• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ৰাবাৰ খেতিয়ে ত্ৰিপুৰাত ড্ৰাগছৰ বেপাৰ আৰু বেদখলত ‘উৎসাহ’ যোগাইছে

অনিৰ্বাণ ৰয় by অনিৰ্বাণ ৰয়
January 21, 2020 12:42 pm
প্ৰতিনিধিত্বমূলক ছবি

প্ৰতিনিধিত্বমূলক ছবি

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ত্ৰিপুৰাত ৰাবাৰ খেতি এক লাভজনক ব্যৱসায়, কিন্তু দুটা কাৰণত এই খেতিয়ে বৰ্তমানৰ ৰাজ্য চৰকাৰখনক সমস্যাত পেলাইছে – ড্ৰাগছ আৰু বেদখল।

ত্ৰিপুৰাৰ ৰাজহ মন্ত্ৰী নৰেন্দ্ৰ চন্দ্ৰ দেববৰ্মাই সোমবাৰে জনোৱা মতে ৰাজ্যখনৰ ২১,০১৯ একৰ চৰকাৰী মাটিত বেদখল হৈছে আৰু ইয়াক ৰাবাৰ খেতিত ব্যৱহাৰ কৰা হৈছে।

Apply Now

কেৰালাৰ পিছত ত্ৰিপুৰাই হৈছে ভাৰতৰ দ্বিতীয়খন বৃহৎ ৰাবাৰ উৎপাদন কৰা ৰাজ্য। ৰাজ্যখনত প্ৰায় ৯০,০০০ হেক্টৰ ভূমিত ৰাবাৰ খেতি কৰা হয়।

ক্ষুদ্ৰ ৰাজ্যখনে বছৰি প্ৰায় ৭০,০০০ টন ৰাবাৰ উৎপাদন কৰে।

বেদখলকলৈ মন্ত্ৰী দেববৰ্মা সুখি নহয়, পূৰ্বৰ বাওঁপন্থী চৰকাৰে ইয়াক উদগনি যোগাইছিল বুলি তেওঁ দাবী কৰে।

কিন্তু দেববৰ্মাই হয়তো ত্ৰিপুৰা বিধানসভাৰ সদস্যসকলক এই কথা জনাবলৈ পাহৰিল যে বহু সংখ্যক ৰাবাৰ খেতিয়কে উক্ত বেদখলকৃত ভূমিত গাঞ্জাৰ খেতি কৰি আছে।

অঞ্চলটোত ড্ৰাগছ প্ৰতিৰোধী অভিযানত নিয়োজিত হৈ থকা এনফ’ৰ্চমেণ্ট এজেঞ্চিসমূহে উত্তৰ-পূবত গাঞ্জা সহবৰাহৰ এক নতুন ট্ৰেণ্ড লক্ষ্য কৰিছে।

এই পৰ্য্যন্ত গাঞ্জা উৎপাদনৰ প্ৰধান অঞ্চল আছিল মণিপুৰ, ইয়াৰ পৰা নিয়মিতৰূপে বিহাৰ আৰু উত্তৰ প্ৰদেশলৈ গাঞ্জাৰ সৰবৰাহ হৈ আহিছিল।

কিন্তু যোৱা কিছু বছৰত তাত চলা ব্যাপক অভিযানৰ ফলত ত্ৰিপুৰা গাঞ্জা উৎপাদন আৰু সৰবৰাহৰ নতুন কেন্দ্ৰস্থললৈ পৰিণত হৈছে।

ত্ৰিপুৰাৰ পৰা চলি থকা চোৰাং সৰবৰাহৰ চক্ৰক প্ৰতিৰোধ আৰু ধ্বংস কৰাৰ বাবে ৰাজহ চোৰাংচোৱা সঞ্চালকালয় (DRI)এ শুল্ক (প্ৰতিৰোধ) বিভাগৰ ঘণিষ্ঠ সহযোগত কাম কৰি আছে।

লক্ষণীয়ভাৱে DRI আৰু শুল্ক (প্ৰতিৰোধ) বিভাগৰ অনুসন্ধানত পোহৰলৈ অহা মতে ত্ৰিপুৰাৰ বিশালগড় আৰু চেপাহীজালা জিলা দুখন গাঞ্জা উৎপাদনৰ প্ৰধান কেন্দ্ৰ।

যিহেতু সমগ্ৰ চেপাহীজালা অঞ্চলটো ডাঠ সেউজভূমি আৰু ৰাবাৰ খেতিৰে ঢাক খাই আছে গাঞ্জা বেপাৰীসকলে কাৰো চকুত নপৰাকৈ  স্থানীয় গাঁওবাসীৰ হতুৱাই গভীৰ জংঘলৰ ভিতৰত গাঞ্জাৰ খেতি কৰাইছে।

গাঞ্জা সৰবৰাহ চক্ৰই ত্ৰিপুৰাত আৰম্ভ কৰা এই নতুন অভিযানে সৰবৰাহকাৰী সকলৰ বাবে দুটা সুবিধা লৈ আনিছে।

উৎপাদন হোৱা গাঞ্জাৰ এটা ডাঙৰ অংশ বাংলাদেশলৈ সৰবৰাহ হয় যিহেতু তাত ইয়াৰ যথেষ্ট চাহিদা আছে।

দ্বিতীয়তে যিহেতু এই চক্ৰটো নতুন এনফ’ৰ্চমেণ্ট এজেঞ্চিসমূহৰ দ্বাৰা প্ৰতিবন্ধকতা সন্মুখীন হোৱাৰ সম্ভাৱনা তুলনামূলকভাৱে কম হ’ব।

আনহাতে অঞ্চলটোত গাঞ্জাৰ খেতি ধ্বংস কৰাৰ উদ্দেশ্যে তাৎক্ষণিক ব্যৱ্স্থা গ্ৰহণৰ বাব ইতিমধ্যে ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ৰ এটা দলে ৰাবাৰ বৰ্ড আৰু চেপাহীজালা জিলা প্ৰশাসনৰ যোগাযোগ কৰিছে।

 

অনিৰ্বাণ ৰয়

অনিৰ্বাণ ৰয়

মুখ্য সম্পাদক, নৰ্থ-ইষ্ট নাও

Stay Connected

  • 117k Fans

Recent News

প্ৰথম মেচৰ বিপৰ্যয়ৰ পাছত প্ৰত্যাৱৰ্তনৰ লক্ষ্য! দেওবাৰে দ্বিতীয়খন টি-২০ত আয়াৰলেণ্ডৰ সন্মুখীন হ’ব বিশ্ব চেম্পিয়ন ভাৰত

প্ৰথম মেচৰ বিপৰ্যয়ৰ পাছত প্ৰত্যাৱৰ্তনৰ লক্ষ্য! দেওবাৰে দ্বিতীয়খন টি-২০ত আয়াৰলেণ্ডৰ সন্মুখীন হ’ব বিশ্ব চেম্পিয়ন ভাৰত

June 28, 2026 5:25 pm
বিশ্বকাপৰ মাজতেই বিয়াৰ খবৰ! অৱশেষত বিবাহপাশত আৱদ্ধ হ’ব নেকি ফুটবল তাৰকা ক্ৰিষ্টিয়ানো ৰোনাল্ডো আৰু জৰ্জিনা?

বিশ্বকাপৰ মাজতেই বিয়াৰ খবৰ! অৱশেষত বিবাহপাশত আৱদ্ধ হ’ব নেকি ফুটবল তাৰকা ক্ৰিষ্টিয়ানো ৰোনাল্ডো আৰু জৰ্জিনা?

June 28, 2026 4:36 pm
ইতিহাস ৰচিলে ভাৰতীয় সেনাৰ দুই জোৱানে! ৱৰ্ল্ড ৰোৱিং কাপত ভাৰতে লাভ কৰিলে প্ৰথমটো স্বৰ্ণ পদক

ইতিহাস ৰচিলে ভাৰতীয় সেনাৰ দুই জোৱানে! ৱৰ্ল্ড ৰোৱিং কাপত ভাৰতে লাভ কৰিলে প্ৰথমটো স্বৰ্ণ পদক

June 28, 2026 3:37 pm
দৈনিক হাজিৰা কৰা লোকৰ কন্যালৈ ২০ কোটি টকাৰ আয়কৰ জাননী! তাৰপিছত কি ঘটিল?

দৈনিক হাজিৰা কৰা লোকৰ কন্যালৈ ২০ কোটি টকাৰ আয়কৰ জাননী! তাৰপিছত কি ঘটিল?

June 28, 2026 3:18 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰথম মেচৰ বিপৰ্যয়ৰ পাছত প্ৰত্যাৱৰ্তনৰ লক্ষ্য! দেওবাৰে দ্বিতীয়খন টি-২০ত আয়াৰলেণ্ডৰ সন্মুখীন হ’ব বিশ্ব চেম্পিয়ন ভাৰত

প্ৰথম মেচৰ বিপৰ্যয়ৰ পাছত প্ৰত্যাৱৰ্তনৰ লক্ষ্য! দেওবাৰে দ্বিতীয়খন টি-২০ত আয়াৰলেণ্ডৰ সন্মুখীন হ’ব বিশ্ব চেম্পিয়ন ভাৰত

June 28, 2026 5:25 pm
বিশ্বকাপৰ মাজতেই বিয়াৰ খবৰ! অৱশেষত বিবাহপাশত আৱদ্ধ হ’ব নেকি ফুটবল তাৰকা ক্ৰিষ্টিয়ানো ৰোনাল্ডো আৰু জৰ্জিনা?

বিশ্বকাপৰ মাজতেই বিয়াৰ খবৰ! অৱশেষত বিবাহপাশত আৱদ্ধ হ’ব নেকি ফুটবল তাৰকা ক্ৰিষ্টিয়ানো ৰোনাল্ডো আৰু জৰ্জিনা?

June 28, 2026 4:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd