• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, June 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আইপিএলৰ ছানৰাইজাৰ্ছে হাজাৰ কোটি টকাত ইংলেণ্ডৰ লীগত ক্ৰয় কৰিলে দল

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 7, 2025 8:43 am
271
VIEWS
Share on FacebookShare on Twitter

আন এটা ভাৰতীয় কোম্পানীয়ে ইংলেণ্ডৰ দ্য হাণ্ড্ৰেডত এটা দল ক্ৰয় কৰিছে। ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) দল ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মালিক কালানিথি মাৰাণৰ ছান গ্ৰুপে এতিয়া ১১০০ কোটি টকাত নৰ্দাৰ্ণ ছুপাৰচাৰ্জাৰৰ মালিকীস্বত্ব লাভ কৰিছে।

অৱশ্যে ইতিমধ্যে দ্য হাণ্ড্ৰেডত ভাৰতীয় দলৰ আন দুটা দল আছে। প্ৰথম অৱস্থাত এই লীগত ক্ৰয় কৰা হৈছিল মুকেশ আম্বানীৰ মুম্বাই ইণ্ডিয়ানছ দল। ইয়াৰ পাছত সঞ্জীৱ গোৱেংকাৰ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছেও ইংৰাজী লীগত এটা দল ক্ৰয় কৰে।

অৱশ্যে বাকী দুটা দলৰ পৰা ছানৰাইজাৰ্ছ দলটো ক্ৰয় কৰাৰ ক্ষেত্ৰত পাৰ্থক্য আছে। মুম্বাই ইণ্ডিয়ানছ দ্য হাণ্ড্ৰেডছে অ’ভেল ইনভিনচিবলছৰ ৪৯ শতাংশ মালিকীস্বত্ব ক্ৰয় কৰিছিল। লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে মানচেষ্টাৰ অৰিজিনেলছৰ ৭০ শতাংশ মালিকীস্বত্ব ক্ৰয় কৰিছিল। কিন্তু ছানৰাইজাৰ্ছে ছুপাৰচাৰ্জাৰৰ ১০০ শতাংশ মালিকীস্বত্ব ক্ৰয় কৰিছে।

ছুপাৰচাৰ্জাৰৰ মালিক আছিল ইয়ৰ্কশ্বাৰ কাউন্টিৰ। তেওঁলোকৰ মুখ্য কাৰ্যবাহী বিষয়া সঞ্জয় পেটেলে কয় যে ছান গ্ৰুপৰ সৈতে এই অংশীদাৰিত্ব গঠন কৰি আমি আনন্দিত হৈছো। আশাকৰোঁ অনাগত দিনত আমি এই দলটোক নতুন উচ্চতালৈ লৈ যাব পাৰিম।

বাকী সকলো দলে সম্পূৰ্ণ মালিকীস্বত্ব এৰি নিদিয়াৰ সময়ত ইয়ৰ্কশ্বাইৰে কিয় ১০০ শতাংশ মালিকীস্বত্ব এৰি দিলে? এনে এটা প্ৰশ্নৰ উত্তৰত প্ৰকাশ পাইছিল যে ইয়ৰ্কশ্বাৰৰ আৰ্থিক অৱস্থা বেয়া। সেইবাবেই ছানৰাইজাৰ্ছে ১০০ শতাংশ মালিকীস্বত্ব লাভ কৰিছিল।

ইয়াৰ পূৰ্বে ভাৰতৰ বাহিৰৰ এখন লীগত ছানৰাইজাৰ্ছৰ এটা দল আছিল। দক্ষিণ আফ্ৰিকান লীগত ছানৰাইজাৰ্ছ ইষ্টাৰ্ণ কেপ। সেই লীগৰ দুবাৰৰ চেম্পিয়ন। ছানৰাইজাৰ্ছেও এবাৰ আইপিএলো জয়লাভ কৰিছে।

Recent News

নাকচ কৰা হ’ল বিশেষ অধিৱেশনৰ দাবী : ঘোষণা কৰা হ’ল গ্ৰীষ্মকালিন অধিৱেশনৰ দিন

নাকচ কৰা হ’ল বিশেষ অধিৱেশনৰ দাবী : ঘোষণা কৰা হ’ল গ্ৰীষ্মকালিন অধিৱেশনৰ দিন

চিন্তাত পৰিছে পাকিস্তান! ব্ৰহ্মোছতকৈয়ো দ্ৰুত আৰু অধিক বিপজ্জনক ক্ষেপণাস্ত্ৰ নিৰ্মাণ কৰিব ভাৰতে

চিন্তাত পৰিছে পাকিস্তান! ব্ৰহ্মোছতকৈয়ো দ্ৰুত আৰু অধিক বিপজ্জনক ক্ষেপণাস্ত্ৰ নিৰ্মাণ কৰিব ভাৰতে

গুৱাহাটীৰ তৰুণ নগৰত ৰহস্যজনক ভাবে উদ্ধাৰ উত্তৰ প্ৰদেশৰ মহিলাৰ মৃতদেহ

গুৱাহাটীৰ তৰুণ নগৰত ৰহস্যজনক ভাবে উদ্ধাৰ উত্তৰ প্ৰদেশৰ মহিলাৰ মৃতদেহ

ৰীল বনাবলৈ গৈ যমুনাত ডুবি ৬ গৰাকী কিশোৰীৰ সলিল সমাধি!

ৰীল বনাবলৈ গৈ যমুনাত ডুবি ৬ গৰাকী কিশোৰীৰ সলিল সমাধি!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd