• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মেঘালয়ৰ মন্ত্ৰী আৰু বিধায়ক সকল কোভিড-১৯ প্ৰতিৰোধী, ‘বিজয়ী আলোকচ্চিত্ৰ’ ফ্ৰেমত একগোট সকলো

অনিৰ্বাণ ৰয় by অনিৰ্বাণ ৰয়
June 19, 2020 8:52 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মেঘালয়ৰ মন্ত্ৰী আৰু বিধায়ক সকল স্পষ্টভাৱে ক’ৰ’না ভাইৰাছ প্ৰতিৰোধী, আৰু তেওঁলোকক কোনোধৰণৰ মাস্ক পিন্ধা অথবা সামাজিক দূৰত্ব বজাই ৰখাৰ প্ৰয়োজন নায়।

শুকুৰবাৰে এন পি পি নেতা ডব্লিউ আৰ খাৰলুখি ৰাজ্যসভালৈ নিৰ্বাচিত হোৱাৰ পাছত সংযুক্ত মৰ্চাৰ সদস্য সকলৰ বিজয় উদযাপনৰ আলোকচিত্ৰই মেঘালয়ৰ সকলো নাগৰিককে আচৰিত কৰি তুলিছে।

Apply Now

এখন দলীয় আলোকচ্চিত্ৰত মেঘালয়ৰ উপ-মুখ্য মন্ত্ৰী প্ৰেছট’ন টাইছঙক বিজয়ী প্ৰাৰ্থী ডব্লিউ আৰ খাৰলুখি আৰু অন্যান্য সদস্য সকলৰ সৈতে একেলগে দেখা গৈছে।

ঐতিহাসিক বিজয়ৰ আলোকচ্চিত্ৰখনত সন্মিলিত চৰকাৰখনৰ গৃহ মন্ত্ৰী লাখমেন ৰাইমবুই, বিধায়ক থমাছ চাংমা আৰু চাইনবৰ চুল্লাইকে ধৰি ভালেকেইগৰাকী নেতাক কান্ধত কান্ধ মিলাই থকা দেখা গৈছে।

যিটো সময়ত বিশ্ব স্বাস্থ্য সংস্থা আৰু স্বাস্থ্য মন্ত্ৰ্যালয়ে ক’ৰ’না মহামাৰীৰ সময়ত সামাজিক দূৰত্ব ৰক্ষা কৰি চলাটো বাধ্যতামূলক হিচাপে ঘোষণা কৰিছে তেনে সময়ত মেঘালয়ৰ ৰাজনীতিৰ এনেধৰণৰ আলোকচ্চিত্ৰ অতি দুৰ্ভাগ্যজনক।

সৌভাগ্যজনকভাৱে মেঘালয়ত ক’ৰ’না ভাইৰাছ প্ৰতিৰোধী যুঁজখনত নেতৃত্ব বহন কৰি থকা মুখ্য মন্ত্ৰী কনৰাড চাংমা আৰু স্বাস্থ্য মন্ত্ৰী  এ এল হেকক দলীয় আলোকচ্চিত্ৰখনত দেখা পোৱা নগ’ল।

ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে সমগ্ৰ বিশ্বত সামাজিক দূৰত্ব ‘নতুন স্বাভাৱিক’ হোৱাৰ সময়তে মেঘালয়ৰ ৰাজনৈতিক নেতা আৰু মন্ত্ৰী সকলে বিজয়ৰ আনন্দত আত্মহাৰা হৈ সেই কথা পাহৰি যোৱা পৰিলক্ষিত হৈছে।

‘নতুন স্বাভাৱিক’ৰ সময়ত মেঘালয়ৰ স্বাস্থ্য মন্ত্ৰী আৰু ৰাজ্যসভাৰ নিৰ্বাচিত প্ৰতিনিধি গৰাকীয়ে সামাজিক দূৰত্ব বজায় ৰখাৰ কথাটো পাহৰি যোৱাৰ লগতে মাস্ক খুলি থৈ ওচৰা-উচৰিকৈ থিয় হৈ থকা দেখা যায়।

উপ-মুখ্য মন্ত্ৰী প্ৰেছটন টায়ছঙক যদিও চাৰ্জিকেল মাস্ক পৰিধান কৰা দেখা গৈছিল তেওঁ ঐতিহাসিক আলোকচ্চিত্ৰখনৰ সময়ত সেই মাস্ক আঁতৰাই থৈ নাক উলিয়াই থোৱা দৃষ্টিগোচৰ হৈছে।

মহামাৰী আইন ১৮৯৭ অনুসৰি ৰাজহুৱা স্থানত মাস্ক পৰিধান নকৰাটো অপৰাধ বুলি ৰাজনৈতিক নেতা সকলে পাহৰি গৈছে নেকি?

এই নিয়ম সকলোৰে বাবে প্ৰযোজ্য, আৰু মন্ত্ৰী বা বিধায়ক সকলেৰ বাবেও এইক্ষেত্ৰত কোনোধৰণৰ ৰেহাই নায়।

উত্তৰাখণ্ডকে ধৰি কিছুসংখ্যক ৰাজ্যই ৰাজহুৱা স্থানত মাস্ক পৰিধান নকৰিলে ৬ মাহ জেইল অথবা ৫,০০০ টকালৈ জৰিমণাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

যদিহে কোভিড-১৯ মহামাৰীৰ সময়ত নিয়ম নিৰ্মাতা সকলে নিয়ম উলংঘা কৰে তেন্তে মেঘালয়ৰ সাধাৰণ জনজাতীয় লোক সকলে ইয়াৰ পৰা কি শিক্ষা লাভ কৰিব।

অনিৰ্বাণ ৰয়

অনিৰ্বাণ ৰয়

মুখ্য সম্পাদক, নৰ্থ-ইষ্ট নাও

Stay Connected

  • 117k Fans

Recent News

আৰম্ভ হ’ল বিধানসভাৰ বাজেট অধিৱেশন, “অহা ২৫ বছৰলৈ অসমত বিজেপিৰ ভেটি লৰাব নোৱাৰে” – মুখ্যমন্ত্ৰী

আৰম্ভ হ’ল বিধানসভাৰ বাজেট অধিৱেশন, “অহা ২৫ বছৰলৈ অসমত বিজেপিৰ ভেটি লৰাব নোৱাৰে” – মুখ্যমন্ত্ৰী

July 6, 2026 3:18 pm
পাকিস্তান অধিকৃত কাশ্মীৰত পাক সেনাৰ হাতত প্ৰাণ হেৰুৱাইছে সহস্ৰাধিক লোকে; সহায় বিচাৰিলে ভাৰতৰ

পাকিস্তান অধিকৃত কাশ্মীৰত পাক সেনাৰ হাতত প্ৰাণ হেৰুৱাইছে সহস্ৰাধিক লোকে; সহায় বিচাৰিলে ভাৰতৰ

July 6, 2026 1:35 pm
বিশ্বকাপৰ পৰা ব্ৰাজিল বাহিৰ হোৱাৰ লগে লগে চকুলো টুকি আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা বিদায় ল’লে নেইমাৰে

বিশ্বকাপৰ পৰা ব্ৰাজিল বাহিৰ হোৱাৰ লগে লগে চকুলো টুকি আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা বিদায় ল’লে নেইমাৰে

July 6, 2026 12:09 pm
মুম্বাইত বৰষুণৰ তাণ্ডৱ, ১০ জনৰ মৃত্যু; ভূমিস্খলনৰ বাবে বন্ধ পুনে-মুম্বাই এক্সপ্ৰেছৱে, বন্ধ স্কুল-কলেজ

মুম্বাইত বৰষুণৰ তাণ্ডৱ, ১০ জনৰ মৃত্যু; ভূমিস্খলনৰ বাবে বন্ধ পুনে-মুম্বাই এক্সপ্ৰেছৱে, বন্ধ স্কুল-কলেজ

July 6, 2026 11:13 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আৰম্ভ হ’ল বিধানসভাৰ বাজেট অধিৱেশন, “অহা ২৫ বছৰলৈ অসমত বিজেপিৰ ভেটি লৰাব নোৱাৰে” – মুখ্যমন্ত্ৰী

আৰম্ভ হ’ল বিধানসভাৰ বাজেট অধিৱেশন, “অহা ২৫ বছৰলৈ অসমত বিজেপিৰ ভেটি লৰাব নোৱাৰে” – মুখ্যমন্ত্ৰী

July 6, 2026 3:18 pm
পাকিস্তান অধিকৃত কাশ্মীৰত পাক সেনাৰ হাতত প্ৰাণ হেৰুৱাইছে সহস্ৰাধিক লোকে; সহায় বিচাৰিলে ভাৰতৰ

পাকিস্তান অধিকৃত কাশ্মীৰত পাক সেনাৰ হাতত প্ৰাণ হেৰুৱাইছে সহস্ৰাধিক লোকে; সহায় বিচাৰিলে ভাৰতৰ

July 6, 2026 1:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd