• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পৰিয়ালৰ সুৰক্ষাৰ কথা ভাৱি কৰ’নাৰ আশংকাত এচিড পান কৰি আত্মহত্যা IRS বিষয়াৰ!

এন ই নাও নিউজ by এন ই নাও নিউজ
June 15, 2020 11:39 am
Unidentified woman's body found in Margherita

প্ৰতিনিধিত্বমূলক ফটো

1.5k
VIEWS
Share on FacebookShare on Twitter

কৰ’নাৰ আতংকই মানুহৰ জীৱনলৈ বিভিন্ন ধৰণে বিপৰ্যয় নমাই অনাৰ খৱৰ নিতৌ প্ৰকাশ পাবলৈ লৈছে।

দিল্লীৰ দ্বাৰকাত এগৰাকী ৫৬বছৰীয়া আই আৰ এছ বিষয়াই এচিড পান কৰি আত্মহত্যা কৰাৰ বাতৰি পোৱা গৈছে।

গাড়ীত বিষয়াগৰাকীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছত তেওঁক দীনদয়াল উপাধ্যায় হাস্পাতললৈ লৈ যোৱা হয় আৰু চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।

আই আৰ এছ বিষয়াগৰাকীৰ নাম শিৱৰাজ সিং বুলি জানিব পৰা গৈছে।

সূত্ৰসমূহৰ মতে, মৃত সিঙৰ এটি আত্মহত্যাৰ টোকা পোৱা গৈছে য’ত কৰ’না আশংকাত আত্মহত্যাৰ কথা কোৱা হৈছে।

বাতৰি অনুসৰি, শনিবাৰে সন্ধিয়া ৬বজাত দিল্লী আৰক্ষীক হাস্পাতলৰ পৰা ফোন কৰি এগৰাকী লোকৰ মৃত্যু হোৱাৰ কথা জনোৱা হয়।

আৰক্ষীয়ে ততাতয়াকৈ হাস্পাতললৈ গৈ অনুসন্ধান কৰি জানিব পাৰে যে শিৱৰাজ সিং নামৰ লোকজন ২০০৬বৰ্ষৰ এগৰাকী আই আৰ এছ বিষয়া আছিল।

আৰক্ষীৰ সূত্ৰই জানিবলৈ দিয়া মতে, প্ৰাথমিক তদন্তত এচিড পান কৰাৰ ফলত শিৱৰাজ সিঙৰ মৃত্যু হৈছে।

অৱশ্যে, এইক্ষেত্ৰত আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনলৈ অপেক্ষা কৰিছে।

তদন্তত জানিব পৰা মতে, দ্বাৰকাৰ ছেক্টৰ-৬ত নিজৰ এপাৰ্টমেন্টৰ বাহিৰত নিজৰ কাৰত শিৱৰাজ সিঙে বিহি আছিল আৰু তাতেই তেওঁ এচিড পান কৰিছিল।

বাতৰি অনুসৰি, শিৱৰাজ সিঙৰ প্ৰায় এসপ্তাহ পূৰ্বে কৰ’নাৰ টেষ্ট কৰা হৈছিল আৰু ফলাফল নিগেটিভ আহিছিল।

তথাপি শিৱৰাজ সিং বহুত উদ্বিগ্ন হৈ আছিল আৰু তেওঁ চিন্তা কৰিছিল যাতে তেওঁ আক্ৰান্ত নহয় আৰু তেওঁৰ পৰা যাতে পৰিয়াললৈ সংক্ৰমণ নঘটে।

অৱশ্যে, সম্পূৰ্ণ তদন্তৰ পাছতহে আই আৰ এছ বিষয়াগৰাকীৰ মৃত্যুৰ প্ৰকৃত কাৰণ জানিব পৰা হ’ব বুলি আৰক্ষী সূত্ৰই জানিবলৈ দিয়ে।

Recent News

ৰাষ্ট্ৰীয় সন্মানেৰে সন্ত্ৰাসবাদীক শেষ বিদায়; পাকিস্তানী সেনা-প্ৰশাসনৰ উপস্থিতিক লৈ তীব্ৰ প্ৰতিক্ৰিয়া ভাৰতৰ

ৰাষ্ট্ৰীয় সন্মানেৰে সন্ত্ৰাসবাদীক শেষ বিদায়; পাকিস্তানী সেনা-প্ৰশাসনৰ উপস্থিতিক লৈ তীব্ৰ প্ৰতিক্ৰিয়া ভাৰতৰ

হতাশ অনুৰাগী! ‘বিৰাট’ যুগৰ অৱসান; টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ ‘কিং’ কোহলীৰ

হতাশ অনুৰাগী! ‘বিৰাট’ যুগৰ অৱসান; টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ ‘কিং’ কোহলীৰ

কৰাচী ধ্বংস কৰিবলৈ সাজু আছিল ভাৰতীয় নৌসেনা: সংবাদমেলত সদৰী কৰিলে ভাইচ এডমিৰেলে

কৰাচী ধ্বংস কৰিবলৈ সাজু আছিল ভাৰতীয় নৌসেনা: সংবাদমেলত সদৰী কৰিলে ভাইচ এডমিৰেলে

কৃষি বিজ্ঞানী পদ্মশ্ৰী সুবান্না আয়াপ্পানৰ ৰহস্যজনক মৃত্যু; কাবেৰী নদীৰ পৰা উদ্ধাৰ মৃতদেহ

কৃষি বিজ্ঞানী পদ্মশ্ৰী সুবান্না আয়াপ্পানৰ ৰহস্যজনক মৃত্যু; কাবেৰী নদীৰ পৰা উদ্ধাৰ মৃতদেহ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd