• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

লোকসভা নিৰ্বাচনৰ ফলাফল : এয়া মোদীৰ বাবে সম্ভৱ হ’ল বুলি ক’লে মুখ্য মন্ত্ৰী সোণোৱালে

এন ই নাও নিউজ by এন ই নাও নিউজ
May 23, 2019 6:48 pm
Assam CM Sonowal greets people on Eid-Ul-Fitr

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। ফাইল ফটো

3.5k
VIEWS
Share on FacebookShare on Twitter

লোকসভা নিৰ্বাচন ২০১৯’ৰ ফলাফলত এনডিএই ৫৪২ খন আসনৰ ভিতৰত ৩৩৯ খন আসনত অগ্ৰগতি লাভ কৰি নিৰংকুশ সংখ্যা গৰিষ্ঠতা লাভ কৰাটো নিশ্চিত হৈ পৰাৰ পাছত ৰাজ্যৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সদৰী কৰিছে যে ‘এই ভোট প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাবে হৈছে।‘

বৃহস্পতিবাৰে লোকসভা নিৰ্বাচনৰ ফলাফলত কংগ্ৰেছকে ধৰি আন বিৰোধী দলসমূহতকৈ বিজেপিৰ ব্যাপক অগ্ৰগতি সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সোণোৱালে তেওঁৰ টুইটাৰত প্ৰকাশ কৰিছে : ‘’এই ভোট প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাবে  হৈছে।‘’

‘’মোদী ঢৌ’’ৰ বাবে বিজয়ৰ ধাৰা সম্ভৱ হোৱাৰ কথা প্ৰকাশ কৰি সোণোৱালে টুইট কৰিছে : ‘’এয়া অভূতপূৰ্ব। আমাৰ নিৰ্বাচনী ইতিহাসত আগতে কেতিয়াও ঘটা নাই, এগৰাকী মহান নেতাৰ সপক্ষে বলা এক ঢৌৱে ৰাষ্ট্ৰীয় তথা ৰাজ্যিক নিৰ্বাচনৰ ফলাফল নিশ্চিত কৰিছে।‘’

মুখ্য মন্ত্ৰীগাৰীকয়ে লগতে বিজয়ৰ এই ধাৰাৰ বাবে দলৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহকো অভিনন্দন জনায়।

সোণোৱালে টুইট কৰিছে : ‘’মি অমিত শ্বাহজীক এই বিশাল বিজয়ৰ বাবে অভিনন্দন জনাইছো।‘’

অমিত শ্বাহৰ পৰিকল্পনা, ৰণ কৌশল আৰু কঠোৰ পৰিশ্ৰমে লোকসভা নিৰ্বাচনত দলটোৰ বিজয় সাৱ্যস্ত সহায় কৰাৰ কথা প্ৰকাশ কৰি মুখ্য মন্ত্ৰী সোণোৱালে টুইট কৰিছে : ‘’শ্বাহ’ৰ … অতি সতৰ্কী পৰিকল্পনা, প্ৰচাৰ কৌশল আৰু সাংঘাতিক পৰিশ্ৰমে বিজেপিক ইয়াৰ সমৰ্থন ধৰি ৰখাৰ লগতে নতুন নতুন অঞ্চলতো দলক ব্যাপকভাৱে সম্প্ৰসাৰিত কৰিছে।

Recent News

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd