• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বস্তিৰ পৰা সুপ্ৰিম কোৰ্টলৈ প্ৰেৰণাদায়ক যাত্ৰা: দেশৰ ৫২তম মুখ্য ন্যায়াধীশ ৰূপে শপত গ্ৰহণ ভূষণ ৰামকৃষ্ণ গাভাইৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 14, 2025 2:53 pm
47
VIEWS
Share on FacebookShare on Twitter

ভাৰতীয় ন্যায়পালিকাৰ ইতিহাসত নতুন অধ্যায় সংযোজিত কৰি ভূষণ ৰামকৃষ্ণ গাভাই দেশৰ ৫২তম মুখ্য ন্যায়াধীশ (Chief Justice of India) হিচাপে শপত গ্ৰহণ কৰিছে। ১৯৬০ চনৰ ২৪ নৱেম্বৰত মহাৰাষ্ট্ৰৰ আমৰাৱতীত জন্মগ্ৰহণ কৰা ন্যায়াধীশ গাভাই বস্তি অঞ্চলৰ এখন পৌৰসভাৰ বিদ্যালয়ত নিজৰ শিক্ষাজীৱন আৰম্ভ কৰিছিল। তেওঁ এক ভাষণত কৈছিল, “বি আৰ আম্বেদকাৰৰ প্ৰচেষ্টাৰ বাবেই তেওঁৰ দৰে পিছপৰা পৰিৱেশৰ পৰা অহা এজন ছাত্ৰইও আজি দেশৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হ’ব লৈ সক্ষম হৈছে।”

১৯৮৫ চনত বম্বে উচ্চ ন্যায়ালয়ত অধিবক্তা হিচাপে কৰ্ম জীৱন আৰম্ভ কৰা গাভাই ২০০৩ চনত বম্বে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰে। তাত তেওঁ প্ৰায় ১৫ বছৰ সেৱা আগবঢ়াই ২০১৯ চনৰ ২৪ মে’ত ভাৰতীয় উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰে।

তেওঁৰ পিতৃ আৰ এছ গাভাই এজন সমাজকৰ্মী আছিল, তেওঁ বিহাৰ আৰু কেৰালাৰ ৰাজ্যপাল হিচাপে দায়িত্ব পালন কৰিছিল। আজি মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰা পিছতে তেওঁ দেশৰ দ্বিতীয়জন অনুসূচিত জাতিৰ (SC) মুখ্য ন্যায়াধীশ হিচাপে পৰিগণিত হয়। ইয়াৰ পূৰ্বে ২০০৭ চনত কে জি বালকৃষ্ণন প্ৰথম অনুসূচিত জাতিৰ ব্যক্তি মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিছিল আৰু ২০১০ চনত অৱসৰ লৈছিল।

উল্লেখ্য যে মুখ্য ন্যায়াধীশ গাভাইৰ কাৰ্যকাল চামাহীয়া হ’ব, আৰু তেওঁ চলিত বৰ্ষৰ ২৩ নৱেম্বৰত অৱসৰ গ্ৰহণ কৰিব। গাভাইৰ এই প্ৰেৰণাদায়ক জীৱনযাত্ৰাই বহু পিচপৰা সমাজৰ লোকক আগবাঢ়িবলৈ সাহস আৰু আশাৰ সঞ্চাৰ কৰিব বুলি বহু গণ্যমান্য ব্যক্তিয়ে মত প্ৰকাশ কৰিছে।

Recent News

এটা দশকৰ পাছত সলনি হ’ব গুগলৰ ল’গ’! কি তাৎপৰ্য বহন কৰে এই পৰিৱৰ্তনে?

এটা দশকৰ পাছত সলনি হ’ব গুগলৰ ল’গ’! কি তাৎপৰ্য বহন কৰে এই পৰিৱৰ্তনে?

বস্তিৰ পৰা সুপ্ৰিম কোৰ্টলৈ প্ৰেৰণাদায়ক যাত্ৰা: দেশৰ ৫২তম মুখ্য ন্যায়াধীশ ৰূপে শপত গ্ৰহণ ভূষণ ৰামকৃষ্ণ গাভাইৰ

বস্তিৰ পৰা সুপ্ৰিম কোৰ্টলৈ প্ৰেৰণাদায়ক যাত্ৰা: দেশৰ ৫২তম মুখ্য ন্যায়াধীশ ৰূপে শপত গ্ৰহণ ভূষণ ৰামকৃষ্ণ গাভাইৰ

অপাৰেশ্যন সিন্দুৰ সম্পৰ্কে ভুল তথ্য প্ৰচাৰ কৰাৰ বাবে চীনৰ দুটাকৈ এক্স হেণ্ডেল নিষিদ্ধ কৰিলে ভাৰতে

অপাৰেশ্যন সিন্দুৰ সম্পৰ্কে ভুল তথ্য প্ৰচাৰ কৰাৰ বাবে চীনৰ দুটাকৈ এক্স হেণ্ডেল নিষিদ্ধ কৰিলে ভাৰতে

পত্নী আৰু পত্নীৰ প্ৰেমিকে হত্যা কৰিলে প্ৰাক্তন সেনা বিষয়াক : শৰীৰটো ৬ টা টুকুৰাত বিভক্ত কৰি সিচিলে চহৰৰ বিভিন্ন প্ৰান্তত

পত্নী আৰু পত্নীৰ প্ৰেমিকে হত্যা কৰিলে প্ৰাক্তন সেনা বিষয়াক : শৰীৰটো ৬ টা টুকুৰাত বিভক্ত কৰি সিচিলে চহৰৰ বিভিন্ন প্ৰান্তত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd