• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শোকস্তব্ধ ইছৰো, হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু চন্দ্ৰযান ৩ৰ সৈতে জড়িত বিজ্ঞানীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 4, 2023 9:15 am
17k
VIEWS
Share on FacebookShare on Twitter

শেহতীয়াকৈ ইছৰোৱে কেইবাটাও গুৰুত্বপূৰ্ণ ৰকেট নিক্ষেপ কৰিছে। মহাকাশলৈ বাণিজ্যিক উপগ্ৰহ প্ৰেৰণ কৰাৰ পৰা চন্দ্ৰযান ৩ বা আদিত্য এল ১ লৈকে ইছৰ’ৰ বিজ্ঞানীসকল ব্যস্ত। এই যিকোনো ৰকেট লঞ্চৰ আটাইতকৈ স্মৰণীয় মুহূৰ্তটো হ’ল চূড়ান্ত কাউণ্টডাউন। সেই কাউণ্টডাউনৰ দায়িত্বত থকা বিজ্ঞানীজনৰ দেওবাৰে মৃত্যু হয়।

চন্দ্ৰযান ৩ মিছনৰ উৎক্ষেপনৰ কাউন্টডাউন কৰা এন বলৰামথীৰ কালি হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয়। তেওঁৰ বয়স আছিল ৬৪ বছৰ।

লগতে পঢ়ক: ইউৰোপৰ সৰ্বোচ্চ শৃংগ মণ্ট ব্লাংক জয় কৰিলে অসমৰ পৰ্বতাৰোহী মনীষ ডেকাই

ইয়াৰ পূৰ্বে যোৱা ১৪ জুলাইত চন্দ্ৰযান ৩ উৎক্ষেপণৰ সময়ত শ্ৰীহৰিকোটাৰ কমাণ্ড চেণ্টাৰৰ পৰা শেষবাৰৰ বাবে তেওঁ কাউণ্টডাউন কৰিছিল। ইয়াৰ আগতে তেওঁ নিয়মিতভাৱে ইছৰোৰ বিভিন্ন উৎক্ষেপণৰ পূৰ্বে চূড়ান্ত কাউণ্টডাউন কৰিছিল। কিন্তু ভৱিষ্যতে ইছৰোৰ কোনো মিছনৰ আৰম্ভণিতে আৰু তেওঁৰ কণ্ঠ শুনা নাযাব।

লগতে পঢ়ক: চন্দ্ৰৰ মাটি এৰি শূন্যলৈ উৰিল বিক্ৰম, তাৰ পিছত দ্বিতীয়টো সফল অৱতৰণ চন্দ্ৰযান-৩ লেণ্ডাৰৰ

২০২৩ চনত এতিয়ালৈকে ইছৰ’ৱে প্ৰায় প্ৰতিমাহে মহাকাশলৈ কোনো নহয় কোনো ৰকেট নিক্ষেপ কৰি আহিছে। ইণ্টাৰনেটৰ যুগত সেই লঞ্চসমূহ টিভি, ইউটিউব বা বিভিন্ন ছ’চিয়েল মিডিয়া প্লেটফৰ্মত লাইভ সম্প্ৰচাৰ কৰা হয়। লাখ লাখ মানুহে সেই সকলোবোৰ লঞ্চ আগ্ৰহেৰে চাই গৌৰৱ অনুভৱ কৰে। সেই গৌৰৱৰ ‘কণ্ঠ’ আছিল বলৰামথী। তেওঁৰ কণ্ঠত লঞ্চৰ চূড়ান্ত কাউণ্টডাউন মানুহৰ মনত খোদিত হৈ ৰৈছে।

The voice of Valarmathi Madam will not be there for the countdowns of future missions of ISRO from Sriharikotta. Chandrayan 3 was her final countdown announcement. An unexpected demise . Feel so sad.Pranams! pic.twitter.com/T9cMQkLU6J

— Dr. P V Venkitakrishnan (@DrPVVenkitakri1) September 3, 2023

বলৰামথীয়ে ১৯৮৪ চনত ইছৰোত যোগদান কৰে। ২০১৫ চনত তামিলনাডু চৰকাৰে তেওঁক আব্দুল কালাম বঁটাৰে সন্মানিত কৰে। তেওঁ RISAT 1 প্ৰকল্পৰ সঞ্চালকো আছিল। ২০১২ চনত মহাকাশলৈ এই উপগ্ৰহটো সফলতাৰে উৎক্ষেপণ কৰা হৈছিল। ই আছিল প্ৰথমটো থলুৱাভাৱে নিৰ্মিত ৰাডাৰ ইমেজিং উপগ্ৰহ। তদুপৰি তেওঁ INSAT 2A, IRS IC, IRS ID, TESকে ধৰি কেইবাটাও প্ৰকল্পৰ সৈতে জড়িত আছিল।

🚨Senior scientist of #ISRO
Smt. N. Valarmathi passes away , aged 64 yrs !😔

1/n
🔴She was best known for her mission countdown at almost every @isro Launches !

🔴 She was project director of RISAT-1, India's first indigenously-developed Radar Imaging Satellite. pic.twitter.com/OkbA76ehG9

— KRISHNENDU GOSWAMI (@KRIGOS02) September 3, 2023

১৯৫৯ চনৰ ৩১ জুলাইত তামিলনাডুৰ আৰিয়ালুৰত বলৰামথীৰ জন্ম হৈছিল। তেওঁ নিৰ্মলা বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অধ্যয়ন কৰিছিল। ইয়াৰ পিছত তেওঁ কইম্বাটুৰৰ চৰকাৰী প্ৰযুক্তি মহাবিদ্যালয়ত উচ্চ শিক্ষাৰ বাবে নামভৰ্তি কৰে। পৰৱৰ্তী সময়ত আন্নাই বিশ্ববিদ্যালয়ৰ পৰা ইলেক্ট্ৰনিক্স আৰু যোগাযোগ বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল।

Recent News

ভাৰত-পাক যুদ্ধৰ উত্তেজনা : ১৪ মে’লৈকে বন্ধ থাকিব ভাৰতৰ ২৪ টা বিমান বন্দৰ

ভাৰত-পাক যুদ্ধৰ উত্তেজনা : ১৪ মে’লৈকে বন্ধ থাকিব ভাৰতৰ ২৪ টা বিমান বন্দৰ

আক্ৰমণৰ বাবে যাত্ৰীবাহী বিমানক ঢাল হিচাপে ব্যৱহাৰ কৰিছে পাকিস্তানে : উইং কমাণ্ডাৰ ব্যোমিকা সিং

আক্ৰমণৰ বাবে যাত্ৰীবাহী বিমানক ঢাল হিচাপে ব্যৱহাৰ কৰিছে পাকিস্তানে : উইং কমাণ্ডাৰ ব্যোমিকা সিং

ব্লেক আউটেও ৰখাব নোৱাৰিলে বিয়া : অন্ধকাৰতেই সাত জনম একেলগে থকাৰ পণ ল’লে যোধপুৰৰ দম্পতীয়ে

ব্লেক আউটেও ৰখাব নোৱাৰিলে বিয়া : অন্ধকাৰতেই সাত জনম একেলগে থকাৰ পণ ল’লে যোধপুৰৰ দম্পতীয়ে

৪০০ ড্ৰোণেৰে ভাৰতৰ ৩৭ টা স্থানত আক্ৰমণৰ পৰিকল্পনা পাকিস্তানৰ : বায়ুসেনাই আকাশতে নিষ্ক্ৰিয় কৰিলে আটাইবোৰ ড্ৰোণ

৪০০ ড্ৰোণেৰে ভাৰতৰ ৩৭ টা স্থানত আক্ৰমণৰ পৰিকল্পনা পাকিস্তানৰ : বায়ুসেনাই আকাশতে নিষ্ক্ৰিয় কৰিলে আটাইবোৰ ড্ৰোণ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd