• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

উৎকট গৰমৰ প্ৰতি লক্ষ্য ৰাখি সকলো বিদ্যালয়লৈ বিশেষ নিৰ্দেশনা জাৰি, কোনখন জিলাত এই নিয়ম বান্ধি দিলে প্ৰশাসনে?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 10, 2025 1:01 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হঠাৎ বৃদ্ধি পোৱা উষ্ণতাৰ ফলত সৃষ্টি হোৱা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি যোৰহাট জিলাৰ সকলো চৰকাৰী, প্ৰাদেশিকৃত, ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানলৈ বিশেষ নিৰ্দেশনা জাৰি কৰিছে জিলাখনৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকে।

গ্ৰীষ্ম প্ৰৱাহৰ ফলত উষ্ণতা বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি যোৰহাট জিলাৰ বিদ্যালয়সমূহৰ কৰ্তৃপক্ষলৈ বহুকেইটা নিৰ্দেশনা জাৰি কৰিছে যোৰহাটৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক বুলি গগৈ ভূঞাই।

Apply Now

১) ৰাতিপুৱাৰ সভা : বিদ্যালয়ৰ ৰাতিপুৱাৰ সভা হয় ছাঁ থকা ঠাইত নহয় প্ৰেক্ষাগৃহ বা শ্ৰেণীকোঠাত অনুষ্ঠিত কৰিব লাগিব।

২) বহাৰ ব্যৱস্থা : ভিৰ নহ’বৰ বাবে শ্ৰেণীকোঠাত তিনিজনতকৈ অধিক ছাত্ৰ-ছাত্ৰীক এখন বেঞ্চত বহিবলৈ দিব নালাগে।

৩) খোৱাপানী :  বিদ্যালয় প্ৰশাসনে প্ৰতিটো শ্ৰেণীকোঠাৰ সন্মুখত বিশুদ্ধ আৰু নিৰাপদ খোৱাপানীৰ ব্যৱস্থা নিশ্চিত কৰিব লাগিব। সকলো ছাত্ৰ-ছাত্ৰীকে নিয়মীয়াকৈ পানী খোৱাৰ বাবে উৎসাহিত কৰিব লাগিব।

৪) বৈদ্যুতিক ফেন :  সকলো শ্ৰেণীকোঠাৰ বৈদ্যুতিক ফেন কাৰ্যক্ষম হ’ব লাগিব আৰু অকাৰ্যকৰী ফেন মেৰামতি বা সলনি কৰাৰ বাবে তাৎক্ষণিক পদক্ষেপ গ্ৰহণ কৰিব লাগিব।

৫) ইউনিফৰ্ম :  ছাত্ৰ-ছাত্ৰীসকলে বিদ্যালয়ৰ ইউনিফৰ্মত ব্লেজাৰ, কোট বা টাই পিন্ধিব নালাগে।  ছাত্ৰ-ছাত্ৰীসকলে জোতা পিন্ধি অস্বস্তি অনুভৱ কৰিলে তেওঁলোকক চেণ্ডেল পিন্ধিবলৈ দিব লাগে।

৬) মেডিকেল প্ৰট’কল :  যদি কোনো ছাত্ৰ-ছাত্ৰীয়ে উষ্ণতা বৃদ্ধিৰ বাবে অস্বস্তি অনুভৱ কৰে বা অস্বস্তিৰ লক্ষণ দেখা দিয়ে তেন্তে তেওঁলোকৰ অভিভাৱকক তৎক্ষণাত অৱগত কৰিব লাগে আৰু ওচৰৰ চিকিৎসালয়ৰ পৰা সহায়ৰ বাবে তৎকালীন ব্যৱস্থা কৰিব লাগে।

৭) বাহিৰৰ কাম-কাজৰ ওপৰত নিষেধাজ্ঞা :  অত্যন্ত গৰমৰ এই সময়ছোৱাত ছাত্ৰ-ছাত্ৰীৰ বাবে বাহিৰৰ সকলো কাম কঠোৰভাৱে পৰিহাৰ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।

৮) ৰাজপথৰ বিক্ৰেতালৈ নিষেধাজ্ঞা :  বিদ্যালয় চৌহদৰ ওচৰত কোনো ৰাজপথৰ বিক্ৰেতাক সামগ্ৰী বিক্ৰী কৰিবলৈ অনুমতি দিয়া নহ’ব আৰু বিৰতিৰ সময়ত ছাত্ৰ-ছাত্ৰীসকল বিদ্যালয় চৌহদৰ পৰা ওলাই যাব নোৱাৰিব ।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লুই বাৰ্জাৰ কেলেংকাৰী: আমেৰিকাত শাস্তি হ’ল, কিন্তু অসমত দহ বছৰেও শেষ নহ’ল তদন্ত

লুই বাৰ্জাৰ কেলেংকাৰী: আমেৰিকাত শাস্তি হ’ল, কিন্তু অসমত দহ বছৰেও শেষ নহ’ল তদন্ত

July 3, 2026 3:35 pm
মন্ত্ৰীৰ চাকৰ নহয় আৰক্ষী, বোম্বাই উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়ত নিৰ্বাসনৰ নিৰ্দেশ খাৰিজ

মন্ত্ৰীৰ চাকৰ নহয় আৰক্ষী, বোম্বাই উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়ত নিৰ্বাসনৰ নিৰ্দেশ খাৰিজ

July 3, 2026 3:23 pm
সন্তান জন্মৰ পাছতেই পোহৰলৈ আহিল স্বামীৰ আচৰিত পৰিচয়! স্বামী সমকামী বুলি জানি পত্নীয়ে কি কৰিলে?

সন্তান জন্মৰ পাছতেই পোহৰলৈ আহিল স্বামীৰ আচৰিত পৰিচয়! স্বামী সমকামী বুলি জানি পত্নীয়ে কি কৰিলে?

July 3, 2026 3:12 pm
মুখ্যমন্ত্ৰী বিজয়ৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰি গ্ৰেপ্তাৰ হ’ল ডি এম কেৰ বিধায়ক ৰাধাকৃষ্ণণ

মুখ্যমন্ত্ৰী বিজয়ৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰি গ্ৰেপ্তাৰ হ’ল ডি এম কেৰ বিধায়ক ৰাধাকৃষ্ণণ

July 3, 2026 3:05 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লুই বাৰ্জাৰ কেলেংকাৰী: আমেৰিকাত শাস্তি হ’ল, কিন্তু অসমত দহ বছৰেও শেষ নহ’ল তদন্ত

লুই বাৰ্জাৰ কেলেংকাৰী: আমেৰিকাত শাস্তি হ’ল, কিন্তু অসমত দহ বছৰেও শেষ নহ’ল তদন্ত

July 3, 2026 3:35 pm
মন্ত্ৰীৰ চাকৰ নহয় আৰক্ষী, বোম্বাই উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়ত নিৰ্বাসনৰ নিৰ্দেশ খাৰিজ

মন্ত্ৰীৰ চাকৰ নহয় আৰক্ষী, বোম্বাই উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়ত নিৰ্বাসনৰ নিৰ্দেশ খাৰিজ

July 3, 2026 3:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd