• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰথম মহিলা প্ৰধানমন্ত্ৰী লাভ কৰিলে ইটালীয়ে; মুছোলিনিৰ পিছত সোঁপন্থীসকলৰ প্ৰথম বিজয়

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 22, 2022 1:58 pm
ইটালীৰ নতুন প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলোনি।

ইটালীৰ নতুন প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলোনি।

5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জৰ্জিয়া মেলোনি ইটালীৰ ৰাজনীতিত এগৰাকী সোঁপন্থী নেত্ৰী হিচাপে পৰিচিত। এইবাৰ তেওঁৰ নেতৃত্বত মিত্ৰজোঁট দেশখনৰ ৰাষ্ট্ৰীয় নিৰ্বাচনত জয়ী হৈছে।

জৰ্জিয়াক শুকুবাৰে ইটালীৰ প্ৰধানমন্ত্ৰী হিচাপে ঘোষণা কৰা হৈছে। ৪৫ বছৰীয়া জৰ্জিয়া হ’ল দেশৰ প্ৰথম গৰাকী মহিলা প্ৰধানমন্ত্ৰী। দ্বিতীয় বিশ্বযুদ্ধৰ পিছত প্ৰথমবাৰৰ বাবে দেশখনত এটা কট্টৰ সোঁপন্থী দলে চৰকাৰ গঠন কৰিছে।

যোৱা ছেপ্টেম্বৰত ইটালীত নিৰ্বাচন অনুষ্ঠিত হৈছিল। বুথ ৰিটাৰ্ণ জৰীপৰ পৰা এইটো স্পষ্ট হৈছিল যে জৰ্জিয়াই জিকিবলৈ গৈ আছে। সেইদৰেই তেওঁ এইবাৰ চৰকাৰ গঠন কৰিলে।

Apply Now

এই বিজয়ে ইউৰোপৰ ৰাজনৈতিক দৃশ্যপটত এক বৃহৎ পৰিৱৰ্তন আনিলে বুলি অনুমান কৰা হৈছে। যোৱা মাহত চুইডেনত কট্টৰ সোঁপন্থী দলে এখন চৰকাৰ গঠন কৰিছিল। ইটালীতো একেই ঘটনা ঘটিল।

জৰ্জিয়াৰ ‘ব্ৰাদাৰ্ছ অৱ ইটালী’য়ে ইটালীৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী চিলভিঅ’ বাৰ্লুস্কোনিৰ ‘ফৰ্জা ইটালিয়া’ আৰু মাটেও চালভিনিৰ দলৰ সৈতে মিত্ৰতা গঢ়ি তোলে। দেশখনৰ ৰাষ্ট্ৰপতি চাৰ্জিও মাট্টাৰেল্লাই জৰ্জিয়াক বিজয়ী মিত্ৰজোঁটৰ নেতা হিচাপে প্ৰধানমন্ত্ৰীৰ দায়িত্ব ল’বলৈ আহ্বান জনায়।

জৰ্জিয়াৰ কেবিনেট মন্ত্ৰীসকলে শনিবাৰে শপত গ্ৰহণ কৰিব বুলি আশা কৰা হৈছে। নিৰ্বাচনৰ ফলাফলে দেখুৱাইছে যে জৰ্জিয়া নেতৃত্বাধীন মিত্ৰজোঁটে চিনেটত ১১৪ খন আসন লাভ কৰিছে। ইটালীৰ চিনেটক সংখ্যাগৰিষ্ঠতাৰ বাবে ১০৪ খন আসনৰ প্ৰয়োজন।

ইপিনে, জৰ্জিয়া নিজেই ইউৰোপীয় ইউনিয়নত থকাৰ পক্ষপাতী নহয়। এই পৰিস্থিতিত ইটালীৰ শাসন পৰিৱৰ্তনে ইউৰোপীয় ইউনিয়নে আন এক সদস্য হেৰুৱায় নেকি তালৈ বহুতেই দৃষ্টি ৰাখিছে।

উল্লেখ্য যে ইটালী ইউৰোপীয় ইউনিয়নৰ অন্যতম প্ৰতিষ্ঠাপক দেশ। সেইদৰে, ইউৰো পৰিসৰ অঞ্চলত ইটালী হৈছে তৃতীয় সৰ্ববৃহৎ অৰ্থনীতি। অৱশ্যে, কোভিডৰ বাবে ইটালীত বৰ্তমান দেশখনৰ জিডিপিৰ ১৫০ শতাংশৰ সমান ঋণৰ বোজা আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

July 10, 2026 3:38 pm
অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

July 10, 2026 2:54 pm
গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

July 10, 2026 3:38 pm
অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

July 10, 2026 2:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd