• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 21, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাজ্যত কেতিয়াৰ পৰা বন্ধ হ’ব আন্তঃজিলা যাতায়াত? জনালে মুখ্যমন্ত্ৰীয়ে

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 17, 2021 6:24 pm
kk33
1.1k
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যত ক্ৰমান্বয়ে কোভিড পৰিস্থিতি অধিক ভয়াৱহ হোৱাৰ দিশে আগবাঢ়িছে। সেয়েহে ৰাজ্য চৰকাৰ তথা জিলা প্ৰশাসনে কেতবোৰ ব্যৱস্থাপনা হাতত লোৱা পৰিলক্ষিত হৈছে।

ৰাজ্য চৰকাৰৰ মুখ্য সচিবৰ নিৰ্দেশ মৰ্মে দেওবাৰৰে পৰা চহৰ অঞ্চল আৰু তাৰ পৰা ৫ কিঃমিঃ নিলগলৈকে পুৱা ১১ বজালৈকেহে দোকান-পোহাৰ খোলা ৰখাৰ অনুমতি প্ৰদান কৰাৰ লগতে দুপৰীয়া ১২ বজাৰ পৰা পুৱা ৫ বজালৈকে কাৰ্ফিউ দিয়া হৈছে।

তাৰপিচতে শুকুৰবাৰৰ পৰা অৰ্থ্যাৎ ২১ মে’ৰ পৰা বন্ধ হ’ব আন্তঃজিলা যাতায়াত। আজি গুৱাহাটীত সাংবাদিকৰ আগত এই কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অচিৰেই এই নিৰ্দেশনা প্ৰকাশ পাব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

অৰ্থ্যাৎ ২০ মে’লৈকেহে আন্তঃজিলা যাতায়াত সম্ভৱ হ’ব তথা কোনো লোক যদি আন্তঃজিলা ভ্ৰমণ কৰিবলগীয়া আছে তেন্তে বৃহস্পতিবাৰলৈকে ভ্ৰমণ কৰিব পাৰিব। কোভিড সংক্ৰমণ যাতে ৰোধ কৰিব পৰা যায় তাৰ বাবেই এখন জিলাৰ সৈতে আনখন জিলাৰ যোগাযোগ বন্ধ কৰা হৈছে বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে, কালি সাংবাদিকৰে সৈতে হোৱা বাৰ্তালাপত স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই আজিৰে পৰাই বন্ধ হ’ব বুলি উল্লেখ কৰিছিল।

তেওঁ কালি কৈছিল ‘কোভিড সংক্ৰমণ ৰোধ কৰিবৰ বাবে কেতবোৰ ব্যৱস্থা গ্ৰহণ কৰি আছো। প্ৰয়োজন হ’লে অতি সোনকালে কিছু দিনৰ কাৰণে আন্তঃজিলা যাতায়াত বা যোগাযোগ বন্ধ হ’ব। কাইলৈৰ ভিতৰত এই নীতি-নিয়মসমূহ ঘোষণা কৰা হ’ব।‘

উল্লেখযোগ্য যে, কালিৰ দিনটোত ৰাজ্যত মুঠ ৩৬৫০ গৰাকী লোক কোভিডত আক্ৰান্ত হোৱাৰ বিপৰীতে ৫৬ গৰাকী লোকে কোভিডত মৃত্যুক আকোৱালি লৈছিল। কামৰূপ মেট্ৰ’ত ১১৯৭ গৰাকী লোক কোভিডত আক্ৰান্ত হৈছিল কালিৰ দিনটোত।

সেয়েহে সকলো জনসাধাৰণ সজাগ আৰু সচেতন হৈ মাস্ক পৰিধান কৰাৰ লগতে সামাজিক দুৰত্ব মানি চলক, এয়া সময়ৰ আহ্বান।

Recent News

‘ইউক্ৰেইনৰ সকলোখিনি আমাৰ’! দাবী ভ্লাদিমিৰ পুটিনৰ, তীব্ৰ প্ৰতিবাদ ভ’ল’ডিমাইৰ জেলেনস্কিৰ

‘ইউক্ৰেইনৰ সকলোখিনি আমাৰ’! দাবী ভ্লাদিমিৰ পুটিনৰ, তীব্ৰ প্ৰতিবাদ ভ’ল’ডিমাইৰ জেলেনস্কিৰ

ঘৰৰ সন্মুখত খেলি থকা শিশুক টানি নিলে নাহৰফুটুকীয়েঃ ৩ দিনৰ মূৰত হাবিত উদ্ধাৰ বিচ্ছিন্ন মৃতদেহ

ঘৰৰ সন্মুখত খেলি থকা শিশুক টানি নিলে নাহৰফুটুকীয়েঃ ৩ দিনৰ মূৰত হাবিত উদ্ধাৰ বিচ্ছিন্ন মৃতদেহ

মণিপুৰৰ বিএছএফ জোৱানক মৰণোত্তৰভাবে বীৰ চিলাৰায় বঁটা প্ৰদান অসম চৰকাৰৰ

মণিপুৰৰ বিএছএফ জোৱানক মৰণোত্তৰভাবে বীৰ চিলাৰায় বঁটা প্ৰদান অসম চৰকাৰৰ

ৰাইজৰ ধনেৰে নিৰ্মাণ কৰা হ’ল গণশিল্পী ৰাজীৱ শদিয়াৰ প্ৰথমটো প্ৰতিমূৰ্তি

ৰাইজৰ ধনেৰে নিৰ্মাণ কৰা হ’ল গণশিল্পী ৰাজীৱ শদিয়াৰ প্ৰথমটো প্ৰতিমূৰ্তি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd