• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

IPL 2022: যশপ্ৰীত বুমৰাহে আইপিএলত গঢ়িলে এক অনন্য অভিলেখ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 22, 2022 11:47 am
IPL 2022: যশপ্ৰীত বুমৰাহে আইপিএলত গঢ়িলে এক অনন্য অভিলেখ

Jasprit Bumrah

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চলিত আইপিএলৰ ৬৯ নম্বৰৰ খেলখনত শনিবাৰে নিশা মুখামুখি হৈছিল মুম্বাই ইণ্ডিয়ানছ আৰু দিল্লী কেপিটেলছ। মুম্বাইৰ ৱানখেডে ষ্টেডিয়ামত ৰোহিত শৰ্মাই টছত জিকি ঋষভ পন্তক বেটিং কৰিবলৈ পঠিয়ায়। প্ৰথমে বেটিং কৰি দিল্লীয়ে সাতটা উইকেট হেৰুৱাই ১৫৯ ৰাণ সংগ্ৰহ কৰে।

মুম্বাইৰ পেচাৰ যশপ্ৰীত বুমৰাহে সুন্দৰ বলিং প্ৰদৰ্শন কৰে। বুমৰাহে চাৰি অভাৰ বল কৰি ২৫ ৰাণৰ বিনিময়ত তিনিটা উইকেট দখল কৰে। তেওঁ দিল্লীৰ বিৰুদ্ধে আই পি এলত এক অনন্য অভিলেখ গঢ়ে।

শ্ৰীলংকাৰ কিংবদন্তী বলাৰ লাচিথ মালিংগাৰ পিছত বুমৰাহে আইপিএলৰ দ্বিতীয়গৰাকী বলাৰ হিচাপে একেৰাহে সাতটা ছিজনত ১৫ টাতকৈ অধিক উইকেট দখল কৰিছে। বুমৰাহে তেওঁৰ কেৰিয়াৰৰ ১০নম্বৰ আইপিএল সংস্কৰণ খেলিছে।

লগতে পঢ়ক: ৰাছিয়াত প্ৰৱেশ নিষিদ্ধ ৰাষ্ট্ৰপতি বিডেনকে ধৰি ৯৬৩ গৰাকী আমেৰিকা যুক্তৰাষ্ট্ৰৰ নাগৰিকৰ

বুমৰাহে ২০১৩ চনত মুম্বাইৰ জাৰ্চী পৰিধান কৰি আইপিএল কেৰিয়াৰ আৰম্ভ কৰিছিল। তেওঁ ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ বিৰুদ্ধে তেওঁৰ প্ৰথমখন খেল খেলিছিল। বুমৰাহে তেওঁৰ অভিষেক খেলখনত বিৰাট কোহলীৰ উইকেটৰ সৈতে তেওঁৰ ব্যতিক্ৰমী একচন আৰু গতিৰে চৰ্চালৈ আহিছিল।

3⃣ Big wickets 🤩
3⃣ Post-match awards 🏆
1⃣ B💥💥M spell 💙#OneFamily #DilKholKe #MumbaiIndians #MIvDC @Jaspritbumrah93 pic.twitter.com/kYFOfGzVwx

— Mumbai Indians (@mipaltan) May 21, 2022

তেতিয়াৰ পৰা তেওঁ আৰু উভতি চাবলগীয়া হোৱা নাই। তাৰপিছতে বুমৰাহৰ বাবে আন্তৰ্জাতিক ক্ৰিকেটৰ দুৱাৰো মুকলি হৈ পৰে। আজি তেওঁ ক্ৰিকেটৰ তিনিওটা ফৰ্মেটতে দেশৰ জাৰ্চীত এক অবিচ্ছেদ্য অংশ।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ওমৰ খালিদ, শ্বাৰ্জিল ইমামৰ জামিন আবেদন নাকচৰ পিছতেই ক্ষোভ অভিনেতা প্ৰকাশ ৰাজৰ

ওমৰ খালিদ, শ্বাৰ্জিল ইমামৰ জামিন আবেদন নাকচৰ পিছতেই ক্ষোভ অভিনেতা প্ৰকাশ ৰাজৰ

September 2, 2025 10:28 pm
বিটিচি নিৰ্বাচন : বিজেপিয়ে ঘোষণা কৰিলে প্ৰাৰ্থীৰ দ্বিতীয়খন তালিকা

বিটিচি নিৰ্বাচন : বিজেপিয়ে ঘোষণা কৰিলে প্ৰাৰ্থীৰ দ্বিতীয়খন তালিকা

September 2, 2025 9:40 pm
SIR-ৰ ৮৯ লাখ অভিযোগ আওকাণ নিৰ্বাচন আয়োগৰ! সমগ্ৰ প্ৰক্ৰিয়া পুনৰ কৰাৰ দাবী কংগ্ৰেছৰ

SIR-ৰ ৮৯ লাখ অভিযোগ আওকাণ নিৰ্বাচন আয়োগৰ! সমগ্ৰ প্ৰক্ৰিয়া পুনৰ কৰাৰ দাবী কংগ্ৰেছৰ

September 2, 2025 9:00 pm
কেৱল উত্তৰ প্ৰদেশতে ভোটাৰ তালিকাত ১ কোটি সন্দেহজনক ভোটাৰ! নিৰ্বাচন আয়োগৰ নিজা তদন্তত চাঞ্চল্যকৰ তথ্য

কেৱল উত্তৰ প্ৰদেশতে ভোটাৰ তালিকাত ১ কোটি সন্দেহজনক ভোটাৰ! নিৰ্বাচন আয়োগৰ নিজা তদন্তত চাঞ্চল্যকৰ তথ্য

September 2, 2025 8:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ওমৰ খালিদ, শ্বাৰ্জিল ইমামৰ জামিন আবেদন নাকচৰ পিছতেই ক্ষোভ অভিনেতা প্ৰকাশ ৰাজৰ

ওমৰ খালিদ, শ্বাৰ্জিল ইমামৰ জামিন আবেদন নাকচৰ পিছতেই ক্ষোভ অভিনেতা প্ৰকাশ ৰাজৰ

September 2, 2025 10:28 pm
বিটিচি নিৰ্বাচন : বিজেপিয়ে ঘোষণা কৰিলে প্ৰাৰ্থীৰ দ্বিতীয়খন তালিকা

বিটিচি নিৰ্বাচন : বিজেপিয়ে ঘোষণা কৰিলে প্ৰাৰ্থীৰ দ্বিতীয়খন তালিকা

September 2, 2025 9:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd