• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গ্ৰেনেড বিস্ফোৰণৰ ঘটনা : তৃতীয়বাৰলৈ আৰক্ষীয়ে জিম্মাত ল’লে জাহ্নৱী আৰু প্ৰাণময়ক

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 31, 2019 11:23 pm
Jahnabi-Pranamoy
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মহানগৰীৰ জু-ৰ’ডৰ গুৱাহাটী চেণ্ট্ৰেলৰ সন্মুখৰ গ্ৰেনেড বিস্ফোৰণত অভিযুক্ত প্ৰাণময় ৰাজগুৰু আৰু জাহ্নৱী শইকীয়াক পুনৰ ৪ দিনৰ বাবে নিজৰ জিম্মাত লৈছে মহানগৰ আৰক্ষীয়ে।

২৭ মে’ত আৰক্ষীৰ জিম্মাৰ সময় উকলিছিল যদিও ঘটনাস্থলীলৈ অভিযুক্তক নি নক্সা প্ৰস্তুত কৰা আৰু অন্য অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ বাবে অভিযুক্ত প্ৰাণময় আৰু জাহ্নৱীক অতিৰিক্ত ৪ দিনৰ বাবে জিম্মাত বিচাৰি যুক্তি দিয়া আৰক্ষীক আদলতে আজি অনুমতি দিয়ে।

জাহ্নৱীৰ অধিবক্তা ভাস্কৰ দেৱ কোঁৱৰে সংবাদ মাধ্যমক জনায়, “জব্দ কৰা অস্ত্ৰ-শস্ত্ৰ আৰু বিস্ফোৰক ক’ৰ পৰা ক্ৰয় কৰিছিল সেই সম্পৰ্কত তদন্ত কৰিব আৰক্ষীয়ে। যিহেতু বে-আইনী কাৰ্য্যকলাপ প্ৰতিৰোধ আইনখন আছে, গতিকে ৩০ দিনলৈকে আৰক্ষী জিম্মা মানি ল’ব পাৰে।”

এই চাৰিদিনৰ ভিতৰতে জাহ্নৱী আৰু প্ৰাণময়ৰ জেৰা প্ৰক্ৰিয়া শেষ কৰিব বুলি আশা কৰে জাহ্নৱীৰ অধিবক্তাজনে।

বিস্ফোৰণটোত অভিযুক্ত বাকীকেইজন অভিযুক্তক ইতিমধ্যে জেইললৈ প্ৰেৰণ কৰা হৈছে বুলি তেওঁ উল্লেখ কৰি তেওঁ কয়, “তেওঁলোকক পৰিয়ালৰ লোকে সাক্ষাৎ কৰিব পাৰিব বুলি আদালতে অনুমতি দিছে।”

আৰক্ষীয়ে জনোৱামতে, ৩০ মে’ত আৰক্ষীয়ে ঘটনাটোৰ পটভূমি চাবৰ বাবে জাহ্নৱীৰ পাঞ্জাবাৰীৰ বাসগৃহৰ পৰা জাহ্নৱী, চিন্ময় আৰু বিজয় অসমক ঘটনাস্থলীলৈ লৈ যোৱা হৈছিল। তেতিয়াই তিনিওৱে কেমেৰাৰ সন্মুখতে কেনেদৰে গুৱাহাটী চেণ্ট্ৰেলৰ সন্মুখত গ্ৰেনেড নিক্ষেপ কৰিছিল তাৰ সবিস্তাৰ বিৱৰণ দিছিল।

তেওঁলোকৰ বিৱৰণ অনুসৰি অভিযুক্ত চিন্ময় আৰু জাহ্নৱীয়ে বিস্ফোৰণৰ পৰিকল্পনাৰে পাঞ্জাবাৰীৰ বাসগৃহৰ পৰা জাহ্নৱীয়ে ভাড়াত লোৱা স্কুটী লৈ জু-ৰ’ড অভিমুখে ৰাওনা হৈছিল। ঘটনাস্থলীৰ কিছু নিলগত অৰ্থ্যাৎ জোনালীৰ এটা এছ বি আই এ টি এমৰ সন্মুখত নমাই দিছিল জাহ্নৱীক।  জাহ্নৱীক তাতে নমাই চিন্ময়ে উঠাই লৈছিল বিজয় অসমক। তাৰ পাছত দুয়ো গুৱাহাটী চেণ্ট্ৰেলৰ সন্মুখলৈ গৈছিল। তাৰ পাছত গুৱাহাটী চেণ্ট্ৰেলৰ সন্মুখত বিজয়ক নমাই কিছু নিলগত ৰৈ আছিল চিন্ময়। গ্ৰেনেড দলিয়ায়ে উক্ত স্থানৰ পৰা আন্ধাৰৰ সুযোগ লৈ বিজয় নাৰ্ছাৰিলৈকে পলাইছিল।

বিস্ফোৰণটোৰ সৈতে জড়িত থকাৰ অভিযোগত সাতগাঁও আৰক্ষী থানাত ১৪৭/২০১৯ আৰু গীতানগৰ আৰক্ষী থানাত ২১০/২০১৯ নম্বৰত ৰুজু হোৱা গোচৰ দুটাৰ ভিত্তিতে প্ৰাণময়, জাহ্নৱী, বিজয় অসম, চিন্ময়, অমিত বল্লভ, ইন্দ্ৰমোহন আৰু শেহতীয়াকৈ সঞ্জীৱ তালুকদাৰক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

প্ৰাণময়, জাহ্নৱী, বিজয় আৰু চিন্ময় আৰু সঞ্জীৱক অধিক তথ্য উদ্ধাৰ কৰাৰ উদ্দেশ্যে আৰক্ষীৰ জিম্মাত ৰাখিছে আৰু বাকীকেইজনক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

প্ৰকৃতিৰ তাণ্ডৱ হিমাচল-উত্তৰাখণ্ডত! ডাৱৰ বিস্ফোৰণ আৰু বানপানীত মৃত্যু ৩ জনৰ

প্ৰকৃতিৰ তাণ্ডৱ হিমাচল-উত্তৰাখণ্ডত! ডাৱৰ বিস্ফোৰণ আৰু বানপানীত মৃত্যু ৩ জনৰ

September 16, 2025 11:13 am
বানৰ কবলত বিশ্বনাথ, ৫০০ৰো অধিক পৰিয়ালে হেৰুৱাই ঘৰ-বাৰী

বানৰ কবলত বিশ্বনাথ, ৫০০ৰো অধিক পৰিয়ালে হেৰুৱাই ঘৰ-বাৰী

September 16, 2025 10:38 am
কেম্পাছত তাণ্ডৱ! শিলচৰ এন আই টিৰ পৰা বহিষ্কৃত ৫ বাংলাদেশী ছাত্ৰ; এৰিব লাগিব দেশ

কেম্পাছত তাণ্ডৱ! শিলচৰ এন আই টিৰ পৰা বহিষ্কৃত ৫ বাংলাদেশী ছাত্ৰ; এৰিব লাগিব দেশ

September 16, 2025 10:32 am
মোডীৰ কৰ্পৰেট বন্ধুক মাত্ৰ ১ টকাত ১০০০ একৰ মাটি; বিহাৰত ডাবল ইঞ্জিন চৰকাৰৰ ডাবল লুট!

মোডীৰ কৰ্পৰেট বন্ধুক মাত্ৰ ১ টকাত ১০০০ একৰ মাটি; বিহাৰত ডাবল ইঞ্জিন চৰকাৰৰ ডাবল লুট!

September 16, 2025 9:19 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰকৃতিৰ তাণ্ডৱ হিমাচল-উত্তৰাখণ্ডত! ডাৱৰ বিস্ফোৰণ আৰু বানপানীত মৃত্যু ৩ জনৰ

প্ৰকৃতিৰ তাণ্ডৱ হিমাচল-উত্তৰাখণ্ডত! ডাৱৰ বিস্ফোৰণ আৰু বানপানীত মৃত্যু ৩ জনৰ

September 16, 2025 11:13 am
বানৰ কবলত বিশ্বনাথ, ৫০০ৰো অধিক পৰিয়ালে হেৰুৱাই ঘৰ-বাৰী

বানৰ কবলত বিশ্বনাথ, ৫০০ৰো অধিক পৰিয়ালে হেৰুৱাই ঘৰ-বাৰী

September 16, 2025 10:38 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd