• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দৈনিক দাড়ি ক্ষুৰোৱা ভাল নে বেয়া? জানো আহক কি কয় বিশেষজ্ঞই

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
July 24, 2024 8:15 am
4.7k
VIEWS
Share on FacebookShare on Twitter

দাড়িক লৈ মানুহৰ সম্পৰীক্ষাৰ অন্ত নাই। কিছুমান লোকে সম্পূৰ্ণ গালৰ দাড়ি ৰাখে আনহাতে কিছুমানে চুটি ফ্ৰেঞ্চ কাট ৰাখে। কিছুমানে ট্ৰিম কৰা দাড়িও পছন্দ কৰে। কিছুমান মানুহৰ দাড়ি নাখাৰে কিন্তু কিন্তু গোঁফ ৰাখে।

কিন্তু দাড়ি সম্পৰ্কে এটা কথাই মানুহৰ মনত প্ৰায়ে ক্ৰিয়া কৰে? সেইটো হৈছে দৈনিক দাড়ি কটা বা ক্ষুৰোৱাতো ভাল নে বেয়া? দৈনিক ক্লীন চেভ কৰিলে ছালৰ ক্ষতি হ’ব নেকি?

বিশেষজ্ঞৰ মতে দাড়ি কাটিলে ছালৰ উজ্জ্বলতা বৃদ্ধি হয়। বিশেষজ্ঞসকলৰ মতে দৈনিক দাড়ি কাটিলে গালৰ ছালৰ পৃষ্ঠৰ পৰা সকলো মৃত কোষ আঁতৰি যায়। ছাললৈ নতুন কোষ ঘূৰি আহে আৰু ছালখন উজ্জ্বল হৈ পৰে।

ছালৰ ভিতৰত যদি কিবা ঘা থাকে তেন্তে দৈনিক দাড়ি ক্ষুৰালে ই নিৰাময় হ’ব পাৰে। কিয়নো দাড়ি কাটিলে ছালৰ পৰা তেল নিঃসৰণ কমি যায়। গতিকে তেলীয়া ছাল থকাসকলে দৈনিক দাড়ি ক্ষুৰাব লাগে।

ব্ৰণৰ সমস্যাৰ পৰা মুক্তি পাবলৈও দৈনিক দাড়ি কাটিব পাৰে। ইয়াৰ উপৰিও দৈনিক ক্লীন চেভ কৰিলে মুখৰ বলি ৰেখা আঁতৰি যায়।

Recent News

বিবাহ ভৱন ভাড়া কৰি বিবাহ আয়োজন কৰা বাবে উত্তৰ প্ৰদেশত নিৰ্মমভাৱে প্ৰহাৰ এটা দলিত পৰিয়ালক

বিবাহ ভৱন ভাড়া কৰি বিবাহ আয়োজন কৰা বাবে উত্তৰ প্ৰদেশত নিৰ্মমভাৱে প্ৰহাৰ এটা দলিত পৰিয়ালক

ক’ত গ’ল বিজেপিৰ বানমুক্ত অসমৰ প্ৰতিশ্ৰুতি : সংবাদমেলত জাতীয় যুৱ বাহিনী

ক’ত গ’ল বিজেপিৰ বানমুক্ত অসমৰ প্ৰতিশ্ৰুতি : সংবাদমেলত জাতীয় যুৱ বাহিনী

ইজৰাইলী টেংকৰ টোপ চালনা : গাজাত মৃত্যু ২৬ জনৰ

ইজৰাইলী টেংকৰ টোপ চালনা : গাজাত মৃত্যু ২৬ জনৰ

গালি-গালাজ কৰাটো কাৰোবাক নিজৰ জীৱন ল’বলৈ উচটনি দিয়াৰ সমান নহয়! উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান

গালি-গালাজ কৰাটো কাৰোবাক নিজৰ জীৱন ল’বলৈ উচটনি দিয়াৰ সমান নহয়! উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd