• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অমিক্ৰনৰ পিছত এইবাৰ কোভিডৰ নতুন প্ৰজাতি “ফ্লোৰোনা”,ইজৰাইলত চিনাক্ত প্ৰথমগৰাকী ৰোগী

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
January 1, 2022 5:25 pm
213
VIEWS
Share on FacebookShare on Twitter

অমিক্ৰনৰ পিছত এইবাৰ কোভিডৰ নতুন প্ৰজাতি “ফ্লোৰোনা” ৰ উৎপত্তি!

বিশ্বৰ ১০০ খনৰো অধিক দেশত কোভিডৰ দক্ষিণ আফ্ৰিকাৰ প্ৰজাতি অমিক্ৰনে ত্ৰাসৰ সৃষ্টি কৰাৰ সময়তে কোভিডৰ নতুন প্ৰজাতি “ফ্লোৰোনা” ই নতুন আতংকৰ সৃষ্টি কৰিছে।

ইজৰাইলত “ফ্লোৰোনা” ৰ প্ৰথমটো ঘটনা চিনাক্ত হৈছে। “ফ্লোৰোনা” কোভিড আৰু ইনফ্লুৱেঞ্জাৰ মিশ্ৰিত সংক্ৰমণ বুলি বিজ্ঞানীসকলে প্ৰকাশ কৰিছে।

ইফালে, ইজৰাইলৰ চৰকাৰে দেশ খনত কোভিডৰ বিৰুদ্ধে চতুৰ্থ ভেকছিন বুষ্টাৰ ডজ প্ৰদানৰ কাম আৰম্ভ কৰিছে।

স্বাস্থ্য মন্ত্ৰালয়ৰ মহা নিৰ্দেশক নাচমান এছে আজি অমিক্ৰন সংক্ৰমণৰ ঢৌৰ বাবে ৰোগ প্ৰতিৰোধৰ শক্তি কম থকা লোকসকলৰ বাবে বুষ্টাৰ ডজ প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি প্ৰকাশ কৰে।

ইজৰাইলত কালি প্ৰায় ৫ হাজাৰ লোক কোভিডত আক্ৰান্ত হৈছে।

কোভিডৰ নতুন প্ৰজাতি “ফ্লোৰোনা” ৰ লক্ষণসমূহ কোভিডৰ আন প্ৰজাতিৰ দৰেই যদিও “ফ্লোৰোনা” ত আক্ৰান্ত হোৱা জনৰ দেহত ইনফ্লুৱেঞ্জাৰ লক্ষণেও দেখা দিয়ে।

Recent News

ওড়িশাৰ পিছত এইবাৰ উত্তৰ প্ৰদেশত… নয়ডাৰ এখন কলেজত চিকিৎসা বিজ্ঞানৰ ছাত্ৰীৰ আত্ম*হনন

ওড়িশাৰ পিছত এইবাৰ উত্তৰ প্ৰদেশত… নয়ডাৰ এখন কলেজত চিকিৎসা বিজ্ঞানৰ ছাত্ৰীৰ আত্ম*হনন

বজালীত লোমহৰ্ষক ঘটনা : প্ৰাক্তন প্ৰেমিকে ধৰ্ষণ কৰি হত্যা কৰিলে ১৯ বছৰীয়া যুৱতীক

বজালীত লোমহৰ্ষক ঘটনা : প্ৰাক্তন প্ৰেমিকে ধৰ্ষণ কৰি হত্যা কৰিলে ১৯ বছৰীয়া যুৱতীক

যৌন সম্পৰ্ক স্থাপন কৰি ব্লেকমেইল; ৯ বৌদ্ধ সন্যাসীৰ পৰা কোটি কোটি টকা সৰকালে সুন্দৰীয়ে!

যৌন সম্পৰ্ক স্থাপন কৰি ব্লেকমেইল; ৯ বৌদ্ধ সন্যাসীৰ পৰা কোটি কোটি টকা সৰকালে সুন্দৰীয়ে!

চূড়ান্ত অনুমোদন লাভ কৰা নাই কুলশী জলবিদ্যুৎ প্ৰকল্পই! ঘোষণা অসম চৰকাৰৰ

চূড়ান্ত অনুমোদন লাভ কৰা নাই কুলশী জলবিদ্যুৎ প্ৰকল্পই! ঘোষণা অসম চৰকাৰৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd