• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ছিকিমত আৱদ্ধ ঝাৰখণ্ডৰ প্ৰব্ৰজিত শ্ৰমিক ঘৰমুৱা

এন ই নাও নিউজ by এন ই নাও নিউজ
May 13, 2020 8:50 am
271
VIEWS
Share on FacebookShare on Twitter

দক্ষিণ ছিকিমত আৱদ্ধ হৈ থকা ঝাৰখণ্ডৰ ষোল্ল গৰাকী প্ৰব্ৰজিত শ্ৰমিকক মঙলবাৰে নিজ ৰাজ্যলৈ ঘৰমুৱা যাত্ৰা আৰম্ভ কৰে।

ছিকিম বিশ্ববিদ্যালয়ত চলি থকা নিৰ্মাণ কাৰ্য্যৰ সৈতে জড়িত থকা এই সকল শ্ৰমিক সকলৰ ঘৰ ঝাৰখণ্ডৰ দেওঁঘৰ আৰু গিৰিদি জিলাত।

জানিব পৰা, প্ৰথম পৰ্যায়ৰ ল’কডাউনৰ সময়ৰ পৰাই এইসকল শ্ৰমিক ছিকিমত আৱদ্ধ হৈ আছিল আৰু তেওঁলোকে নিজৰ ৰাজ্যলৈ উভতি যোৱাৰ বাবে ব্যাকুল হৈ পৰিছিল।

দক্ষিণ ছিকিমৰ য়ানগাঙৰ মহকুমা দণ্ডাধীশ গ্যাটছো ভূটীয়াই উল্লেখ কৰা মতে, ৰাজ্যখনৰ আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰই ব্যৱস্থা কৰি দিয়া বাছত সম্পূৰ্ণ কোভিড-১৯-ৰ নিৰ্দেশনাৱলী পালন কৰি শ্ৰমিক সকলক নিজ নিজ ৰাজ্যলৈ পঠোৱা হৈছে।

বিভাগীয় কৰ্তৃপক্ষৰ পৰা অনুমতি লাভ কৰাৰ পাছতে দক্ষিণ ছিকিম জিলাই প্ৰয়োজনীয় প্ৰব্ৰজিত শ্ৰমিক সকলক নিজ নিজ ৰাজ্যলৈ ওভটাই পঠোৱাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰে।

আনহাতে, নিজ ৰাজ্যলৈ উভতি যাবলৈ পোৱা শ্ৰমিক সকলে চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাৰ প্ৰতি সন্তোষ ব্যক্ত কৰাৰ লগতে ছিকিম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে।

Recent News

পাণ-তামোল খোৱা দাঁত কেনেকৈ পৰিস্কাৰ কৰিব?

পাণ-তামোল খোৱা দাঁত কেনেকৈ পৰিস্কাৰ কৰিব?

আজি নিশা ৮ বজাত দেশবাসীক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

আজি নিশা ৮ বজাত দেশবাসীক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

ভাৰত-পাক যুদ্ধ বিৰতিৰ পিছতে চীন-আমেৰিকাৰ ৯০ দিনীয়া ‘শুল্ক যুদ্ধবিৰতি’ ঘোষণা

ভাৰত-পাক যুদ্ধ বিৰতিৰ পিছতে চীন-আমেৰিকাৰ ৯০ দিনীয়া ‘শুল্ক যুদ্ধবিৰতি’ ঘোষণা

যুদ্ধবিৰতিৰ পিছতে ভাৰতৰ শ্বেয়াৰ বজাৰত উত্থান! ২০০০ পইণ্টৰো অধিক বৃদ্ধি চেন্সেক্স

যুদ্ধবিৰতিৰ পিছতে ভাৰতৰ শ্বেয়াৰ বজাৰত উত্থান! ২০০০ পইণ্টৰো অধিক বৃদ্ধি চেন্সেক্স

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd