• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰথম মহিলা প্ৰধানমন্ত্ৰী লাভ কৰিলে ইটালীয়ে; মুছোলিনিৰ পিছত সোঁপন্থীসকলৰ প্ৰথম বিজয়

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 22, 2022 1:58 pm
প্ৰথম মহিলা প্ৰধানমন্ত্ৰী লাভ কৰিলে ইটালীয়ে; মুছোলিনিৰ পিছত সোঁপন্থীসকলৰ প্ৰথম বিজয়

ইটালীৰ নতুন প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলোনি।

100
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জৰ্জিয়া মেলোনি ইটালীৰ ৰাজনীতিত এগৰাকী সোঁপন্থী নেত্ৰী হিচাপে পৰিচিত। এইবাৰ তেওঁৰ নেতৃত্বত মিত্ৰজোঁট দেশখনৰ ৰাষ্ট্ৰীয় নিৰ্বাচনত জয়ী হৈছে।

জৰ্জিয়াক শুকুবাৰে ইটালীৰ প্ৰধানমন্ত্ৰী হিচাপে ঘোষণা কৰা হৈছে। ৪৫ বছৰীয়া জৰ্জিয়া হ’ল দেশৰ প্ৰথম গৰাকী মহিলা প্ৰধানমন্ত্ৰী। দ্বিতীয় বিশ্বযুদ্ধৰ পিছত প্ৰথমবাৰৰ বাবে দেশখনত এটা কট্টৰ সোঁপন্থী দলে চৰকাৰ গঠন কৰিছে।

যোৱা ছেপ্টেম্বৰত ইটালীত নিৰ্বাচন অনুষ্ঠিত হৈছিল। বুথ ৰিটাৰ্ণ জৰীপৰ পৰা এইটো স্পষ্ট হৈছিল যে জৰ্জিয়াই জিকিবলৈ গৈ আছে। সেইদৰেই তেওঁ এইবাৰ চৰকাৰ গঠন কৰিলে।

এই বিজয়ে ইউৰোপৰ ৰাজনৈতিক দৃশ্যপটত এক বৃহৎ পৰিৱৰ্তন আনিলে বুলি অনুমান কৰা হৈছে। যোৱা মাহত চুইডেনত কট্টৰ সোঁপন্থী দলে এখন চৰকাৰ গঠন কৰিছিল। ইটালীতো একেই ঘটনা ঘটিল।

জৰ্জিয়াৰ ‘ব্ৰাদাৰ্ছ অৱ ইটালী’য়ে ইটালীৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী চিলভিঅ’ বাৰ্লুস্কোনিৰ ‘ফৰ্জা ইটালিয়া’ আৰু মাটেও চালভিনিৰ দলৰ সৈতে মিত্ৰতা গঢ়ি তোলে। দেশখনৰ ৰাষ্ট্ৰপতি চাৰ্জিও মাট্টাৰেল্লাই জৰ্জিয়াক বিজয়ী মিত্ৰজোঁটৰ নেতা হিচাপে প্ৰধানমন্ত্ৰীৰ দায়িত্ব ল’বলৈ আহ্বান জনায়।

জৰ্জিয়াৰ কেবিনেট মন্ত্ৰীসকলে শনিবাৰে শপত গ্ৰহণ কৰিব বুলি আশা কৰা হৈছে। নিৰ্বাচনৰ ফলাফলে দেখুৱাইছে যে জৰ্জিয়া নেতৃত্বাধীন মিত্ৰজোঁটে চিনেটত ১১৪ খন আসন লাভ কৰিছে। ইটালীৰ চিনেটক সংখ্যাগৰিষ্ঠতাৰ বাবে ১০৪ খন আসনৰ প্ৰয়োজন।

ইপিনে, জৰ্জিয়া নিজেই ইউৰোপীয় ইউনিয়নত থকাৰ পক্ষপাতী নহয়। এই পৰিস্থিতিত ইটালীৰ শাসন পৰিৱৰ্তনে ইউৰোপীয় ইউনিয়নে আন এক সদস্য হেৰুৱায় নেকি তালৈ বহুতেই দৃষ্টি ৰাখিছে।

উল্লেখ্য যে ইটালী ইউৰোপীয় ইউনিয়নৰ অন্যতম প্ৰতিষ্ঠাপক দেশ। সেইদৰে, ইউৰো পৰিসৰ অঞ্চলত ইটালী হৈছে তৃতীয় সৰ্ববৃহৎ অৰ্থনীতি। অৱশ্যে, কোভিডৰ বাবে ইটালীত বৰ্তমান দেশখনৰ জিডিপিৰ ১৫০ শতাংশৰ সমান ঋণৰ বোজা আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘ভাৰতে পাৰমাণৱিক যুদ্ধৰ ভাবুকি সহ্য নকৰে’, স্বাধীনতা দিৱসৰ ভাষণত পাকিস্তানক প্ৰত্যুত্তৰ প্ৰধানমন্ত্ৰীৰ

‘ভাৰতে পাৰমাণৱিক যুদ্ধৰ ভাবুকি সহ্য নকৰে’, স্বাধীনতা দিৱসৰ ভাষণত পাকিস্তানক প্ৰত্যুত্তৰ প্ৰধানমন্ত্ৰীৰ

August 15, 2025 8:38 am
‘ঐতিহাসিক দৃষ্টান্ত’, স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ৰাষ্ট্ৰপতিৰ ভাষণত অপাৰেচন সিন্দুৰৰ মুকলি প্ৰশংসা

‘ঐতিহাসিক দৃষ্টান্ত’, স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ৰাষ্ট্ৰপতিৰ ভাষণত অপাৰেচন সিন্দুৰৰ মুকলি প্ৰশংসা

August 15, 2025 7:30 am
আজি ভাৰতৰ ৭৯ সংখ্যক স্বাধীনতা দিৱস, দেশবাসীলৈ আন্তৰিক শুভেচ্ছা

আজি ভাৰতৰ ৭৯ সংখ্যক স্বাধীনতা দিৱস, দেশবাসীলৈ আন্তৰিক শুভেচ্ছা

August 15, 2025 6:30 am
৪৫ বছৰ বয়সত গ্ৰেণ্ড শ্লেম খেলিব ভেনাছে; ৪৪ বছৰ পুৰণি অভিলেখ ভংগৰ দিশে ছেৰেনাৰ ভগ্নী!

৪৫ বছৰ বয়সত গ্ৰেণ্ড শ্লেম খেলিব ভেনাছে; ৪৪ বছৰ পুৰণি অভিলেখ ভংগৰ দিশে ছেৰেনাৰ ভগ্নী!

August 14, 2025 9:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘ভাৰতে পাৰমাণৱিক যুদ্ধৰ ভাবুকি সহ্য নকৰে’, স্বাধীনতা দিৱসৰ ভাষণত পাকিস্তানক প্ৰত্যুত্তৰ প্ৰধানমন্ত্ৰীৰ

‘ভাৰতে পাৰমাণৱিক যুদ্ধৰ ভাবুকি সহ্য নকৰে’, স্বাধীনতা দিৱসৰ ভাষণত পাকিস্তানক প্ৰত্যুত্তৰ প্ৰধানমন্ত্ৰীৰ

August 15, 2025 8:38 am
‘ঐতিহাসিক দৃষ্টান্ত’, স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ৰাষ্ট্ৰপতিৰ ভাষণত অপাৰেচন সিন্দুৰৰ মুকলি প্ৰশংসা

‘ঐতিহাসিক দৃষ্টান্ত’, স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ৰাষ্ট্ৰপতিৰ ভাষণত অপাৰেচন সিন্দুৰৰ মুকলি প্ৰশংসা

August 15, 2025 7:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd