• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, August 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰোহিতৰ বাবে ৰাষ্ট্ৰীয় দলতকৈ আই পি এলত খেলাটো অধিক গুৰুত্বপূৰ্ণ নেকি?

এন ই নাও নিউজ by এন ই নাও নিউজ
November 5, 2020 10:55 am
463
VIEWS
Share on FacebookShare on Twitter

ৰাষ্ট্ৰীয় দলতকৈ আই পি এল খেলাটো ৰোহিত শর্মাৰ বাবে অধিক গুৰুত্বপূৰ্ণ নেকি বুলি প্ৰশ্ন উত্থাপন কৰিছে প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ দিলীপ ভেংচৰকাৰে।

অলপতে ৰাষ্ট্ৰীয় নিৰ্বাচকসকলে অষ্ট্ৰেলিয়া ভ্ৰমণৰ বাবে ভাৰতীয় দলটো ঘোষণা কৰিছে। হেমষ্ট্ৰিং আঘাতৰ বাবে ৰোহিতক দলত অন্তৰ্ভুক্ত কৰা নহ’ল।

দলত স্থান নোপোৱাৰ বাবে দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছে।

তীব্ৰ বিতৰ্ক আৰু প্ৰতিক্ৰিয়াৰ অন্তত বিচিচিআইৰ সভাপতি সৌৰভ গাংগুলীয়ে মন্তব্য প্ৰকাশ কৰি কয় যে যদি ৰোহিত সুস্থ হৈ উঠে তেন্তে তেওঁ অষ্ট্ৰেলিয়ালৈ যাব।

ইয়াৰ মাজতে মঙলবাৰে ৰোহিতক ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে মেচত অংশ লোৱা পৰিলক্ষিত হয়। মেচখনত তেওঁ মাত্ৰ ৪ ৰানহে কৰিছিল।

হেমষ্ট্ৰিং আঘাতৰ বাবে মঙলবাৰৰ মেচখনৰ পূৰ্বে ৰোহিতক চাৰিখন মেচৰ বাবে বিশ্ৰাম দিয়া হৈছিল। তেওঁৰ সলনি, কাইৰণ পোলাৰ্ডে দলটোৰ নেতৃত্ব দিছিল।

চলিত আই পি এলত ৰোহিতক পুনৰ দেখা পোৱা নাযাব বুলি চৰ্চা চলি থকাৰ সময়ত মঙলবাৰৰ মেচখনত তেওঁ পুনৰ দললৈ উভতি আহে।

মুম্বাইৰ জাৰ্চিলৈ পুনৰ ঘূৰি অহাৰ পিছত হিটমেনক লৈ ভেংচৰকাৰে প্ৰশ্ন উত্থাপন কৰি কয়, ‘ৰোহিতৰ বাবে ৰাষ্ট্ৰীয় দলতকৈ আই পি এলত খেলাটো অধিক গুৰুত্বপূৰ্ণ নেকি? ক্লাবটোৱে দেশতকৈ অধিক গুৰুত্ব লাভ কৰিছিল নেকি? বি চি চি আইয়ে এই বিষয়ে কি কৰে সেয়া লক্ষ্যণীয় হ’ব’।

Recent News

প্ৰতিশ্ৰুতি পূৰণত বিফল অসম চৰকাৰঃ পাহাৰপুৰত স্থবিৰ হৈ আছে ৪১২ পৰিয়ালৰ পুনৰ্বাসন

প্ৰতিশ্ৰুতি পূৰণত বিফল অসম চৰকাৰঃ পাহাৰপুৰত স্থবিৰ হৈ আছে ৪১২ পৰিয়ালৰ পুনৰ্বাসন

ৰাষ্ট্ৰীয় ঔষধ মূল্য নিৰ্ধাৰণ কৰ্তৃপক্ষই হ্ৰাস কৰিলে ৩৫টা অত্যাৱশ্যকীয় ঔষধৰ মূল্য

ৰাষ্ট্ৰীয় ঔষধ মূল্য নিৰ্ধাৰণ কৰ্তৃপক্ষই হ্ৰাস কৰিলে ৩৫টা অত্যাৱশ্যকীয় ঔষধৰ মূল্য

অভেলত চিৰাজৰ বলিঙৰ যাদু: ভাৰতৰ অবিশ্বাস্য জয়

অভেলত চিৰাজৰ বলিঙৰ যাদু: ভাৰতৰ অবিশ্বাস্য জয়

বিটিচি নিৰ্বাচন ২০২৫ : প্ৰাৰ্থীৰ প্ৰথমখন তালিকা ঘোষণা বিপিএফৰ

বিটিচি নিৰ্বাচন ২০২৫ : প্ৰাৰ্থীৰ প্ৰথমখন তালিকা ঘোষণা বিপিএফৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd