ঈশান উদয় আঁচনিৰ ধন আত্মসাৎ মহাবিদ্যালয়ৰ অধ্যক্ষৰ

নিজৰ পত্নী, গাড়ীচালক, আত্মীয় আৰু ভুৱা শিক্ষাৰ্থীৰ নাম ব্যৱহাৰ কৰি এই ধন আত্মসাৎ কৰে কলংকিত অধ্যক্ষজনে৷