ্য্যমুখী হওক।

৭/ আপুনি প্ৰাপ্য পৰিৱৰ্তনক কেতিয়াও ভয় নকৰিব!

৮/ জীয়াই থকাৰ একমাত্ৰ সঠিক উপায় হ’ল বৰ্তমানৰ মাজত জীয়াই থকা।

৯/ সকলো বস্তুৱেই এটা ফলপ্ৰসূ শিক্ষা।

Recent News

বোকাখাতৰ চিআৰপিএফ শিবিৰত গ্ৰেনেড বিস্ফোৰণ

বোকাখাতৰ চিআৰপিএফ শিবিৰত গ্ৰেনেড বিস্ফোৰণ

মুঠ কিমান লোকৰ মৃত্যু হ’ল আহমেদাবাদৰ বিমান দুৰ্ঘটনাত? পৰিসংখ্যা প্ৰকাশ কৰিলে গুজৰাট চৰকাৰে

মুঠ কিমান লোকৰ মৃত্যু হ’ল আহমেদাবাদৰ বিমান দুৰ্ঘটনাত? পৰিসংখ্যা প্ৰকাশ কৰিলে গুজৰাট চৰকাৰে

নতুন নিযুক্তি নহয় ভাৰতীয় ৰে’লৱেত! ঠিকাভিত্তিকভাৱে অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰে খালী পদ পূৰণ কৰাৰ সিদ্ধান্ত  

নতুন নিযুক্তি নহয় ভাৰতীয় ৰে’লৱেত! ঠিকাভিত্তিকভাৱে অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰে খালী পদ পূৰণ কৰাৰ সিদ্ধান্ত  

অসমৰ এগৰাকী মহিলাক বিতাড়নৰ ক্ষেত্ৰত সাময়িক স্থগিতাদেশ উচ্চতম ন্যায়ালয়ৰ!

অসমৰ এগৰাকী মহিলাক বিতাড়নৰ ক্ষেত্ৰত সাময়িক স্থগিতাদেশ উচ্চতম ন্যায়ালয়ৰ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd