• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পুনৰ ইছৰোৰ মহাকাশ অভিযান; লকডাউনৰ পাছত আজি উৎক্ষেপন কৰিব নতুন উপগ্ৰহ

এন ই নাও নিউজ by এন ই নাও নিউজ
November 7, 2020 8:50 am
746985-isro

প্ৰতিনিধিত্বমূলক ফাইল ফটো।

349
VIEWS
Share on FacebookShare on Twitter

মহাকাশত পুনৰ উপগ্ৰহ পঠাবলৈ সাজু হৈছে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰো। কৰ’না পৰিস্থিতিত আন সংস্থাসমূহৰ দৰে ইছৰোৰো কামকাজ বন্ধ হৈ পৰিছিল।

শনিবাৰে পুনৰ ইছৰোই আৰম্ভ কৰিব নতুন অভিযান। সংস্থাটোৱে পিএছএলভি ৰকেটত EOS01 নামৰ পৃথিৱী পৰ্যবেক্ষনকাৰী উপগ্ৰহটো মহাকাশলৈ প্ৰেৰণ কৰাৰ বাবে সাজু হৈছে।

বাতৰি অনুসৰি, আজি আবেলি ৩বাজি ২মিনিটত চেন্নাইৰ সমীপৰ শ্ৰীহৰিকটাৰ সতীশ ধাৱান চেন্টাৰৰ পৰা পিএছএলভি ৰকেটটো উৎক্ষেপন কৰা হ’ব।

অৱশ্যে, কেবল ভাৰতৰ EOS01উপগ্ৰহই নহয়, ইয়াৰ উপৰি ৯টা আন উপগ্ৰহও একেই ৰকেটত মহাকাশলৈ পঠিয়াব। ইয়াৰ ভিতৰত আমেৰিকাৰ ৪টা, লুক্সেমবাৰ্গৰ ৮টা আৰু লিথুৱানিয়াৰ।

ভাৰতৰ EOS01 উপগ্ৰহটো এটা কৃষি পৰ্যবেক্ষণ যান যিয়ে কৃষি, বনাঞ্চল সুৰক্ষা তথা প্ৰাকৃতিক দুৰ্যোগ মোকাবিলাৰ বাবে ব্যৱহাৰ কৰা হ’ব।

উপগ্ৰহটো দিন আৰু নিশাৰ ছবি তুলিবলৈ তথা পৰ্যবোক্ষণ চলোৱাত কাৰ্যকৰী।

এইটো ২০২০চনত ভাৰতৰ প্ৰথমটো মহাকাশ অভিযান হ’বলৈ আগবাঢ়িছে।

ইপিনে. সংক্ৰমণৰ আশংকাৰ বাবে ইয়াৰ উৎক্ষেপৰ সময়ত সংবাদমাধ্যমক দূৰত ৰখা হৈছে। সেইদৰে গেলাৰীতো দৰ্শক নাথাকিব।

Recent News

ভাৰতত নিষিদ্ধ ৰয়টাৰৰ এক্স একাউণ্ট! এই সন্দৰ্ভত কি ক’লে কেন্দ্ৰীয় চৰকাৰে

ভাৰতত নিষিদ্ধ ৰয়টাৰৰ এক্স একাউণ্ট! এই সন্দৰ্ভত কি ক’লে কেন্দ্ৰীয় চৰকাৰে

১৭ বছৰত ৪২খন বিশ্ববিদ্যালয়ত অধ্যয়ন! ২০ টা ডিগ্ৰীৰ অধিকাৰী কোন এই গৰাকী ভাৰতীয়

১৭ বছৰত ৪২খন বিশ্ববিদ্যালয়ত অধ্যয়ন! ২০ টা ডিগ্ৰীৰ অধিকাৰী কোন এই গৰাকী ভাৰতীয়

আই চি ইউত সংকটজনক অৱস্থাত অভিনেতা; কন্যাৰ অনুৰোধত আৰ্থিক সাহায্য আগবঢ়ালে কোনে?

আই চি ইউত সংকটজনক অৱস্থাত অভিনেতা; কন্যাৰ অনুৰোধত আৰ্থিক সাহায্য আগবঢ়ালে কোনে?

ষষ্ঠ অনুসূচীৰ অধীনত হিমন্ত চৰকাৰে জনজাতীয় স্বায়ত্তশাসন হৰণ কৰাৰ অভিযোগ গৌৰৱ গগৈৰ

ষষ্ঠ অনুসূচীৰ অধীনত হিমন্ত চৰকাৰে জনজাতীয় স্বায়ত্তশাসন হৰণ কৰাৰ অভিযোগ গৌৰৱ গগৈৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd