মেঘালয়ৰ মন্ত্ৰী আৰু বিধায়ক সকল কোভিড-১৯ প্ৰতিৰোধী, ‘বিজয়ী আলোকচ্চিত্ৰ’ ফ্ৰেমত একগোট সকলো
মেঘালয়ৰ মন্ত্ৰী আৰু বিধায়ক সকল স্পষ্টভাৱে ক’ৰ’না ভাইৰাছ প্ৰতিৰোধী, আৰু তেওঁলোকক কোনোধৰণৰ মাস্ক পিন্ধা অথবা সামাজিক দূৰত্ব বজাই ৰখাৰ প্ৰয়োজন...
মেঘালয়ৰ মন্ত্ৰী আৰু বিধায়ক সকল স্পষ্টভাৱে ক’ৰ’না ভাইৰাছ প্ৰতিৰোধী, আৰু তেওঁলোকক কোনোধৰণৰ মাস্ক পিন্ধা অথবা সামাজিক দূৰত্ব বজাই ৰখাৰ প্ৰয়োজন...
ক’ৰ’না মহামাৰীয়ে চিকিৎসাখণ্ডক ২৪ x ৭ ঘণ্টীয়া জৰুৰী সেৱা হিচাপে সম্পূৰ্ণৰূপে পৰিগণিত কৰিছে, কিন্তু এইক্ষেত্ৰত দন্ত চিকিৎসক সকলক মদ ক্ৰয়...
প্ৰাক্তন-ভাৰতীয় সেনাৰ ‘গেং’ এটা জাল নথিৰে উজনি অসমৰ বনঘোঁৰা চোৰাং সৰবৰাহত জৰিত আছিল। এইটো প্ৰমাণ হৈছে যে ‘গেং’টোৱে নথি জাল...
হেইমনমি ছাইনাহে আজিৰ পৰা ২০ বছৰ আগতে দুয়োখন হাত নোহোৱাকৈয়ে জন্মগ্ৰহণ কৰিছিল। পৰিয়ালৰ কোনোৱে কেতিয়াও আশা কৰা নাছিল যে হেইমনমিয়ে...
যিসময়ত মেঘালয়ৰ মুখ্য মন্ত্ৰী কনৰাড কে ছাংমাক ৰাইজৰ কল্যাণৰ বাবে লোৱা ব্যৱস্থাৰ বাবে প্ৰশংসা কৰা হৈছে, সেই সময়ত তেওঁৰ জ্যেষ্ঠ...
গুৱাহাটীত স্বচক্ষে আই পি এলৰ মেচ দেখা পাম বুলি আশা পালি থকা অসমৰ ক্ৰিকেটপ্ৰেমীৰ বাবে নিৰাশা কঢ়িয়াই বিষয়টো আইনী মেৰপেঁচত...
তেইশ বছৰীয়া শান্তি প্ৰক্ৰিয়াৰ সম্পূৰ্ণ কৰাৰ সময়তে এন এছ চি এন (আই এম)য়ে দিল্লীক কঠওৰ সকীয়নি দি কৈছে,”এন আই এ’ৰ...
ত্ৰিপুৰাত ৰাবাৰ খেতি এক লাভজনক ব্যৱসায়, কিন্তু দুটা কাৰণত এই খেতিয়ে বৰ্তমানৰ ৰাজ্য চৰকাৰখনক সমস্যাত পেলাইছে – ড্ৰাগছ আৰু বেদখল।...
অসমত বিজেপিৰ মন্ত্ৰীপদ পাবলৈ জ্যেষ্ঠতা আৰু অভিজ্ঞতা কোনো ফেক্টৰ নহয়। বৰঞ্চ, বিজেপি নেতৃত্বাধীন উত্তৰ পূৰ্বাঞ্চলত জনগোষ্ঠীয় পৰিচয়েই হৈছে মন্ত্ৰিত্ব লাভৰ...
এন ডি এফ বিৰ সৈতে নতুন দিল্লীয়ে কৰিব খোজা শান্তিচুক্তি “অসমাপ্ত” হৈ ৰ’ব, যদিহে চুক্তিৰ পৰা দুৰ্ধৰ্ষ বিদ্ৰোহী জি বিদাইক...
নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd