• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

Super-Typhoon জাপানত শক্তিশালী টাইফুন নানমাডোলৰ আতংক ; হাজাৰ হাজাৰ লোকক সুৰক্ষিত স্থানলৈ স্থানান্তৰিত

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
September 19, 2022 9:36 am
Super-Typhoon জাপানত শক্তিশালী টাইফুন নানমাডোলৰ আতংক ; হাজাৰ হাজাৰ লোকক সুৰক্ষিত স্থানলৈ স্থানান্তৰিত
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শক্তিশালী টাইফুন নানমাডোলে দেওবাৰে নিশা দক্ষিণ-পশ্চিম জাপানত প্ৰৱেশ কৰাৰ পিছতে বিভিন্ন ঠাইৰ পৰা ব্যাপক ক্ষয়-ক্ষতিৰ খবৰ আহিছে। জাপানৰ বহু ঠাইত প্ৰচণ্ড ধুমুহা আৰু মুষলধাৰ বৰষুণ আৰম্ভ হৈছে।

সোমবাৰে দুপৰীয়াৰ ভিতৰত প্ৰায় ৫০ চেণ্টিমিটাৰ (২০ ইঞ্চি) বৰষুণৰ আগজাননী দিছে স্থানীয় বতৰ বিভাগে। বানপানী আৰু ভূমিস্খলনৰ বিষয়েও সতৰ্ক কৰি দিছে স্থানীয় কৰ্তৃপক্ষই । ইতিমধ্যে সাগৰৰ কাষৰীয়া ঠাইৰ পৰা হাজাৰ হাজাৰ লোকক সুৰক্ষিত স্থানলৈ স্থানান্তৰকৰা হৈছে। অধিক ক্ষতিগ্ৰস্ত হোৱাৰ আশংকা থকা কাগোছিমাৰ ৯,০০০ৰো অধিক বাসিন্দাই চৰকাৰে স্থাপন কৰা কেন্দ্ৰত আশ্ৰয় লৈছে।

মিয়াজাকিত আন ৪,৭০০ লোকক স্থানান্তৰ কৰা হৈছে। কিউচু ইলেক্ট্ৰিক পাৱাৰ কোম্পানীয়ে কৈছে যে দেওবাৰে কিউচু দ্বীপৰ ৯৩,০০০ তকৈও অধিক ঘৰত বিদ্যুতৰ সংযোগ কাটি দিয়া হৈছে।ধুমুহাৰ ফলত কাগোছিমাৰ কানোয়া চহৰত পাচিনকো পিনবল পাৰ্লাৰৰ কিছু অংশ ভাঙি পৰিছে।

জাপানত ধুমুহাৰ বাবেই শ শ বিমান বাতিল কৰা হৈছে । জাপান এয়াৰলাইনছ আৰু অল নিপ্পন এয়াৰৱেজৰ মতে টাইফুন উত্তৰ-পূবদিশে যোৱাৰ পৰিপ্ৰেক্ষিততে বহু বিমান বাতিল কৰা হৈছে। কাগোছিমা আৰু মিয়াজাকিৰ ৰে’ল আৰু বাছকে ধৰি ৰাজহুৱা পৰিবহন বন্ধ ৰখা হৈছে। কিউচু দ্বীপত বুলেট ৰে’লৰ চলাচল স্থগিত ৰখা হৈছে।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কোন হ’ব জগদীপ ধনখৰৰ উত্তৰসূৰী? এনডিএৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে চি পি ৰাধাকৃষ্ণনৰ নাম ঘোষণা

কোন হ’ব জগদীপ ধনখৰৰ উত্তৰসূৰী? এনডিএৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে চি পি ৰাধাকৃষ্ণনৰ নাম ঘোষণা

August 17, 2025 9:12 pm
WhatsApp Screen Mirroring Fraud: নিমিষতে খালী হ’ব পাৰে বেংক একাউণ্ট

WhatsApp Screen Mirroring Fraud: নিমিষতে খালী হ’ব পাৰে বেংক একাউণ্ট

August 17, 2025 8:30 pm
হিমন্ত বিশ্ব শৰ্মাৰ হাতত চাৰিটা মোবাইল আছে, চাৰি নম্বৰ ফোনটো কংগ্ৰেছলৈ ফোন কৰিবৰ বাবে : গৌৰৱ গগৈ

হিমন্ত বিশ্ব শৰ্মাৰ হাতত চাৰিটা মোবাইল আছে, চাৰি নম্বৰ ফোনটো কংগ্ৰেছলৈ ফোন কৰিবৰ বাবে : গৌৰৱ গগৈ

August 17, 2025 8:13 pm
পাকিস্তানত ধাৰাবৃষ্টি আৰু বানৰ ফলত  ৩০০ৰো অধিক লোকৰ মৃত্যু : ২০০ৰো অধিক লোক এতিয়াও সন্ধানহীন

পাকিস্তানত ধাৰাবৃষ্টি আৰু বানৰ ফলত  ৩০০ৰো অধিক লোকৰ মৃত্যু : ২০০ৰো অধিক লোক এতিয়াও সন্ধানহীন

August 17, 2025 7:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কোন হ’ব জগদীপ ধনখৰৰ উত্তৰসূৰী? এনডিএৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে চি পি ৰাধাকৃষ্ণনৰ নাম ঘোষণা

কোন হ’ব জগদীপ ধনখৰৰ উত্তৰসূৰী? এনডিএৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে চি পি ৰাধাকৃষ্ণনৰ নাম ঘোষণা

August 17, 2025 9:12 pm
WhatsApp Screen Mirroring Fraud: নিমিষতে খালী হ’ব পাৰে বেংক একাউণ্ট

WhatsApp Screen Mirroring Fraud: নিমিষতে খালী হ’ব পাৰে বেংক একাউণ্ট

August 17, 2025 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd