• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

যোৰহাটত আজিৰ পৰা আৰম্ভ আন্তঃজিলা বেডমিণ্টন প্ৰতিযোগিতা

এন ই নাও নিউজ by এন ই নাও নিউজ
August 17, 2018 12:30 pm
badminton

প্ৰতিনিধিত্বমূলক চিত্ৰ

113
VIEWS
Share on FacebookShare on Twitter

যোৰহাটৰ কুশল কোঁৱৰ ইনড’ৰ ষ্টেডিয়ামত আজিৰ পৰা আৰম্ভ হৈছে য়নেক্স-ছানৰাইজ আন্তঃজিলা বেডমিণ্টন প্ৰতিযোগিতা। যোৰাহাট জিলা বেডমিণ্টন সন্থাৰ উদ্যোগত অনুষ্ঠিত হ’বলগীয়া এই মুকলি প্ৰতিযোগিতাখনৰ বাবে ইতিমধ্যে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰা হৈছে বুলি আয়োজকে জানিবলৈ দিয়ে।

২২ আগষ্টলৈ অৰ্থাৎ ছয়দিন ধৰি চলিবলগীয়া প্ৰতিযোগিতাখনত অসম বেডমিণ্টন সন্থাৰ স্বীকৃতিপ্ৰাপ্ত গুৱাহাটী, দৰং, গোলাঘাট, ডিব্ৰুগড়, শিৱসাগৰ, তিনিচুকীয়া, চৰাইদেউ, নাজিৰা, তেজপুৰ, নাহৰকটীয়া, ডিগবৈ, কোকৰাঝাৰ, ৰঙিয়া, কামৰূপ, নলবাৰী, শিলচৰ, যোৰহাট, নগাঁও, হাইলাকান্দি আৰু লখিমপুৰ জিলাৰ পৰা অভিলেখ সংখক ৮৬৫গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা পৰিলক্ষিত হ’ব।

উল্লেখযোগ্য যে এই প্ৰতিযোগিতাখন বিভিন্ন শাখাত অনুষ্ঠিত হ’ব। দলীয় শাখাৰ লগতে ল’ৰা আৰু ছোৱালীৰ ১১,১৩, ১৫, ১৭, ১৯ বছৰ অনূৰ্দ্ধৰ লগতে পুৰুষ আৰু মহিলাৰ ছিংগলছ, ডবলছ আৰু মিক্সড ডবলছ শাখাত অনুষ্ঠিত হ’ব।

আজি পুৱা ১০ বজাত অনুষ্ঠিত হোৱা উদ্বোধনী অনুষ্ঠানত অসম বেডমিণ্টন সন্থাৰ সম্পাদক ওমৰ ৰছিদ, জিলা উপায়ুক্ত নাৰায়ণ কোঁৱৰকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

উদ্বোধনী অনুষ্ঠানত আয়োজক সন্থাৰ তৰফৰ পৰা অসম বেডমিণ্টনৰ পুৰোধা ব্যক্তি তথা বিশিষ্ট ক্ৰীড়া সংগঠক-প্ৰশিক্ষক প্ৰদীপ চলিহাক সম্বৰ্দ্ধনা জনোৱা হয় বুলি জানিব পৰা গৈছে।

Recent News

সৰভোগৰ শালিখেতিৰ পথাৰত ধূলি উৰিছে; পটল-জিকাসহ পাচলিৰ দাম প্ৰতি কেজিত ৫-৬ টকালৈ নামিছে

সৰভোগৰ শালিখেতিৰ পথাৰত ধূলি উৰিছে; পটল-জিকাসহ পাচলিৰ দাম প্ৰতি কেজিত ৫-৬ টকালৈ নামিছে

সন্ধানহীন হোৱাৰ ৬ দিনৰ মূৰত যমুনাত উদ্ধাৰ দিল্লী বিশ্ববিদ্যালয়ৰ ছাত্ৰী, ত্ৰিপুৰাৰ যুৱতীৰ মৃতদেহ

সন্ধানহীন হোৱাৰ ৬ দিনৰ মূৰত যমুনাত উদ্ধাৰ দিল্লী বিশ্ববিদ্যালয়ৰ ছাত্ৰী, ত্ৰিপুৰাৰ যুৱতীৰ মৃতদেহ

লৰ্ডছত দ্বিতীয় ইনিংছত দ্ৰুত ৪টা উইকেট হেৰুৱালে ভাৰতে; জয়ৰ বাবে আৰু ১৩৫ ৰানৰ প্ৰয়োজন

লৰ্ডছত দ্বিতীয় ইনিংছত দ্ৰুত ৪টা উইকেট হেৰুৱালে ভাৰতে; জয়ৰ বাবে আৰু ১৩৫ ৰানৰ প্ৰয়োজন

এইবাৰ লণ্ডনত উৰণৰ মাত্ৰ কেইমুহূৰ্তমানৰ পিছতে ভাঙি পৰিল বিমান! ৰাণৱেৰ ওচৰতে বিস্ফোৰণ

এইবাৰ লণ্ডনত উৰণৰ মাত্ৰ কেইমুহূৰ্তমানৰ পিছতে ভাঙি পৰিল বিমান! ৰাণৱেৰ ওচৰতে বিস্ফোৰণ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd