• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শাৰীৰিক অসুস্থতা: ক্ষমতা এৰিব নেকি ইৰানৰ সৰ্বোচ্চ নেতা আয়াতুল্লা খোমেইনিয়ে!

এন ই নাও নিউজ by এন ই নাও নিউজ
December 7, 2020 7:47 am
a NINTCHDBPICT000620901552
5.3k
VIEWS
Share on FacebookShare on Twitter

শাৰীৰিক অসুস্থতাৰ বাবেই ক্ষমতাৰ পৰা আঁতৰ হোৱাৰ সিদ্ধান্ত লৈছে ইৰানৰ সৰ্বোচ্চ নেতা আয়াতুল্লা খোমেইনীয়ে।

আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত  প্ৰকাশিত খবৰ অনুসৰি খোমেইনীয়ে ক্ষমতাৰ পৰা আঁতৰি যোৱাৰ পিছতে সেই স্থানত বহুওৱা হ’ব তেওঁৰ পুত্ৰ মোজতাবা খোমেইনীক।

৮১ বছৰীয়া আয়াতুল্লা খোমেইনী বৰ্তমান নানান ৰোগত আক্ৰান্ত।

যোৱা শনিবাৰে ইৰানৰ ৰাষ্ট্ৰপতি হাছান ৰৌহানিৰ সৈতে খোমেইনীৰ এক গুৰুত্বপূৰ্ণ বৈছক অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও বৈঠকৰ পূৰ্বেই খোমেইনী গুৰুতৰ ভাবে অসুস্থ হৈ পৰাত বৈঠক বাতিল কৰিবলগীয়া হৈছিল।

ইৰানত ব্যাপক প্ৰভাৱ থকা আয়াতুল্লা খোমেইনীৰ স্বাস্থ্যকলৈ এতিয়া চিন্তিত হৈ পৰিছে ইৰানৰ সাধাৰণ জনতা।সেয়ে খোমেইনীৰ পুত্ৰক ইৰানৰ সৰ্বোচ্চ পদত বহুৱাবলৈ পূৰ্ণ প্ৰস্তুতি চলিছে।

২০১৪ চনতে আয়াতুল্লা খোমেইনীৰ পেটৰ কৰ্কট ৰোগ ধৰা পৰিছিল।সেই সময়ত তেওঁৰ পেটৰ অস্ত্ৰোপচাৰ সম্পন্ন কৰা হৈছিল।

তেতিয়াৰে পৰা খোমেইনীক ৰাজহুৱা স্থানত প্ৰায় নেদেখাৰ দৰেই হৈ পৰিছিল।

শেহতীয়াকৈ আমেৰিকাৰ সৈতে ইৰানৰ সম্পৰ্কৰ পুনৰ অৱনতি ঘটাৰ পিছতো খোমেইনীয়ে কোনো বিবৃতি নিদিয়াৰ কথাই বহুতকে আচৰিত কৰি তুলিছিল।

Recent News

এডভান্টেজ অসম – ২ হৈ যোৱাৰ পাছত অসমৰ জনজাতীয় মানুহৰ মাটি অধিগ্রহণৰ তথ্য উদ্বেগজনক- সাংসদ অজিত কুমাৰ ভূঞা

এডভান্টেজ অসম – ২ হৈ যোৱাৰ পাছত অসমৰ জনজাতীয় মানুহৰ মাটি অধিগ্রহণৰ তথ্য উদ্বেগজনক- সাংসদ অজিত কুমাৰ ভূঞা

নৃশংস! পুৰীত তিনি যুৱকে জীৱন্তে জ্বলালে নাবালিকাক

নৃশংস! পুৰীত তিনি যুৱকে জীৱন্তে জ্বলালে নাবালিকাক

৪০ বছৰে বাংলাদেশী নেৰেটিভ বিক্ৰী কৰি ৰাজনীতিৰ বেপাৰ ৰমৰমীয়াকৈ চলি আছে!

৪০ বছৰে বাংলাদেশী নেৰেটিভ বিক্ৰী কৰি ৰাজনীতিৰ বেপাৰ ৰমৰমীয়াকৈ চলি আছে!

স্বামীৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপনত অস্বীকাৰ: বিবাহ বিচ্ছেদৰ নিৰ্দেশ বম্বে উচ্চ ন্যায়ালয়ৰ

স্বামীৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপনত অস্বীকাৰ: বিবাহ বিচ্ছেদৰ নিৰ্দেশ বম্বে উচ্চ ন্যায়ালয়ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd