• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

হিজাব বিৰোধী প্ৰতিবাদত চামিল! বিশ্বকাপত ইৰাণৰ ফুটবলাৰসকলে নাগালে ৰাষ্ট্ৰীয় সংগীত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 22, 2022 7:55 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Iran’s soccer players refuse to sing national anthem বিশ্বকাপ হৈ পৰিল ইৰাণৰ ফুটবলাৰসকলৰ প্ৰতিবাদৰ মঞ্চ! ইৰাণৰ ফুটবল খেলুৱৈসকলে ইংলেণ্ডৰ বিৰুদ্ধে প্ৰথম খন খেলৰ আগতে নাগালে ৰাষ্ট্ৰীয় সংগীত। আলিৰেজা বেইৰনবন্দ, চাদগে মহাৰমিৰ দলটোৱে তেওঁলোকৰ নিজৰ দেশত চৰকাৰ বিৰোধী  অৰ্থাৎ হিজাব বিৰোধী প্ৰতিবাদৰ সমৰ্থনত এই সিদ্ধান্ত গ্ৰহণ কৰে।

ইৰাণৰ অধিনায়ক আলিৰেজা জাহানবখছে খেলপথাৰত নমাৰ আগতে কৈছিল যে সোমবাৰে মধ্য দোহাৰ পৰা পাঁচ কিলোমিটাৰ পশ্চিমে খলিফা আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত ইংলেণ্ডৰ বিৰুদ্ধে উদ্বোধনী খেলৰ পূৰ্বে দেশখনৰ চৰকাৰ বিৰোধী আন্দোলনৰ সমৰ্থনত ৰাষ্ট্ৰীয় সংগীত গাব নে নাগাব সেই সন্দৰ্ভত এটা দলীয় সিদ্ধান্ত লোৱা হ’ব। দলটোৱে যি সিদ্ধান্ত লয়, সেই পথেই লোৱা হব।

সেইদৰে, সোমবাৰে কিক-অফৰ আগতে, যেতিয়া দোহাৰ খলিফা আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত ইৰাণৰ ৰাষ্ট্ৰীয় সংগীত বজোৱা হৈছিল তেতিয়া ইৰাণৰ ফুটবলাৰসকলৰ মৌন মুখবোৰ ধৰা পৰিছিল। তেওঁলোকে ৰাষ্ট্ৰীয় সংগীত গোৱা নাছিল। কাৰ্লোচ কুইৰোজৰ বাহিনীয়ে ইজনে সিজনৰ কান্ধত ধৰি শান্তভাৱে থিয় হৈ আছিল। দৃশ্যটো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। একে সময়তে প্ৰতিবাদৰ বাৰ্তাও স্পষ্ট হৈ পৰিল।

📹 #Qatar– #Iran team do not sing national anthem before first World Cup game.
Iranian players did not sing the anthem in support of anti-government protesters in their country. pic.twitter.com/Jznw2ldCCC

— Mete Sohtaoğlu (@metesohtaoglu) November 21, 2022

উল্লেখ্য যে যোৱা ১৬ ছেপ্টেম্বৰত মাহচা আমিনীৰ মৃত্যুৰ পিছৰে পৰা ইৰাণত অস্থিৰতা চলি আছে। ইছলামিক দেশৰ পোছাক বিধি উলংঘা কৰাৰ অভিযোগত তেহৰাণত গ্ৰেপ্তাৰ হোৱাৰ তিনিদিন পিছত আমিনী নামৰ এগৰাকী ২২ বছৰীয়া কুৰ্দি যুৱতীৰ মৃত্যু হয়। যিখন দেশত মহিলাসকলে বাধ্যতামূলকভাৱে হিজাব পিন্ধিব লাগে, সেই ইৰাণত হিজাব বিৰোধী প্ৰতিবাদ আৰম্ভ হয়। ইৰাণৰ খেলুৱৈসকলে সেই আন্দোলনৰ সমৰ্থনত বিজয় উদযাপন কৰা নাছিল। বহুতে আনকি ৰাষ্ট্ৰীয় সংগীতো গোৱা নাই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কপিৰাইট উলংঘনৰ গোচৰত কৃত্ৰিম বুদ্ধিমত্তা কোম্পানী এন্থ্ৰপিকৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত! লেখক সকলক দিব লাগিব ১.৫ বিলিয়ন ডলাৰৰ ক্ষতিপূৰণ

কপিৰাইট উলংঘনৰ গোচৰত কৃত্ৰিম বুদ্ধিমত্তা কোম্পানী এন্থ্ৰপিকৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত! লেখক সকলক দিব লাগিব ১.৫ বিলিয়ন ডলাৰৰ ক্ষতিপূৰণ

September 7, 2025 9:30 pm
আদানীৰ সুনাম ৰক্ষাৰ বাবে সাংবাদিকসকলক মানহানিকাৰক বিষয়বস্তু আঁতৰাবলৈ নিৰ্দেশ দিল্লী আদালতৰ

আদানীৰ সুনাম ৰক্ষাৰ বাবে সাংবাদিকসকলক মানহানিকাৰক বিষয়বস্তু আঁতৰাবলৈ নিৰ্দেশ দিল্লী আদালতৰ

September 7, 2025 8:33 pm
ইউক্ৰেইনত ৰাছিয়াৰ সৰ্ববৃহৎ ড্ৰ’ন আক্ৰমণ: ক্ষতিগ্ৰস্ত হৈছে কিয়েভৰ চৰকাৰী ভৱন

ইউক্ৰেইনত ৰাছিয়াৰ সৰ্ববৃহৎ ড্ৰ’ন আক্ৰমণ: ক্ষতিগ্ৰস্ত হৈছে কিয়েভৰ চৰকাৰী ভৱন

September 7, 2025 7:51 pm
কোৰিয়াৰ ভূমিত ভাৰতীয় আৰ্চাৰৰ ঐতিহাসিক জয়: পুৰুষৰ দলে জয় কৰিলে স্বৰ্ণ

কোৰিয়াৰ ভূমিত ভাৰতীয় আৰ্চাৰৰ ঐতিহাসিক জয়: পুৰুষৰ দলে জয় কৰিলে স্বৰ্ণ

September 7, 2025 7:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কপিৰাইট উলংঘনৰ গোচৰত কৃত্ৰিম বুদ্ধিমত্তা কোম্পানী এন্থ্ৰপিকৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত! লেখক সকলক দিব লাগিব ১.৫ বিলিয়ন ডলাৰৰ ক্ষতিপূৰণ

কপিৰাইট উলংঘনৰ গোচৰত কৃত্ৰিম বুদ্ধিমত্তা কোম্পানী এন্থ্ৰপিকৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত! লেখক সকলক দিব লাগিব ১.৫ বিলিয়ন ডলাৰৰ ক্ষতিপূৰণ

September 7, 2025 9:30 pm
আদানীৰ সুনাম ৰক্ষাৰ বাবে সাংবাদিকসকলক মানহানিকাৰক বিষয়বস্তু আঁতৰাবলৈ নিৰ্দেশ দিল্লী আদালতৰ

আদানীৰ সুনাম ৰক্ষাৰ বাবে সাংবাদিকসকলক মানহানিকাৰক বিষয়বস্তু আঁতৰাবলৈ নিৰ্দেশ দিল্লী আদালতৰ

September 7, 2025 8:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd