• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ঝাৰখণ্ড বিধানসভা নিৰ্বাচন : গাদী হেৰুৱাৰ পথত শাসনাধিষ্ঠ বিজেপি চৰকাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 23, 2019 1:01 pm
নৰেন্দ্ৰ মোদী আৰু ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী ৰঘুবৰ দাস

নৰেন্দ্ৰ মোদী আৰু ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী ৰঘুবৰ দাস

1.1k
VIEWS
Share on FacebookShare on Twitter

পূর্ণ গতিত চলি আছে ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ ভোটগণনা, এতিয়ালৈকে হোৱা ভোটগণনা অনুসৰি ৰঘুবৰ দাস নেতৃত্বাধীন ৰাজ্যখনৰ বৰ্তমানৰ বিজেপি পুনৰবাৰ ক্ষমতালৈ অহাৰ আশা যথেষ্ট ক্ষীণ।

৫ পৰ্যায়ত অনুষ্ঠিত হোৱা ৮১খন আসনযুক্ত ঝাৰখণ্ডৰ নিৰ্বাচনৰ বৰ্তমানলৈকে হোৱা ভোটগণনাত জেএমএম–কংগ্ৰেছ–আৰজেডি মিত্ৰজোঁটে বিজেপিতকৈ বৃহৎ সংখ্যাত অগ্ৰগতি লাভ কৰি আছে।

নিৰ্বাচন আয়োগে প্ৰকাশ কৰা তথ্য অনুসৰি দিনৰ ১২.৪২ বজালৈ বিজেপিয়ে ২৮খন আসনত আগবাঢ়ি থকাৰ বিপৰীতে জেএমএম–কংগ্ৰেছ–আৰজেডি মিত্ৰজোঁট আগবাঢ়ি আছে ৪২খন আসনত।

ইয়াৰে ঝাৰখণ্ড মুক্তি মৰ্চা (জেএমএম)য়ে ২৫খন, কংগ্ৰেছে ১২খন আৰু ৰাষ্ট্ৰীয় জনতা দল (আৰজেদি)য়ে ৫খন আসনত আগবাঢ়ি আছে। আনহাতে জেভিএম, চিপিআই (এম-এল), এনচিপি, এজেএছয়ু পাৰ্টি আৰু নিৰ্দলীয় প্ৰাৰ্থীয়ে ক্ৰমে ৪, ১, ১, ২, ৩ খন আসনত আগবাঢ়ি আছে।

২০১৪ চনৰ বিধানসভা নিৰ্বাচনত ঝাৰখণ্ডত বিজেপি মুঠ ৮১খন আসনৰ ৪৩খনত জয়লাভ কৰি চৰকাৰ গঠন কৰিছিল।

Recent News

১৭ বছৰত ৪২খন বিশ্ববিদ্যালয়ত অধ্যয়ন! ২০ টা ডিগ্ৰীৰ অধিকাৰী কোন এই গৰাকী ভাৰতীয়

১৭ বছৰত ৪২খন বিশ্ববিদ্যালয়ত অধ্যয়ন! ২০ টা ডিগ্ৰীৰ অধিকাৰী কোন এই গৰাকী ভাৰতীয়

আই চি ইউত সংকটজনক অৱস্থাত অভিনেতা; কন্যাৰ অনুৰোধত আৰ্থিক সাহায্য আগবঢ়ালে কোনে?

আই চি ইউত সংকটজনক অৱস্থাত অভিনেতা; কন্যাৰ অনুৰোধত আৰ্থিক সাহায্য আগবঢ়ালে কোনে?

ষষ্ঠ অনুসূচীৰ অধীনত হিমন্ত চৰকাৰে জনজাতীয় স্বায়ত্তশাসন হৰণ কৰাৰ অভিযোগ গৌৰৱ গগৈৰ

ষষ্ঠ অনুসূচীৰ অধীনত হিমন্ত চৰকাৰে জনজাতীয় স্বায়ত্তশাসন হৰণ কৰাৰ অভিযোগ গৌৰৱ গগৈৰ

শীঘ্ৰেই ডি ৱাই চন্দ্ৰচুড়ৰ বাংলো খালী কৰক; কেন্দ্ৰলৈ চিঠি উচ্চতম ন্যায়ালয়ৰ! ঘটনাটো কি?

শীঘ্ৰেই ডি ৱাই চন্দ্ৰচুড়ৰ বাংলো খালী কৰক; কেন্দ্ৰলৈ চিঠি উচ্চতম ন্যায়ালয়ৰ! ঘটনাটো কি?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd