• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 22, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

উৎকট গৰমৰ প্ৰতি লক্ষ্য ৰাখি সকলো বিদ্যালয়লৈ বিশেষ নিৰ্দেশনা জাৰি, কোনখন জিলাত এই নিয়ম বান্ধি দিলে প্ৰশাসনে?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 10, 2025 1:01 pm
উৎকট গৰমৰ প্ৰতি লক্ষ্য ৰাখি সকলো বিদ্যালয়লৈ বিশেষ নিৰ্দেশনা জাৰি, কোনখন জিলাত এই নিয়ম বান্ধি দিলে প্ৰশাসনে?
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হঠাৎ বৃদ্ধি পোৱা উষ্ণতাৰ ফলত সৃষ্টি হোৱা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি যোৰহাট জিলাৰ সকলো চৰকাৰী, প্ৰাদেশিকৃত, ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানলৈ বিশেষ নিৰ্দেশনা জাৰি কৰিছে জিলাখনৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকে।

গ্ৰীষ্ম প্ৰৱাহৰ ফলত উষ্ণতা বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি যোৰহাট জিলাৰ বিদ্যালয়সমূহৰ কৰ্তৃপক্ষলৈ বহুকেইটা নিৰ্দেশনা জাৰি কৰিছে যোৰহাটৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক বুলি গগৈ ভূঞাই।

১) ৰাতিপুৱাৰ সভা : বিদ্যালয়ৰ ৰাতিপুৱাৰ সভা হয় ছাঁ থকা ঠাইত নহয় প্ৰেক্ষাগৃহ বা শ্ৰেণীকোঠাত অনুষ্ঠিত কৰিব লাগিব।

২) বহাৰ ব্যৱস্থা : ভিৰ নহ’বৰ বাবে শ্ৰেণীকোঠাত তিনিজনতকৈ অধিক ছাত্ৰ-ছাত্ৰীক এখন বেঞ্চত বহিবলৈ দিব নালাগে।

৩) খোৱাপানী :  বিদ্যালয় প্ৰশাসনে প্ৰতিটো শ্ৰেণীকোঠাৰ সন্মুখত বিশুদ্ধ আৰু নিৰাপদ খোৱাপানীৰ ব্যৱস্থা নিশ্চিত কৰিব লাগিব। সকলো ছাত্ৰ-ছাত্ৰীকে নিয়মীয়াকৈ পানী খোৱাৰ বাবে উৎসাহিত কৰিব লাগিব।

৪) বৈদ্যুতিক ফেন :  সকলো শ্ৰেণীকোঠাৰ বৈদ্যুতিক ফেন কাৰ্যক্ষম হ’ব লাগিব আৰু অকাৰ্যকৰী ফেন মেৰামতি বা সলনি কৰাৰ বাবে তাৎক্ষণিক পদক্ষেপ গ্ৰহণ কৰিব লাগিব।

৫) ইউনিফৰ্ম :  ছাত্ৰ-ছাত্ৰীসকলে বিদ্যালয়ৰ ইউনিফৰ্মত ব্লেজাৰ, কোট বা টাই পিন্ধিব নালাগে।  ছাত্ৰ-ছাত্ৰীসকলে জোতা পিন্ধি অস্বস্তি অনুভৱ কৰিলে তেওঁলোকক চেণ্ডেল পিন্ধিবলৈ দিব লাগে।

৬) মেডিকেল প্ৰট’কল :  যদি কোনো ছাত্ৰ-ছাত্ৰীয়ে উষ্ণতা বৃদ্ধিৰ বাবে অস্বস্তি অনুভৱ কৰে বা অস্বস্তিৰ লক্ষণ দেখা দিয়ে তেন্তে তেওঁলোকৰ অভিভাৱকক তৎক্ষণাত অৱগত কৰিব লাগে আৰু ওচৰৰ চিকিৎসালয়ৰ পৰা সহায়ৰ বাবে তৎকালীন ব্যৱস্থা কৰিব লাগে।

৭) বাহিৰৰ কাম-কাজৰ ওপৰত নিষেধাজ্ঞা :  অত্যন্ত গৰমৰ এই সময়ছোৱাত ছাত্ৰ-ছাত্ৰীৰ বাবে বাহিৰৰ সকলো কাম কঠোৰভাৱে পৰিহাৰ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।

৮) ৰাজপথৰ বিক্ৰেতালৈ নিষেধাজ্ঞা :  বিদ্যালয় চৌহদৰ ওচৰত কোনো ৰাজপথৰ বিক্ৰেতাক সামগ্ৰী বিক্ৰী কৰিবলৈ অনুমতি দিয়া নহ’ব আৰু বিৰতিৰ সময়ত ছাত্ৰ-ছাত্ৰীসকল বিদ্যালয় চৌহদৰ পৰা ওলাই যাব নোৱাৰিব ।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

যদি হামাছে চৰ্ত মানি নলয় তেন্তে ধ্বংস হ’ব গাজা চহৰ : ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰী  

যদি হামাছে চৰ্ত মানি নলয় তেন্তে ধ্বংস হ’ব গাজা চহৰ : ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰী  

August 22, 2025 3:46 pm
বাংলাদেশী অনুপ্ৰৱেশকাৰীক বহিষ্কাৰ কৰাৰ সন্দৰ্ভত বিহাৰৰ পৰা পশ্চিমবংগক সকীয়নি মোদীৰ

বাংলাদেশী অনুপ্ৰৱেশকাৰীক বহিষ্কাৰ কৰাৰ সন্দৰ্ভত বিহাৰৰ পৰা পশ্চিমবংগক সকীয়নি মোদীৰ

August 22, 2025 1:58 pm
ৰাস্তাৰ কুকুৰবোৰক আৱদ্ধ কৰি ৰাখিব নোৱাৰিব; উচ্চতম ন্যায়ালয়ে সলনি কৰিলে ৰায়, বান্ধি দিলে চৰ্ত!

ৰাস্তাৰ কুকুৰবোৰক আৱদ্ধ কৰি ৰাখিব নোৱাৰিব; উচ্চতম ন্যায়ালয়ে সলনি কৰিলে ৰায়, বান্ধি দিলে চৰ্ত!

August 22, 2025 1:01 pm
হিমন্ত আৰু অসম আৰক্ষীৰ মুখত চূণ সানিলে উচ্চতম ন্যায়ালয়ে! সাংবাদিক সিদ্ধাৰ্থ ভৰদাৰাজন আৰু কৰণ থাপৰক গ্ৰেপ্তাৰৰ পৰা অন্তৱৰ্তীকালীন সুৰক্ষা

হিমন্ত আৰু অসম আৰক্ষীৰ মুখত চূণ সানিলে উচ্চতম ন্যায়ালয়ে! সাংবাদিক সিদ্ধাৰ্থ ভৰদাৰাজন আৰু কৰণ থাপৰক গ্ৰেপ্তাৰৰ পৰা অন্তৱৰ্তীকালীন সুৰক্ষা

August 22, 2025 12:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যদি হামাছে চৰ্ত মানি নলয় তেন্তে ধ্বংস হ’ব গাজা চহৰ : ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰী  

যদি হামাছে চৰ্ত মানি নলয় তেন্তে ধ্বংস হ’ব গাজা চহৰ : ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰী  

August 22, 2025 3:46 pm
বাংলাদেশী অনুপ্ৰৱেশকাৰীক বহিষ্কাৰ কৰাৰ সন্দৰ্ভত বিহাৰৰ পৰা পশ্চিমবংগক সকীয়নি মোদীৰ

বাংলাদেশী অনুপ্ৰৱেশকাৰীক বহিষ্কাৰ কৰাৰ সন্দৰ্ভত বিহাৰৰ পৰা পশ্চিমবংগক সকীয়নি মোদীৰ

August 22, 2025 1:58 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd