• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, August 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

তিনি পইণ্ট অৰ্জনৰ লক্ষ্যৰে আজি জামছেদপুৰ এফ চিৰ বিৰুদ্ধে নামিব নৰ্থ-ইষ্ট য়ুনাইটেড

এন ই নাও নিউজ by এন ই নাও নিউজ
December 18, 2020 1:12 pm
1.1k
VIEWS
Share on FacebookShare on Twitter

ইণ্ডিয়ান চুপাৰ লীগত এই পৰ্যন্ত অপৰাজিত হৈ ৰোৱা নৰ্থ-ইষ্ট য়ুনাইটেডে আজি জামছেদপুৰ এফ চিৰ বিৰুদ্ধে খেলপথাৰত অৱতীৰ্ণ হ’ব।

‘দলে আৰু বিচাৰে। আমি যিটো স্থানত আছো তাক লৈ আমি সন্তুষ্ট নহয়’, নৰ্থ-ইষ্ট য়ুনাইটেড এফ চিৰ প্ৰশিক্ষক জেৰাৰ্ড নুছে বৃহস্পতিবাৰে ভাৰ্চুৱেলযোগে আয়োজিত সংবাদমেলত এইদৰে কয়।

তেওঁ লগতে কয়, ‘আমি যোৱা ছখন মেচত অপৰাজিত হৈ আছো। কিন্তু আমি শুকুৰবাৰৰ মেচখনত সম্পূৰ্ণ তিনি পইণ্ট অৰ্জনৰ লক্ষ্য বান্ধি লৈছো’।

উল্লেখ্য যে নৰ্থ-ইষ্ট য়ুনাইটেডে এই পৰ্যন্ত খেলা ছখন মেচৰ দুখনত বিজয়ী আৰু চাৰিখনত ড্ৰ খেলিবলৈ সক্ষম হৈছে।

বৰ্তমান দলটোৱে ১০ পইণ্টেৰে তালিকাৰ চুৰ্থ স্থানত আছে।

ইফালে জামছেদপুৰ এফ চিয়েও এই পৰ্যন্ত ছখন মেচ খেলিছে কিন্তু দলটোৰ প্ৰদৰ্শন খুব এটা সন্তোষজনক নহয়।

দলটোৱে এই পৰ্যন্ত এখনত জয়, চাৰিখন ড্ৰ আৰু এখনত পৰাস্ত হৈ মুঠ ৭ পইণ্ট সংগ্ৰহ কৰি তালিকাৰ সপ্তম স্থানত আছে।

Recent News

উত্তৰাখণ্ডৰ পাছত হিমাচলতো বানৰ প্ৰাদুৰ্ভাৱ, জাহ গ’ল দলং! ৪০০ পৰ্যটকক জিপলাইনেৰে উদ্ধাৰ

উত্তৰাখণ্ডৰ পাছত হিমাচলতো বানৰ প্ৰাদুৰ্ভাৱ, জাহ গ’ল দলং! ৪০০ পৰ্যটকক জিপলাইনেৰে উদ্ধাৰ

অসমৰ ভাৰতীয় বন সেৱাৰ বিষয়া এম কে যাদৱৰ বিৰুদ্ধে বনাঞ্চলত অবৈধ নিৰ্মাণকাৰ্যৰ গুৰুতৰ অভিযোগ

অসমৰ ভাৰতীয় বন সেৱাৰ বিষয়া এম কে যাদৱৰ বিৰুদ্ধে বনাঞ্চলত অবৈধ নিৰ্মাণকাৰ্যৰ গুৰুতৰ অভিযোগ

৫৬ ইঞ্চিৰ বুকুৱে এতিয়া কি ক’ব? ট্ৰাম্পে ৫০ শতাংশ শুল্ক আৰোপ কৰাৰ পাছতে মোদীক সমালোচনা ৰাহুল গান্ধীৰ

৫৬ ইঞ্চিৰ বুকুৱে এতিয়া কি ক’ব? ট্ৰাম্পে ৫০ শতাংশ শুল্ক আৰোপ কৰাৰ পাছতে মোদীক সমালোচনা ৰাহুল গান্ধীৰ

বেজীবিহীন টিকাকৰণৰ নতুন পথ: দাঁতৰ ফ্লছৰ জৰিয়তে ভেকচিন প্ৰদানৰ গৱেষণা

বেজীবিহীন টিকাকৰণৰ নতুন পথ: দাঁতৰ ফ্লছৰ জৰিয়তে ভেকচিন প্ৰদানৰ গৱেষণা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd