• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দিল্লীক এন এছ চি এন (আই এম)ৰ সকীয়নি: যুদ্ধ বিৰতি প্ৰত্যাহাৰ,’হিংসাত্মক’ সশস্ত্ৰ সংগ্ৰাম আৰম্ভ কৰাৰ ভাবুকি

অনিৰ্বান ৰয় by অনিৰ্বান ৰয়
January 27, 2020 11:31 am
NSCN-IM-cadres-presenting-march-past-at-the-73rd-Naga-Independence-Day-celebration-at-Camp-Hebron-near-Dimapur-on-Wednesday.-1140x570

৭৩ তম নাগা স্বাধীনতা দিৱসত মাৰ্চপাষ্টত অংশ লোৱাৰ মুহূৰ্তত এন এছ চি এনৰৰ কেডাৰ। ফাইল ফটো: নৰ্থইষ্ট নাও

6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তেইশ বছৰীয়া শান্তি প্ৰক্ৰিয়াৰ সম্পূৰ্ণ কৰাৰ সময়তে এন এছ চি এন (আই এম)য়ে দিল্লীক কঠওৰ সকীয়নি দি কৈছে,”এন আই এ’ৰ নিৰৱিচ্ছিন্ন অত্যধিক কাৰ্যকলাপে’ তেওঁলোকক যুদ্ধ বিৰতি প্ৰত্যাহাৰ কৰি পুনৰ “হিংসাত্মক সশস্ত্ৰ সংগ্ৰাম’ আৰম্ভ কৰিবলৈ বাধ্য কৰাব পাৰে।

এন এছ চি এন (আই এম)ৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্্যালয়ে দেওবাৰে সন্ধিয়া এক প্ৰেছ বিজ্ঞপ্তি জাৰি কৰি অভিযোগ কৰে যে বিগত দুটা দশকৰ যুদ্ধ বিৰতিৰ সময়ত সুৰক্ষা বাহিনীয়ে যুদ্ধবিৰতিৰ মূল নীতিৰ ব্যাপক উলংঘন কৰিছে।

Apply Now

১৯৯৭ চনৰ পৰা শান্তি আলোচনাত থকা এন এছ চি এন (আই এম)য়ে নেশ্যনেল ইনভেষ্টিগেশ্যন এজেন্সি (এন আই এ)ৰ সন্দৰ্ভত গুৰুতৰ অভিযোগ আনিছে।

‘’বিশেষকৈ ২০১৯ৰ জুলাইত ভাৰত চৰকাৰৰ মধ্যস্থতাকাৰীয়ে সময় বান্ধি দিয়াৰ পাছৰে পৰা এন আই এয়ে ব্যাপক আৰু জোৰদাৰভাৱে কাৰ্যকলাপ চলাব লৈছে,’’-নাগা বিদ্ৰোহী গোটটোৱে দাবী কৰে।

এন এছ চি এন (আই এম)য়ে দাবী কৰিছে যে “এন আই এৰ কাৰ্যকলাপ ফ্ৰেইমৱৰ্ক এগ্ৰিমেন্টৰ নীতিৰ য’ত নাগা লোকৰ সাৰ্বভৌম অধিকাৰ ইয়াৰ জাতীয় পতাকা আৰু সংবিধান আনুষ্ঠানিকভাৱে ব্যৱহাৰ কৰাৰ কথা কোৱা আছে তাক ইচ্ছাকৃতভাৱে প্ৰত্যাখ্যান কৰিছে।‘‘

“এজেন্সিটোৱে (এন আই এ), অপৰাধীক ৰক্ষণাবেক্ষণ দিবলৈ গৈ ভাৰতৰ আইন আৰু শৃংখলা তথা নিয়মৰ দ্বাৰা এন এছ চি এনৰ সদস্যসকলৰ ওপৰত প্ৰয়োগ কৰিছএ,’’-এন এছ চি এনৰ বিজ্ঞপ্তিটোত কোৱা হয়।

এন এছ চি এন (আই এম)য়ে দাবী কৰিছে যে প্ৰেছ বিজ্ঞপ্তিটো “ৰাজনৈতিক বুজাবুজি ধ্বংস কৰি তথা এই সময়ত অবিশ্বাসৰ সৃষ্টি কৰাৰ পৰিৱৰ্তে ৰাজনৈতিক আলোচনাটো ৰক্ষা কৰাটো জৰুৰী হৈ পৰালৈ লক্ষ্য কৰি’’ জাৰি কৰা হৈছে।

বিদ্ৰোহী গোটটোৱে এন এছ চি এন (আই এম)ৰ প্ৰাক্তন কমাণ্ডাৰ ইন চীফ ফুংটিঙ শিমৰাঙৰ পত্নী এলমলা জমিৰক শেহতীয়াকৈ গ্ৰেপ্তাৰ কৰা প্ৰসংগটো দাঙি ধৰি তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।

এন এছ চি এন (আই এম)য়ে দাবী কৰিছে যে এলমলা জমিৰ এগৰাকী কেবিনেট কিলোনছেৰ (এন এছ চি এনৰ কেবিনেট মন্ত্ৰী) আৰু তেওঁৰ বিৰুদ্ধে অনা “সন্ত্ৰাসবাদক পুঁজি যোগান ধৰা’’ৰ অভিযোগ “সম্পূৰ্ণ অবাঞ্চিত আৰু আশ্চৰ্যজনক’’ বিবেচিত হৈছে।

canvas

উল্লেখযোগ্য যে এক ৰহস্যজনক পৰিস্থিতিত ফুংটিঙ শিমৰাঙ আণ্ডাৰগ্ৰাউণ্ড হৈ সমৰ্থন বিচাৰি চীন পোৱাৰ দাবীৰ পাছতে এলেমলা জমিৰৰ গ্ৰেপ্তাৰ দিল্লীৰ ফালৰ পৰা “যেনে কুকুৰ তেনে টাঙোন’’ৰ লেখীয়া আছিল।

কিন্তু এন এছ চি এন (আই এম)য়ে বেআইনী কাৰ্যকলাপ (প্ৰতিৰোধ) আইনৰ অধীনত এলেমলা জমিৰক গ্ৰেপ্তাৰ কৰা কাৰ্যক গুৰুত্ব সহকাৰে লৈছে। এলেমলাক দিল্লীৰ বিমানবন্দৰত বৃহৎ পৰিমানৰ নগদ ধনৰ সৈতে আটক কৰা হৈছিল আৰু পাছত এন আই এই গ্ৰেপ্তাৰ কৰিছিল।

নাগা বিদ্ৰোহী গোটটোৱে দাবী কৰে যে ২০০২ চনৰ ১৮ নৱেম্বৰত ইটালীৰ মিলানত ভাৰত চৰকাৰ আৰু এন এছ চি এনৰ মাজত বুজাবুজিৰ চুক্তি হৈছিল য’ত এন এছ চি এনৰ ওপৰত থকা বেআইনী কাৰ্যকলাপ (প্ৰতিৰোধ) আইন প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত লোৱা হৈছিল।

‘’আনাহতে, ভাৰত চৰকাৰৰ চোৰাংচোৱা সংস্থা বিশেষকৈ এন আই এৰ শেহতীয়া কাৰ্যকলাপে নিশ্চিতভাৱে নাগাসকলৰ তথা এন এছ চি এনৰ মনত অবিশ্বাসৰ ভাৱ সৃষ্টি কৰিছে,’’-বিদ্ৰোহী গোটটোৱে দাবী কৰে।

নতুন দিল্লীৰ বিৰুদ্ধে দুমুখীয়া নীতি গ্ৰহণ কৰাৰ অভিযোগ তুলি এন এছ চি এনে কয়,”এক গ্ৰহণযোগ্য তথা সন্মানজনক ৰাজনৈতিক সমাধানৰ দিশত ভাৰত চৰকাৰৰ নিষ্ঠাৰ ওপৰত আমাৰ সন্দেহ হৈছে।‘’

এইটো নিশ্চিত যে নতুন দিল্লীৰ আচৰণত এন এছ চি এন (আই এম) হতাশ হৈছে আৰু কথিত ৰাজনৈতিক আলোচনা কেৱল “পাৰস্পৰিক বিশ্বাস আৰু বুজাবুজিৰ’মাজেৰেহে আগবাঢ়িব পাৰে।

ইয়াৰ মাজতে, এন এছ চি এন (আই এম)য়ে যুদ্ধ বিৰতিৰ অন্ত পেলাৱলৈ সাজু হোৱা দেখা গৈছে।

থৱৰ অনুসৰি, এন এছ চি এন (আই এম)ৰ প্ৰায় ৪০০ কেডাৰ হাংশী ৰেমছন টাংখ্ৰুলৰ নেতৃত্বত ম্যানমাৰৰ ছোমৰা ট্ৰেক্টছৰ শিৱিৰত উপস্থিতি হৈছে।

অনিৰ্বান ৰয়

অনিৰ্বান ৰয়

মুখ্য সম্পাদক, নৰ্থ-ইষ্ট নাও

Stay Connected

  • 117k Fans

Recent News

কেৱল অভিযোগেই ‘অকাট্য সত্য’ নহয়! পকচো আইনক লৈ উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

কেৱল অভিযোগেই ‘অকাট্য সত্য’ নহয়! পকচো আইনক লৈ উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

September 19, 2026 6:47 pm
 ‘ধৰ্মনিৰপেক্ষতা পশ্চিমীয়া ধাৰণা, ভাৰতত ইয়াৰ প্ৰাসংগিকতা নাই’: উজ্জয়িনীত আৰএছএছ প্ৰধান মোহন ভাগৱত

 ‘ধৰ্মনিৰপেক্ষতা পশ্চিমীয়া ধাৰণা, ভাৰতত ইয়াৰ প্ৰাসংগিকতা নাই’: উজ্জয়িনীত আৰএছএছ প্ৰধান মোহন ভাগৱত

September 19, 2026 5:33 pm
পৰিৱেশ সুৰক্ষাৰ কোনো ভৌগোলিক সীমা নাই: ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণৰ সন্মিলনত মুখ্য ন্যায়াধীশ

পৰিৱেশ সুৰক্ষাৰ কোনো ভৌগোলিক সীমা নাই: ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণৰ সন্মিলনত মুখ্য ন্যায়াধীশ

September 19, 2026 4:15 pm
ৰাছিয়াক এঘৰীয়া কৰিবলৈ গৈ ভাৰতলৈ ট্ৰাম্পৰ ভাবুকি! ১০০ শতাংশ শুল্কৰ কঠোৰ বিধেয়কত স্বাক্ষৰ

ৰাছিয়াক এঘৰীয়া কৰিবলৈ গৈ ভাৰতলৈ ট্ৰাম্পৰ ভাবুকি! ১০০ শতাংশ শুল্কৰ কঠোৰ বিধেয়কত স্বাক্ষৰ

September 19, 2026 3:03 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কেৱল অভিযোগেই ‘অকাট্য সত্য’ নহয়! পকচো আইনক লৈ উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

কেৱল অভিযোগেই ‘অকাট্য সত্য’ নহয়! পকচো আইনক লৈ উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

September 19, 2026 6:47 pm
 ‘ধৰ্মনিৰপেক্ষতা পশ্চিমীয়া ধাৰণা, ভাৰতত ইয়াৰ প্ৰাসংগিকতা নাই’: উজ্জয়িনীত আৰএছএছ প্ৰধান মোহন ভাগৱত

 ‘ধৰ্মনিৰপেক্ষতা পশ্চিমীয়া ধাৰণা, ভাৰতত ইয়াৰ প্ৰাসংগিকতা নাই’: উজ্জয়িনীত আৰএছএছ প্ৰধান মোহন ভাগৱত

September 19, 2026 5:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd