• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

২০২০ বৰ্ষৰ শুভ আৰম্ভণি; ইছৰোই সফলতাৰে উৎক্ষেপন কৰিলে জি-ছেট-৩০ উপগ্ৰহ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 18, 2020 10:18 am
ISRO story

মহাকাশলৈ উৎক্ষেপনৰ সময়ত জি-ছেট-৩০ উপগ্ৰহটো

1.4k
VIEWS
Share on FacebookShare on Twitter

ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰোই শুকুৰবাৰে ২০২০ বৰ্ষৰ প্ৰথমটো পদক্ষেপ হিচাপে সফলতাৰে জি-ছেট-৩০ উপগ্ৰহ মহাকাশলৈ উৎক্ষেপন কৰে।

দূৰদৰ্শনৰ সম্প্ৰচাৰ, উপগ্ৰহীয় বাতৰি সংগ্ৰহ আৰু মূলত যোগাযোগ ব্যৱস্থাৰ ক্ষেত্ৰত এই উপগ্ৰহই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি ইছৰোই প্ৰকাশ কৰে।

ইউৰোপীয় বাণিজ্যিক উৎক্ষেপক এৰিয়েন স্পেচৰ জৰিয়তে জি-ছেট-৩০ উপগ্ৰহটো উৎক্ষেপন কৰা হয়।

উল্লেখযোগ্য যে, ইছৰোৰ অধ্যক্ষ কে শিৱানে ইংৰাজী নৱ বৰ্ষৰ পহিলা দিনটোতে ২০২০ চনত ইছৰোৰ ভালেমান গুৰুত্বপূৰ্ণ পৰিকল্পনাৰ বিষয়ে ৰাজহুৱা কৰিছিল।

শিৱানে তামিলনাডুৰ থুথুকুড়ীত নতুন মহাকাশ বন্দৰ প্ৰস্তুত কৰা হ’ব বুলি উল্লেখ কৰাৰ লগতে চন্দ্ৰযান-৩ৰ বাবেও ইছৰোই ২০২০ বৰ্ষত প্ৰস্তুতি আৰম্ভ কৰিব বুলি জনিবলৈ দিছিল।

আনহাতে, ২০২০ বৰ্ষত গগনযানৰ বাবে বাচনি কৰা চাৰিগৰাকী মহাকাশচাৰীক প্ৰশিক্ষণৰ বাবে পঠোৱা হ’ব বুলিও মত প্ৰকাশ কৰিছিল।

উল্লেখযোগ্য যে, ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই বিগত সময়ছোৱাত সফলতাৰে উপগ্ৰহ উৎক্ষেপনৰ ক্ষেত্ৰত অভিলেখ গঢ়িবলৈ সক্ষম হৈছে।

Recent News

পাকিস্তানে মুকলি কৰিলে আকাশমাৰ্গ, যুদ্ধ বিৰতিৰ পাছতে তৎপৰ পাকিস্তান

পাকিস্তানে মুকলি কৰিলে আকাশমাৰ্গ, যুদ্ধ বিৰতিৰ পাছতে তৎপৰ পাকিস্তান

আনুষ্ঠানিকভাবে যুদ্ধবিৰতি ঘোষণা কৰিলে ভাৰত-পাকিস্তানে

আনুষ্ঠানিকভাবে যুদ্ধবিৰতি ঘোষণা কৰিলে ভাৰত-পাকিস্তানে

ভাৰত-পাকিস্তান যুদ্ধৰ সম্ভাৱনা! টেৰিটৰিয়েল আৰ্মীত কি ভূমিকা হ’ব শচীন-ধোনী-নীৰজৰ? 

ভাৰত-পাকিস্তান যুদ্ধৰ সম্ভাৱনা! টেৰিটৰিয়েল আৰ্মীত কি ভূমিকা হ’ব শচীন-ধোনী-নীৰজৰ? 

উত্তেজনাৰ মাজতে যুদ্ধবিৰতিৰ বাবে সন্মতি ভাৰত আৰু পাকিস্তানৰ- ঘোষণা ট্ৰাম্পৰ, আনুষ্ঠানিক ঘোষণা কৰা নাই ভাৰতে

উত্তেজনাৰ মাজতে যুদ্ধবিৰতিৰ বাবে সন্মতি ভাৰত আৰু পাকিস্তানৰ- ঘোষণা ট্ৰাম্পৰ, আনুষ্ঠানিক ঘোষণা কৰা নাই ভাৰতে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd