• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জ্যোতিষীৰ আজব দাবী, ‘শনি’য়েহে নাগৰিকত্ব বিধেয়ক গৃহীত হোৱাত বাধা দি আছে

হিমন্ত বিশ্ব শৰ্মা মুখ্য মন্ত্ৰী হোৱা সম্ভৱ নহয় : জ্যোতিষী পুলিন চন্দ্ৰ দেৱ শৰ্মা

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
February 5, 2019 10:47 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম তথা উত্তৰ-পূবৰ খিলঞ্জীয়া মানুহে অস্তিত্বৰ শংকাত ভুগি প্ৰবল বিৰোধিতা কৰি থকা নাগৰিকত্ব সংশোধনী বিধেয়কখন ৰাজ্যসভাত এতিয়ালৈকে গৃহীত নোহোৱাৰ আঁৰত অদ্ভুত কাৰণ বিচাৰি উলিয়ালে গুৱাহাটীৰ এজন জ্যোতিষীয়ে।

‘বিধেয়কখন গৃহীত হোৱাত প্ৰবল বাধা আছে, আৰু সেইটো একমাত্ৰ শনিৰ কাৰণে’, কালচক্ৰ পূৰ্ণাংগ পঞ্জিকা নামেৰে এখন বৰ্ষ পঞ্জিকা উন্মোচন কৰি আজি গুৱাহাটী প্ৰেছ ক্লাবত সংবাদ মাধ্যমৰ আগত জ্যোতিষী পুলিন চন্দ্ৰ দেৱশৰ্মাই কৰিছে এই দাবী।

লগে লগে জিজ্ঞাসু সাংবাদিকৰ টিপ্পনীভৰা প্ৰশ্ন,- তেতিয়া হ’লে শনি আমাৰ কাৰণে ভাল, ভাল কাম কৰি আছে?

থতমত খোৱা জ্যোতিষীৰ উত্তৰ- ‘ভাল-বেয়া মই কোৱা নাই। কিন্তু শনিয়ে প্ৰবল বাধা দি আছে।‘

তেওঁ লগতে ভৱিষ্যৎদ্বাণী কৰে যে ২০২০ চনৰ ফেব্ৰুৱাৰিৰ পিছত বেলেগ পদ্ধতিত আগ বাঢ়ি যাব পাৰে বিধেয়কৰ কাম। অৱশ্যে নিজৰ এই মন্তব্যৰ অধিক ব্যাখ্যাৰ পৰা বিৰত থাকে জ্যোতিষীজন।

আনহাতে তেওঁৰ জ্যোতিষ গণনা মতে, হিমন্ত বিশ্ব কেতিয়াও মুখ্য মন্ত্ৰী হ’ব নোৱাৰে। ‘সেইটো ইম্পছিবল, তেওঁ মুখ্য মন্ত্ৰী হ’ব নোৱাৰে।‘ পুলিন চন্দ্ৰ দেৱশৰ্মাই কয়।

২০২০ চনৰ ফেব্ৰুৱাৰি মাহৰ পৰাহে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কিছু ভাল দিন আহিব পাৰে বুলিও দেৱশৰ্মাই সদৰী কৰে।

ইপিনে শনিৰ কাৰণেই বৰ্তমানৰ ৰাজ্য চৰকাৰত বিশৃংখলা দেখা যাব বুলি দাবী কৰে নিজকে চৰকাৰৰ ৰাজজ্যোতিষী বুলি দাবী কৰা পুলিন চন্দ্ৰ দেৱশৰ্মাই।

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বিবাহৰ সম্পৰ্কেও কেতবোৰ তাৎপৰ্য্যপূৰ্ণ মন্তব্য কৰে জ্যোতিষীজনে।

“নাৰীসংস্পৰ্শ বা নাৰীৰ লগত যদি বেছি ঘনিষ্ঠতা হয়, স্ত্ৰীশক্তিৰ সৈতে যদি ঘনিষ্ঠতা হয়, সেইটো এটা বৈবাহিক সম্বন্ধ বুলিও ক’ব পাৰি।”, শৰ্মাৰ তাৎপৰ্য্যপূৰ্ণ মন্তব্য।

“যদিওবা দুয়োটা যুগ্ম জীৱন নহয়, (সোণোৱালৰ ক্ষেত্ৰত) সেই বস্তুটো এবছৰলৈকে আছে। আমি যোৱা বছৰেই কৈছিলো যে এইটো বৈবাহিক সম্বন্ধৰ যোগ নহয়।”, সোণোৱালৰ বিবাহ-যোগৰ ক্ষেত্ৰত জ্যোতিষীজনে এইদৰে কয়।

ইয়াৰোপৰি, ভাৰতীয় ৰাজনীতিৰ প্ৰেক্ষাপট বিশ্লেষণ কৰি তেওঁ কয় যে আগন্তুক লোকসভা নিৰ্বাচনত বিজেপিৰ আসন অৱনমিত হ’ব। একেদৰে অসমতো আসন কমিব বিজেপিৰ।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মৰ্যাদাপূৰ্ণ জীৱন সাংবিধানিক অধিকাৰ! ভিক্ষাৰীসকলৰ আবাসত মানসম্পন্ন জীৱন নিশ্চিত কৰিবলৈ নির্দেশ উচ্চতম ন্যায়ালয়ৰ

মৰ্যাদাপূৰ্ণ জীৱন সাংবিধানিক অধিকাৰ! ভিক্ষাৰীসকলৰ আবাসত মানসম্পন্ন জীৱন নিশ্চিত কৰিবলৈ নির্দেশ উচ্চতম ন্যায়ালয়ৰ

September 15, 2025 3:23 pm
কৰ্মক্ষেত্ৰত যৌন নিৰ্যাতন আইনৰ পৰা বাদ ৰাজনীতিবিদ! নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

কৰ্মক্ষেত্ৰত যৌন নিৰ্যাতন আইনৰ পৰা বাদ ৰাজনীতিবিদ! নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

September 15, 2025 2:36 pm
ঝাৰখণ্ডৰ জংঘলত নিহত শীৰ্ষ মাওবাদী নেতাসহ ৩জন; মূৰৰ দাম আছিল ১ কোটি টকা

ঝাৰখণ্ডৰ জংঘলত নিহত শীৰ্ষ মাওবাদী নেতাসহ ৩জন; মূৰৰ দাম আছিল ১ কোটি টকা

September 15, 2025 1:14 pm
ৱাকফ আইনত স্থগিতাদেশ নিদিলে উচ্চতম ন্যায়ালয়ে; নিয়ন্ত্ৰণ কৰিলে জিলা দণ্ডাধীশৰ ক্ষমতা

ৱাকফ আইনত স্থগিতাদেশ নিদিলে উচ্চতম ন্যায়ালয়ে; নিয়ন্ত্ৰণ কৰিলে জিলা দণ্ডাধীশৰ ক্ষমতা

September 15, 2025 12:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৰ্যাদাপূৰ্ণ জীৱন সাংবিধানিক অধিকাৰ! ভিক্ষাৰীসকলৰ আবাসত মানসম্পন্ন জীৱন নিশ্চিত কৰিবলৈ নির্দেশ উচ্চতম ন্যায়ালয়ৰ

মৰ্যাদাপূৰ্ণ জীৱন সাংবিধানিক অধিকাৰ! ভিক্ষাৰীসকলৰ আবাসত মানসম্পন্ন জীৱন নিশ্চিত কৰিবলৈ নির্দেশ উচ্চতম ন্যায়ালয়ৰ

September 15, 2025 3:23 pm
কৰ্মক্ষেত্ৰত যৌন নিৰ্যাতন আইনৰ পৰা বাদ ৰাজনীতিবিদ! নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

কৰ্মক্ষেত্ৰত যৌন নিৰ্যাতন আইনৰ পৰা বাদ ৰাজনীতিবিদ! নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

September 15, 2025 2:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd