• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উত্তৰ-পূবত জাপানী আগমন সদায় অনুশোচনা আক্ৰান্ত

অনিৰ্বাণ ৰয় by অনিৰ্বাণ ৰয়
December 9, 2019 7:19 pm
Japanese advent in northeast always marred with regret
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যুঁজৰ কাৰণেই হওক বা বিকাশৰ বাবেই, জাপানীৰ উত্তৰ-পূব আগমন সদায় অনুশোচনাৰে আক্ৰান্ত।

জাপানী প্ৰধান মন্ত্ৰী শ্বিনজ’ আবে ১৪সংখ্যক ইণ্ড’-জাপান চামিটত ভাগ ল’বলৈ ১৫ ডিচেম্বৰত গুৱাহাটীত উপস্থিত হ’ব।

গুৱাহাটী আৰু উত্তৰ-পূবৰ বাকী অংশ বিজেপি নেতৃত্বাধীন চৰকাৰৰ নাগৰিকত্ব বিধেয়ক বলপূৰ্বক বলবৎকৰণক লৈ উচ্চস্বৰৰ প্ৰতিবাদে ছানি আছে।

বিজেপি চৰকাৰে কেব গ্ৰহণৰ বাবে আকোৰগোঁজ হৈ থকা অৱস্থাত শ্বিনজ’ আবেৰ গুৱাহাটী আগমন নিশ্চিতভাৱে “বেঠিক সময়”।

উত্তৰ-পূবত বিজেপিৰ ৰাজনীতিত কোনোপধ্যেই সুখী নহয় বুলি নতুন দিল্লীক বুজাই দিবলৈ প্ৰতিবাদকাৰীসকল আনকি হিংসাত্মক হৈ পৰিছে।

প্ৰধান মন্ত্ৰী মোদীক লাজত পেলাবলৈ আবেৰ আগমনৰ সময়ত প্ৰতিবাদকাৰীসকলে “ডাঙৰ কিবা এটা” পৰিকল্পনা কৰাৰ সকলো সম্ভাৱনা আছে।

প্ৰতিবাদকাৰীসকল যদি পৰিকল্পনাত সফল হয়, তেন্তে ই ভাৰতৰ বাবে, বিশেষকৈ প্ৰধান মন্ত্ৰী মোদীৰ বাবে এক বৃহৎ অস্বস্তিত পৰিণত হ’ব।

অসম চৰকাৰে গুৱাহাটীক কইনাৰ দৰে সজাই তুলিবলৈ এক বিস্তৃত আঁচনি যুগুত কৰিছে।

কিন্তু, গুৱাহাটীৰ সৌন্দৰ্য্যবৰ্ধনৰ চেষ্টাত প্ৰতিবাদকাৰীসকলে খোজে প্ৰতি দাগ লগাইছে।

কেববিৰোধী বৃহৎসংখ্যক গ্ৰাফিটি গুৱাহাটীজুৰি নতুনকৈ ৰং কৰা দেৱালসমূহত সোমবাৰে দেখা গৈছে।

শ্বিনজ’ আবে গুৱাহাটীত এনে প্ৰতিবাদৰ বাবে সম্ভৱ প্ৰস্তুত নহয়।

চৰকাৰে যিহেতু সমগ্ৰ গুৱাহাটীজুৰি নতুনকৈ ৰং সনা দেৱালসমূহৰ প্ৰতি ইঞ্চি সুৰক্ষা দিব নোৱাৰে, আহি থকা দিনত ৱল গ্ৰাফিটিৰ ৰূপত বহু শ্ল’গান প্ৰদৰ্শিত হোৱাৰ সম্ভাৱনা আছে।

আবেৰ ভ্ৰমণৰ সময়ত মোদীয়ে উত্তৰ-পূবত জাপানীৰ অৰ্থসাহায্যৰে চলি থকা ১২টা প্ৰকল্প (Overseas Development Assistance or ODA) প্ৰদৰ্শন কৰাৰ পৰিকল্পনা কৰিছে।

জাইকা (Japan International Cooperation Agency)ই অৰ্থযোগান ধৰা দুটা বৃহৎ প্ৰকল্প গুৱাহাটীত চলি আছে— ১১৭৮.৭৫ কোটি টকীয়া নৰ্দমা আৰু ১৪৫০ কোটি টকীয়া খোৱাপানী যোগান আঁচনি।

দুৰ্ভাগ্যজনকভাৱে, গুৱাহাটীত জাইকাৰ ১৪৫০ কোটি টকীয়া পানী যোগান প্ৰকল্পটো এক বৃহৎ দুৰ্নীতিত পৰিছে।

ইউ এছস্থিত কনছালটেণ্ট লুই বাৰ্জাৰ জৰিত থকা জাইকা-সাহায্যৰ প্ৰকল্পটোত দুৰ্নীতিত সহায় আৰু পোষকতা যোগোৱাত অসমৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা অভিযুক্ত হৈ আছে।

বৰ্তমান চি বি আয়ে ব্লেক লিষ্টেদ ইউ এছ কোম্পানি লুই বাৰ্জাৰ জৰিত গোচৰটোৰ তদন্ত চলাই আছে।

জাপানী চৰকাৰে অসমত চলি থকা প্ৰতিবাদক লৈ এতিয়াও প্ৰতিক্ৰিয়া কৰা নাই, কিন্তু ১৪সংখ্যক ইণ্ড’-জাপান চামিটৰ স্থান অন্তিম মুহূৰ্তত সলনি হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি।

সাধাৰণ ৰাইজৰ বৃহৎ প্ৰতিবাদৰ মাজত জাপানী চৰকাৰে নিশ্চয়কৈ চামিটখনত ভাগ লৈ আনন্দ নাপাব।

জাপানৰ মানুহৰ উত্তৰ-পূবৰ প্ৰতি এনেও এক কোমল দিশ আছে, আৰু তেওঁলোকে ইম্ফাল আৰু ক’হিমাৰ প্ৰাণঘাতী ৰণ নিশ্চয়কৈ পাহৰা নাই।

১৯৪৪ চনৰ ৮ মাৰ্চৰ পৰা ১৮ জুলাইৰ মাজত হোৱা ইম্ফাল আৰু ক’হিমাৰ ৰণ আছিল দ্বিতীয় বিশ্বযুদ্ধৰ এক অন্যতম ভীষণ অভিযানৰ টাৰ্নিং পইণ্ট আছিল।

উত্তৰ-পূবত জাপানীসকলৰ নিৰ্ণায়ক পৰাজয় বৃটিশ্ব আৰ্মিৰ বাবে বাৰ্মা পুনৰুদ্ধাৰৰ ক্ষেত্ৰত পিছলৈ গৈ সুচল ভূমিত পৰিণত হৈছিল।

দ্বিতীয় বিশ্বযুদ্ধত জাপানীসকলৰ উত্তৰ-পূব আগমন আজিও আনকি অনুশোচনাৰে সোঁৱৰা হয়।

শ্বিঞ্জ’ আবেয়ো তেওঁৰ প্ৰথমটো উত্তৰ-পূব ভ্ৰমণৰ বাবে অনুশোচনা কৰিব লগা নহওক, সেয়ে আশা।

অনিৰ্বাণ ৰয়

অনিৰ্বাণ ৰয়

মুখ্য সম্পাদক, নৰ্থ-ইষ্ট নাও

Stay Connected

  • 117k Fans

Recent News

মোদীৰ ভ্ৰমণৰ পূৰ্বে ভাৰত-চীনৰ সম্পৰ্ক মসৃণ কৰাৰ চেষ্টাঃ দিল্লীত ড’ভালক সাক্ষাৎ কৰিব চীনৰ বৈদেশিক মন্ত্ৰীয়ে

মোদীৰ ভ্ৰমণৰ পূৰ্বে ভাৰত-চীনৰ সম্পৰ্ক মসৃণ কৰাৰ চেষ্টাঃ দিল্লীত ড’ভালক সাক্ষাৎ কৰিব চীনৰ বৈদেশিক মন্ত্ৰীয়ে

August 13, 2025 9:10 pm
উমিয়াম হ্ৰদৰ প্ৰস্তাৱিত পঞ্চ তাৰকাযুক্ত ৰিজৰ্টৰ নিবিদা বাতিল মেঘালয় চৰকাৰৰ

উমিয়াম হ্ৰদৰ প্ৰস্তাৱিত পঞ্চ তাৰকাযুক্ত ৰিজৰ্টৰ নিবিদা বাতিল মেঘালয় চৰকাৰৰ

August 13, 2025 8:07 pm
‘তামিলনাডুৰ বাবে কি কৰিলে?’- এইদৰে কৈ ৰাজ্যপালৰ পৰা ডিগ্ৰী ল’বলৈ অস্বীকাৰ ছাত্ৰীৰ

‘তামিলনাডুৰ বাবে কি কৰিলে?’- এইদৰে কৈ ৰাজ্যপালৰ পৰা ডিগ্ৰী ল’বলৈ অস্বীকাৰ ছাত্ৰীৰ

August 13, 2025 7:38 pm
কৰ্কট ৰোগীৰ চিকিৎসা মাচুল বৃদ্ধিৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰকঃ ডি ৱাই এফ আই

কৰ্কট ৰোগীৰ চিকিৎসা মাচুল বৃদ্ধিৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰকঃ ডি ৱাই এফ আই

August 13, 2025 6:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মোদীৰ ভ্ৰমণৰ পূৰ্বে ভাৰত-চীনৰ সম্পৰ্ক মসৃণ কৰাৰ চেষ্টাঃ দিল্লীত ড’ভালক সাক্ষাৎ কৰিব চীনৰ বৈদেশিক মন্ত্ৰীয়ে

মোদীৰ ভ্ৰমণৰ পূৰ্বে ভাৰত-চীনৰ সম্পৰ্ক মসৃণ কৰাৰ চেষ্টাঃ দিল্লীত ড’ভালক সাক্ষাৎ কৰিব চীনৰ বৈদেশিক মন্ত্ৰীয়ে

August 13, 2025 9:10 pm
উমিয়াম হ্ৰদৰ প্ৰস্তাৱিত পঞ্চ তাৰকাযুক্ত ৰিজৰ্টৰ নিবিদা বাতিল মেঘালয় চৰকাৰৰ

উমিয়াম হ্ৰদৰ প্ৰস্তাৱিত পঞ্চ তাৰকাযুক্ত ৰিজৰ্টৰ নিবিদা বাতিল মেঘালয় চৰকাৰৰ

August 13, 2025 8:07 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd