• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আইপিএল২০২১ : চেন্নাই ছুপাৰ কিংছৰ নতুন জাৰ্চি মুকলি, সেনাবাহিনীলৈ বিশেষ শ্ৰদ্ধা

এন ই নাও নিউজ by এন ই নাও নিউজ
March 25, 2021 9:08 am
293
VIEWS
Share on FacebookShare on Twitter

চলিত বৰ্ষৰ আইপিএলত চি.এছ.কে. চেন্নাই ছুপাৰ কিংছক নতুন জাৰ্চি পৰিধান কৰা দেখা যাব।

দলটোৰ অধিনায়ক মহেন্দ্ৰ সিং ধোনীয়ে বুধবাৰে চিএছকেৰ নতুন জাৰ্চি মুকলি কৰে।

দলৰ ফ্ৰেন্সাইজিয়ে সামাজিক মাধ্যমত শ্বেয়াৰ কৰা এটা ভিডিঅ’টোত দেখা পোৱা গৈছে যে ধোনীয়ে এটা কাৰ্টুন খুলি জাৰ্চিটো তাৰ পৰা মুকলি কৰিছে আৰু অনুৰাগীসকলৰ আগত প্ৰদৰ্শন কৰিছে।

 

View this post on Instagram

 

A post shared by Chennai Super Kings (@chennaiipl)

নতুন জাৰ্চিবিধৰ কান্ধত সৈনিকে পৰিধান কৰা সাজৰ দৰে কেম’ফ্লেজ ডিজাইন সন্নিবিষ্ট কৰা হৈছে।

ইয়াৰ দ্বাৰা ভাৰতীয় সেনা বাহিনীৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰা হৈছে।

ইয়াৰ পূৰ্বে দলটোৰ জাৰ্চিবিধৰ কান্ধত ৰঙা আৰু নীলা ৰঙৰ শাৰী আছিল।

নতুন জাৰ্চিবিধত দলটোৰ স্পনছৰাৰ Myntraৰো প্ৰতীক সন্নিৱিষ্ট কৰা হৈছে।

তদুপৰি জাৰ্চিৰ বাওঁফালে থকা দলটোৰ নিজস্ব প্ৰতীকৰ ওপৰত ৩টাকৈ তৰা সংলগ্ন কৰা হৈছে।

তৰাকেইটাৰে টুৰ্ণামেণ্টখনত দলটোৱে ৩বাৰ বিজয়ী হোৱাক সূচাইছে।

চেন্নাই ছুপাৰ কিংছে ১০ এপ্ৰিলৰ পৰা চলিত বৰ্ষৰ আইপিএলৰ যাত্ৰা আৰম্ভ কৰিব।

প্ৰথম মেচত তেওঁলোকে যোৱা বৰ্ষৰ  ৰাণাৰ্ছ-আপ দিল্লী কেপিটেলছৰ বিৰুদ্ধে অংশ ল’ব।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd