• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভৰিৰ তলৰ মাটি হেৰুৱাইছে নেকি কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁইয়ে?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
November 23, 2018 12:26 pm
Rajen Gohain

কেন্দ্ৰীয় ৰে'ল ৰাজ্য মন্ত্ৰী ৰাজেন গোহাঁই। ফাইল ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

১৯৯৯ চনৰে পৰা ৪ বাৰকৈ লোকসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হোৱা কেন্দ্ৰীয় ৰাজ্যিক ৰে’ল মন্ত্ৰী ৰাজেন গোহাঁইয়ে যৌন কেলেংকাৰিত অভিযুক্ত হোৱাৰ পাছৰে পৰা নিজৰ ভৰিৰ তলৰ মাটিখিনিও হেৰুৱাব নেকি তাক লৈও ব্যাপক চৰ্চা চলিছে। কিয়নো ৰাজেন গোহাঁইয়ে সংঘটিত কৰা কিছুমান কাণ্ডৰ পাছতেই তেওঁ নিজৰে লোকসভা সমষ্টিৰ ৰাইজৰ ৰোষত পৰাৰ লগতে নিজৰ অস্তিত্বও ম্লান পৰিছে।

তাৎপৰ্য্যপূৰ্ণভাৱে এইবাৰ পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে নগাওঁ লোকসভা সমষ্টিৰ প্ৰায় কেইগৰাকী জিলা পৰিষদৰ প্ৰাৰ্থী আৰু  প্ৰাৰ্থীয়ে ছপা কৰা বেনাৰত নিজৰ ফটোৰ লগতে বিজেপিৰ ৰষ্ট্ৰীয় সভাপতি অমিত শ্বাহ, প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী, ৰাজ্যিক সভাপতি ৰঞ্জিত দাস, মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালকে ধৰি আনকি নতুনকৈ নিৰ্বাচিত নগাওঁ বিধানসভা সমষ্টিৰ বিজেপি বিধায়ক ৰূপক শৰ্মাৰ ফটো লগাই নিজৰ প্ৰচাৰ চলোৱা আৰম্ভ কৰিছে।

তাৰ বিপৰীতে উক্ত বেনাৰৰ পৰা বাদ পৰি ৰৈছে কেন্দ্ৰীয় ৰে’ল ৰাজ্যিক মন্ত্ৰী ৰাজেন গোহাঁইৰ ছবি। প্ৰাৰ্থীসকলে ৰাজেন গোহাঁইৰ ফটো ব্যৱহাৰ কৰি নিজৰ বিপদ চপাই আনিব খোজা নাই কাৰণ ৰাজেন গোহাঁইৰ ফটো নিজৰ বেনাৰত আঁৰিলে কিজানি বিৰোধী দলে তাৰ সুযোগ গ্ৰহণ কৰিব, তাক লৈয়ো এক সংকোচে দেখা দিছে পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীসকলক।

তদুপৰি, যোৱা ৬ মে’ৰ দিনা নগাঁৱৰ নেহেৰুবালিৰ সভাতে নগাওঁ লোকসভা সমষ্টিৰ উন্নয়নৰ প্ৰকৃত ছবিখন উদঙাই দিয়াত এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকক ৰাজেন গোহাঁইয়ে ৰাজহুৱাভাৱে অপমান কৰিছিল। তাৰ পাছতেই বহু দল-সংগঠনৰ ৰোষৰ বলি হৈছিল গোহাঁই। বিৰোধী দলপতি দেবব্ৰত শইকীয়াৰ লগতে অন্যান্য দল-সংগঠনৰ নেতৃবৰ্গই গোহাঁইৰ ৰাজহুৱা জীৱনৰ পৰা পদত্যাগৰ দাবী তোলাৰ লগতে ৰাজেন গোহাঁইক ৰাজহুৱাভাৱে ক্ষমা-প্ৰাৰ্থনা খোজাৰো দাবী তুলিছিল। কিন্তু ৰাজেন গোহাঁইৰ নিচিনা লোকে ৰাইজৰ ওচৰত ক্ষমা খুজিব বা কেনেকৈ?

আনহাতে, যোৱা ৪ নৱেম্বৰৰ দিনা নগাঁৱৰ উজৰাগাওঁ আদৰ্শ চিকিৎসালয়ৰ শুভাৰম্ভণি কৰিবলৈ গৈ কেন্দ্ৰীয় ৰে’ল ৰাজ্যিক মন্ত্ৰী ৰাজেন গোহাঁইৰ লগতে ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীযুষ হাজৰিকা ৰাইজৰ ৰোষত পৰিছিল তথা দুয়োগৰাকী ৰজাই প্ৰজাৰ ওচৰত হাতযোৰ কৰি ক্ষমা খুজিহে কথমপি ৰাইজক মান্তি কৰিবলৈ সক্ষম হৈছিল।

উল্লেখ্য, শেহতীয়াকৈ কেন্দ্ৰীয় ৰে’ল ৰাজ্যমন্ত্ৰী ৰাজেন গোহাঁইৰ বিৰুদ্ধে উত্থাপিত যৌন নিৰ্যাতনৰ গোচৰক কেন্দ্ৰ কৰি নগাঁও জিলাত প্ৰতিক্ৰিয়া চলি থকাৰ সময়তে নগাঁও আদালতত ৰাজেন গোহাঁইৰ বিৰুদ্ধে নিজাকৈ গোচৰ ৰুজু কৰি আদালতে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিব বুলি জানিব পৰা গৈছে।

তদুপৰি হিন্দু বাংলাদেশীৰ সমৰ্থনত বহু বিতৰ্কিত মন্তব্য কৰি ইতিমধ্যে খিলঞ্জীয়া ৰাইজৰ ৰোষত পৰিছে কেন্দ্ৰীয় ৰে’ল ৰাজ্যিক মন্ত্ৰীগৰাকী।

উল্লেখিত ইমানবোৰ অভিযোগৰ পাছত আগন্তুক লোকসভা নিৰ্বাচনত প্ৰাৰ্থিত্ব আগবঢ়ালে জয়ী হ’ব পাৰিবনে ৰাজেন গোহাঁই? তাক লৈ সচেতন মহলত প্ৰশ্ন উত্থাপন হৈছে। লগতে আগন্তুক লোকসভা নিৰ্বাচনত ইতিমধ্যে চাৰিবাৰকৈ সাংসদ হিচাপে নিৰ্বাচিত হোৱা গোহাঁইক বিজেপি দলৰ প্ৰাৰ্থী হিচাপে দলে প্ৰক্ষেপ কৰিবনে তাক লৈয়ো দলৰ মজিয়াত চৰ্চা চলিছে।

১৯৯১ চনৰে পৰা বিজেপি সাংসদ হিচাপে নিজৰ ৰাজনৈতিক জীৱন আৰম্ভ কৰি শেহতীয়াকৈ যৌন কেলেংকাৰিত অভিযুক্ত হোৱা গোহাঁইৰ আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে ২৭ বছৰীয়া গেৰুৱা ৰাজনৈতিক জীৱনৰ যৱনিকা পৰিব নেকি সেয়া লক্ষণীয় হৈ পৰিছে?

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm
দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

September 18, 2025 8:31 pm
কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

September 18, 2025 8:29 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm
দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd