• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শ্বিলঙৰ দন্ত চিকিৎসকে ৰোগীক দিলে দুই বটল সুৰা গ্ৰহণৰ উপদেশ

অনিৰ্বাণ ৰয় by অনিৰ্বাণ ৰয়
April 4, 2020 10:04 am
daru-750x375

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ক’ৰ’না মহামাৰীয়ে চিকিৎসাখণ্ডক ২৪ x ৭ ঘণ্টীয়া জৰুৰী সেৱা হিচাপে সম্পূৰ্ণৰূপে পৰিগণিত কৰিছে, কিন্তু এইক্ষেত্ৰত দন্ত চিকিৎসক সকলক মদ ক্ৰয় কৰাৰ বাবে উপদেশ দিয়াৰ বিশেষ ক্ষমতা প্ৰদান কৰা হৈছে নেকি?

যেতিয়া সামাজিক দূৰত্বক কোভিদ-১৯-ৰ সংক্ৰমণ ৰোধৰ মূল মন্ত্ৰ হিচাপে অভিহিত কৰা হৈছিল তেতিয়া দন্ত চিকিৎসক সকলে প্ৰথম সমগ্ৰ ভাৰতত কৰ্মক্ষেত্ৰৰ পৰা আঁতৰত থাকিবলগীয়া হৈছে।

Apply Now

আশ্বৰ্য্যজনকভাৱে, শ্বিলঙৰ এগৰাকী দন্ত চিকিৎসকৰ ঔষধৰ প্ৰেছক্ৰিপশ্য়ন শুকুৰবাৰৰ পৰা ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

ছ’চিয়েল মিডিয়াত জনসাধাৰণক দন্ত চিকিৎসক গৰাকীয়ে দিয়া ঔষধৰ তালিকাক লৈ ব্যস্ত থকা দেখা গ’ল কাৰণ তালিকাখনত কোনোধৰণৰ ঔষধৰ বিষয়ে  উল্লেখ কৰা হোৱা নাছিল।

ঔষধৰ তালিকাখনত দন্ত চিকিৎসক গৰাকীয়ে এগৰাকী ৬৫ বছৰীয়া লোকক শুকুৰবাৰে বিশেষ কোম্পানীৰ দুই বটল সুৰা গ্ৰহণ কৰাৰ উপদেশ দিয়ে।

তদুপৰি, চিকিৎসক গৰাকীয়ে ৰোগীজনক এদিনত তিনি পেগতকৈ অধিক সুৰা গ্ৰহণ নকৰাৰ বাবেও উপদেশ দিয়ে।

কিন্তু, এগৰাকী দন্ত চিকিৎসকে এজন ৬৫ বছৰীয়া ৰোগীক সুৰা গ্ৰহণ কৰাৰ বাবে ঔষধৰ তালিকা দিব পাৰেনে?

চিকিৎসাৰ ক্ষেত্ৰত ব্যৱহাৰ হোৱাকৈ শীঘ্ৰেই এলকহলৰ যোগান ধৰাৰ বাবে মেঘালয় চৰকাৰে ৩০ মাৰ্চত এখন জাননী জাৰি কৰিছিল।

মেঘালয়ৰ আবকাৰী বিভাগৰ উপ সচিৱ বি. ছেইমিলে চিকিৎসাখণ্ডত এলকহল উপলব্ধ কৰাৰ বাবে জাননী খন (ERTS (E) 47/2017/46 ) জাৰি কৰিছিল।

জাননীখনত উল্লেখ কৰা অনুসৰি এলকহলৰ যোগানৰ বাবে চিকিৎসকৰ অনুজ্ঞাৰ প্ৰয়োজন।

এতিয়া কথা হ’ল মেঘালয়ত দন্ত চিকিৎসক সকলক চিকিৎসা কৰ্মী হিচাপে গণ্য কৰা হয় নে?

তাৰোপৰি, ভাৰতীয় দন্ত চিকিৎসা পৰিষদে দন্ত চিকিৎসক সকলক এলকহল ঔষধ হিচাপে দিয়াৰ বাবে অনুমতি প্ৰদান কৰিছেনে?

এই সম্পৰ্কত যেতিয়া দন্ত চিকিৎসক ড০ বি পুৰুকায়স্থক যোগাযোগ কৰা হ’ল তেওঁ ৰোগী গৰাকী তেওঁৰ ভাৰাতীয়া বুলি কয়।

পুৰুকায়স্থই ৬৫ বছৰীয়া ৰোগী গৰাকীক সুৰাসক্ত বুলি উল্লেখ কৰাৰ লগতে তেওঁ সুৰা বাদ দিয়াৰ ফলত হোৱা ৰোগত ভোগা বুলি জনায়।

‘‘তেওঁ খাদ্য গ্ৰহণ কৰাত কষ্ট পাইছিল আৰু টোপনিৰ অসুবিধাত ভূগিছিল,’’ দন্ত চিকিৎসক গৰাকীয়ে নৰ্থ-ইষ্ট নাওৰ আগত জনায়।

ৰোগীগৰাকীৰ বয়সৰ প্ৰতি লক্ষ্য ৰাখি ডা০ পুৰুকায়স্থই তেওঁক সীমিত পৰিমাণত সুৰা গ্ৰহণ কৰাৰ বাবে উপদেশ দিয়া বুলিও লগতে জনায়।

উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বে কেৰালা চৰকাৰেও সুৰাক লৈ এনেধৰণৰ নিৰ্দেশ দিছিল যদিও চিকিৎসক সকলে ইয়াৰ বিৰোধিতা কৰিছিল।

সুৰা ব্য়ৱসায়ী আৰু কল্যাণ সমিতিয়ে শুকুৰবাৰে মেঘালয়ৰ মুখ্য় মন্ত্ৰী কনৰাড চাংমাক সাক্ষাৎ কৰি ৰাজ্য়খনত শীঘ্ৰেই সুৰা বিপনী সমূহ খোলাৰ অনুমতি দিয়াৰ বাবে অনুৰোধ কৰে।

অনিৰ্বাণ ৰয়

অনিৰ্বাণ ৰয়

মুখ্য সম্পাদক, নৰ্থ-ইষ্ট নাও

Stay Connected

  • 117k Fans

Recent News

আৰম্ভ হ’ল বিধানসভাৰ বাজেট অধিৱেশন, “অহা ২৫ বছৰলৈ অসমত বিজেপিৰ ভেটি লৰাব নোৱাৰে” – মুখ্যমন্ত্ৰী

আৰম্ভ হ’ল বিধানসভাৰ বাজেট অধিৱেশন, “অহা ২৫ বছৰলৈ অসমত বিজেপিৰ ভেটি লৰাব নোৱাৰে” – মুখ্যমন্ত্ৰী

July 6, 2026 3:18 pm
পাকিস্তান অধিকৃত কাশ্মীৰত পাক সেনাৰ হাতত প্ৰাণ হেৰুৱাইছে সহস্ৰাধিক লোকে; সহায় বিচাৰিলে ভাৰতৰ

পাকিস্তান অধিকৃত কাশ্মীৰত পাক সেনাৰ হাতত প্ৰাণ হেৰুৱাইছে সহস্ৰাধিক লোকে; সহায় বিচাৰিলে ভাৰতৰ

July 6, 2026 1:35 pm
বিশ্বকাপৰ পৰা ব্ৰাজিল বাহিৰ হোৱাৰ লগে লগে চকুলো টুকি আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা বিদায় ল’লে নেইমাৰে

বিশ্বকাপৰ পৰা ব্ৰাজিল বাহিৰ হোৱাৰ লগে লগে চকুলো টুকি আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা বিদায় ল’লে নেইমাৰে

July 6, 2026 12:09 pm
মুম্বাইত বৰষুণৰ তাণ্ডৱ, ১০ জনৰ মৃত্যু; ভূমিস্খলনৰ বাবে বন্ধ পুনে-মুম্বাই এক্সপ্ৰেছৱে, বন্ধ স্কুল-কলেজ

মুম্বাইত বৰষুণৰ তাণ্ডৱ, ১০ জনৰ মৃত্যু; ভূমিস্খলনৰ বাবে বন্ধ পুনে-মুম্বাই এক্সপ্ৰেছৱে, বন্ধ স্কুল-কলেজ

July 6, 2026 11:13 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আৰম্ভ হ’ল বিধানসভাৰ বাজেট অধিৱেশন, “অহা ২৫ বছৰলৈ অসমত বিজেপিৰ ভেটি লৰাব নোৱাৰে” – মুখ্যমন্ত্ৰী

আৰম্ভ হ’ল বিধানসভাৰ বাজেট অধিৱেশন, “অহা ২৫ বছৰলৈ অসমত বিজেপিৰ ভেটি লৰাব নোৱাৰে” – মুখ্যমন্ত্ৰী

July 6, 2026 3:18 pm
পাকিস্তান অধিকৃত কাশ্মীৰত পাক সেনাৰ হাতত প্ৰাণ হেৰুৱাইছে সহস্ৰাধিক লোকে; সহায় বিচাৰিলে ভাৰতৰ

পাকিস্তান অধিকৃত কাশ্মীৰত পাক সেনাৰ হাতত প্ৰাণ হেৰুৱাইছে সহস্ৰাধিক লোকে; সহায় বিচাৰিলে ভাৰতৰ

July 6, 2026 1:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd