• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ৰাজামৌলিৰ ‘RRR’ চাই মুগ্ধ কিংবদন্তি পৰিচালক জেমছ কেমেৰুন; দিলে হলিউডত ছবি নিৰ্মাণৰ প্ৰস্তাৱ!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 23, 2023 11:09 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিদেশৰ মাটিত ‘RRR’ চলচ্চিত্ৰখন এটাৰ পিছত এটা সফলতা লাভ কৰিছে। চলচ্চিত্ৰখনৰ ‘নাটু নাটু’ গানটোৱে ইতিমধ্যে গোল্ডেন গ্লোব, লছ এঞ্জেলছ ফিল্ম ক্ৰিটিক বঁটা লাভ কৰিছে। অস্কাৰৰ বাবেও চৰ্চা আৰম্ভ হৈছে।

ৰাজামৌলীৰ দীৰ্ঘদিনীয়া এটা সপোন গোল্ডেন গ্লোবৰ মঞ্চত পূৰণ হৈছে। তাতেই হলিউদৰ কিংবদন্তি পৰিচালক জেমছ কেমেৰুনক লগ পাইছিল। কেৱল সেয়াই নহয়, মাত্ৰ কেইমিনিটমানৰ সাক্ষাতত ৰাজামৌলীক ‘অৱতাৰ’, ‘টাইটানিক’ চলচ্চিত্ৰখনৰ আঁৰৰ ব্যক্তিগৰাকীয়ে হলিউডত এখন চলচ্চিত্ৰ নিৰ্মাণ কৰাৰ প্ৰস্তাৱ দিছে।

এছ এছ ৰাজামৌলীৰ দ্বাৰা পৰিচালিত ‘RRR’ ২০২২ৰ ২৫  মাৰ্চত মুক্তি দিয়া হৈছিল। ছবিখনত ৰাম চৰণ আৰু জুনিয়ৰ এনটিআৰে মুখ্য চৰিত্ৰত অভিনয় কৰিছে। বক্স অফিচত ৰেকৰ্ড ব্যৱসায় কৰাৰ পিছতো পৰিচালক এছ এছ ৰাজামৌলীৰ ছবি ‘RRR’ ক আনুষ্ঠানিকভাৱে অস্কাৰৰ (অস্কাৰ ২০২৩) বাবে নিৰ্বাচিত কৰা হোৱা নাই। অৱশ্যে, প্ৰযোজকৰ ফালৰ পৰা একাডেমীত মনোনয়ন দাখিল কৰা হৈছে। চলচ্চিত্ৰখন গোল্ডেন গ্লোবলৈও প্ৰেৰণ কৰা হৈছিল।

সুৰকাৰ এম এম কিৰাবানী আৰু গীতিকাৰ কালা ভৈৰৱী আৰু ৰাহুল চিপলিগুঞ্জৰ ‘নাটু নাটু’য়ে গোল্ডেন গ্লোবছত মূল গীতৰ শাখাত শ্ৰেষ্ঠ বঁটা লাভ কৰিছিল। তাত কেমেৰুনে ৰাজামৌলী আৰু কিৰাবানীক লগ পাইছিল।

ছবিখন আগতেই পৰিচালক আৰু সুৰকাৰৰ দ্বাৰা শ্বেয়াৰ কৰা হৈছিল। শনিবাৰে  ‘RRR’ চলচ্চিত্ৰখনৰ ভেৰিফাইড পৃষ্ঠাৰ পৰা ৰাজামৌলী আৰু কেমেৰুনৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰা হৈছে।

"If you ever wanna make a movie over here, let's talk"- #JamesCameron to #SSRajamouli. 🙏🏻🙏🏻

Here’s the longer version of the two legendary directors talking to each other. #RRRMovie pic.twitter.com/q0COMnyyg2

— RRR Movie (@RRRMovie) January 21, 2023

কেমেৰুনে এবাৰ নহয়, দুবাৰ ‘RRR’ চাইছে। তেওঁ তেওঁৰ পত্নীকো মাতি আনি চিনেমাখন দেখুৱাইছে। কিংবদন্তী পৰিচালকজনে নিজেই ৰাজামৌলী আৰু কিৰাবানীক এই বিষয়ে কৈছে। আনকি ‘নাটু নাটু’ গানটো হলিউডৰ কিংবদন্তি পৰিচালকগৰাকীয়ে বহুত ভাল পাইছে।

ৰাজামৌলীও তেওঁৰ নিজৰ আইকনৰ কথা শুনি মুগ্ধ হৈ পৰিছে। কিন্তু কেমেৰুনৰ শেষৰ কথাটো আছিল একেবাৰে স্তম্ভিত কৰা। হলিউডৰ কিংবদন্তি পৰিচালকগৰাকীয়ে যোৱাৰ আগতে কৈ গ’ল “যদি আপুনি কেতিয়াবা হলিউডত চিনেমা নিৰ্মাণ কৰিব বিচাৰে, মোৰ সৈতে কথা পাতিব”।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৭৫ বছৰ বয়সত মোদী, অৱসৰৰ জল্পনা-কল্পনা পুনৰ বাতৰিত! কি চলিছে বিজেপিৰ অভ্যন্তৰত?

৭৫ বছৰ বয়সত মোদী, অৱসৰৰ জল্পনা-কল্পনা পুনৰ বাতৰিত! কি চলিছে বিজেপিৰ অভ্যন্তৰত?

September 18, 2025 10:46 am
চৰম বিপৰ্যয়! গাজা চহৰত খাদ্য আৰু ইন্ধনৰ নাটনিৰ সতৰ্কবাণী ৰাষ্ট্ৰসংঘৰ

চৰম বিপৰ্যয়! গাজা চহৰত খাদ্য আৰু ইন্ধনৰ নাটনিৰ সতৰ্কবাণী ৰাষ্ট্ৰসংঘৰ

September 18, 2025 10:16 am
গুৱাহাটী চিটি চেণ্টাৰ জালিয়াতি কাণ্ড:  পিঠানি ভাতৃদ্বয়ৰ বিৰুদ্ধে আৰক্ষীয়ে শীঘ্ৰই দাখিল কৰিব অভিযোগনামা

গুৱাহাটী চিটি চেণ্টাৰ জালিয়াতি কাণ্ড:  পিঠানি ভাতৃদ্বয়ৰ বিৰুদ্ধে আৰক্ষীয়ে শীঘ্ৰই দাখিল কৰিব অভিযোগনামা

September 18, 2025 9:07 am
১১ বছৰৰ ভিতৰত সপ্তমবাৰৰ বাবে মুৰব্বী অবিহনে কাম কৰি আছে কেন্দ্ৰীয় তথ্য আয়োগে

১১ বছৰৰ ভিতৰত সপ্তমবাৰৰ বাবে মুৰব্বী অবিহনে কাম কৰি আছে কেন্দ্ৰীয় তথ্য আয়োগে

September 18, 2025 9:03 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৭৫ বছৰ বয়সত মোদী, অৱসৰৰ জল্পনা-কল্পনা পুনৰ বাতৰিত! কি চলিছে বিজেপিৰ অভ্যন্তৰত?

৭৫ বছৰ বয়সত মোদী, অৱসৰৰ জল্পনা-কল্পনা পুনৰ বাতৰিত! কি চলিছে বিজেপিৰ অভ্যন্তৰত?

September 18, 2025 10:46 am
চৰম বিপৰ্যয়! গাজা চহৰত খাদ্য আৰু ইন্ধনৰ নাটনিৰ সতৰ্কবাণী ৰাষ্ট্ৰসংঘৰ

চৰম বিপৰ্যয়! গাজা চহৰত খাদ্য আৰু ইন্ধনৰ নাটনিৰ সতৰ্কবাণী ৰাষ্ট্ৰসংঘৰ

September 18, 2025 10:16 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd