• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

জম্মু-কাশ্মীৰত উৎখাত ইউৰোপৰ পৰা নিয়ন্ত্ৰিত সন্ত্ৰাসবাদী চক্ৰ: দুই সদস্যক গ্ৰেপ্তাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 31, 2022 5:42 pm
Terror in Jammu Kashmir
181
VIEWS
Share on FacebookShare on Twitter

সন্ত্ৰাসবাদ নিৰ্মূলৰ লক্ষ্যৰে জম্মু-কাশ্মীৰত নিৰাপত্তাৰক্ষীয়ে অব্যাহত ৰখা অভিযানৰ মাজতে দেওবাৰে উপত্যকাটোত আৰক্ষীয়ে উৎখাত কৰিছে ইউৰোপৰ পৰা নিয়ন্ত্ৰিত হৈ থকা এটা সন্ত্ৰাসবাদী চক্ৰ।

আৰক্ষীয়ে লগতে পাকিস্তানৰ পৰা প্ৰৱেশ কৰা ড্ৰোনৰ দ্বাৰা জম্মুত বিস্ফোৰক পেলোৱাত জড়িত থকাৰ সন্দেহত চক্ৰটোৰ দুগৰাকী সদস্যক গ্ৰেপ্তাৰ কৰিছে।

ধৃত সদস্য দুগৰাকীক ডোডাৰ চান্দেৰ বসু আৰু জম্মুৰ কেম্প গোলে গুজৰালৰ চমছেৰ সিং বুলি চিনাক্ত কৰা হৈছে।

দুয়োগৰাকীৰ পৰা চাৰিটা পিষ্টল, আঠটা মেগজিন আৰু ৪৭ ৰাউণ্ড গুলী উদ্ধাৰ কৰা হৈছে বুলি আৰক্ষীয়ে লগতে জানিবলৈ দিয়ে।

জম্মুৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান মুকেশ সিঙে জানিবলৈ দিয়া মতে জেৰাৰ সময়ত বসুৱে সিঙৰ নিৰ্দেশত কাম কৰিছিল বুলি প্ৰকাশ কৰিছে।

দুয়োকে জেৰা কৰাৰ সময়ত সন্ত্ৰাসবাদী চক্ৰটোৰ নিয়ন্ত্ৰণ কেন্দ্ৰ ইউৰোপত থকাৰ কথা জানিব পৰা গৈছে বুলি তেওঁ লগতে কয়।

দুয়োগৰাকী সদস্য বলবিন্দৰ নামৰ জম্মুৰ এগৰাকী অভাৰগ্ৰাউণ্ড কৰ্মীৰ সৈতে সম্পৰ্কত আছিল বুলি সিঙে জানিবলৈ দিছে। তেওঁ লগতে উল্লেখ কৰা মতে বালভিন্দৰে বৰ্তমান ইউৰোপত বসতি স্থাপন কৰিছে।

ধৃত অভিযুক্ত বসু, সিং আৰু বলবিন্দৰে এটা নিষিদ্ধ সন্ত্ৰাসবাদী সংগঠনৰ বাবে কাম কৰি আছে বুলি সদৰী কৰি মুকেশ সিঙে লগতে বলবিন্দৰে ভাৰতত ধৃত সদস্য দুগৰাকী আৰু পাকিস্তানৰ এটা চক্ৰৰ সৈতে সমন্বয় ৰক্ষা কৰি আছে বুলি জানিবলৈ দিয়ে।

Recent News

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd