• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, August 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পাবজি(PUBG) খেলুৱৈ সকলৰ বাবে জিঅ’ৰ বিশেষ আকৰ্ষণীয় উপহাৰ জিকাৰ সুযোগ

এন ই নাও নিউজ by এন ই নাও নিউজ
July 11, 2019 6:41 pm
PUBG GamesPUBG Mobile India Tour 2019 Guwahati

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

675
VIEWS
Share on FacebookShare on Twitter

অৱশেষত ভাৰত আহি পালে পাবজি লাইট (PUBG LITE) খেল। ভাৰতত বহুদিনৰ পৰা খেলবিধ বিটা সংস্কৰণত উপলব্ধ হৈ আহিছিল। পাবজি লাইটৰ আকৰ্ষণীয় সুবিধাটো হ’ল ই সাধাৰণ লেপটপত উপভোগ্যকৈ খেলিব পৰা সুবিধাৰে ডিজাইন কৰা হৈছে।

পাবজি লাইটৰ সৈতে সহযোগী হিচাপে অন্তৰ্ভূক্ত হৈছে জিঅ’। জিঅ’ সংযোগ থকা সকলে পাবজি লাইটৰ ক্ষেত্ৰত বিশেষ সুবিধা লাভ কৰিব। ভাৰতীয়  টেলিকম প্ৰকতিষ্ঠানটোৱে পাবজি লাইটৰ ক্ষেত্ৰত জিঅ’ সংযোগ থকা সকলৰ বাবে বিনামূলীয়া স্কীনৰ সুবিধা আগবঢ়াইছে। যদিহে আপোনাৰ পাবজি লাইট আৰু জিঅ’ সংযোগ আছে তেনেহ’লে https://gamesarena.jio.com লৈ গৈ ৰেজিষ্টাৰ কৰক আৰু আকৰ্ষণীয় উপহাৰ লাভ কৰক।

পাবজি খেলুৱৈসকলে উপহাৰ জিকিবলৈ হ’লে তেওঁলোকৰ খেলত লাভ কৰা স্থিতিৰ বিষয়ে পঞ্জীয়ন কৰিব লাগিব আৰু তেওঁ সক্ৰিয় জিঅ’ উপভোক্তা হ’ব লাগিব। এবাৰ খেলুৱৈ গৰাকীয়ে নিৰ্দিষ্ট ফৰ্মখন পূৰণ কৰি জমা কৰাৰ পাছত জিঅ’ৰ তৰফৰ পৰা এটা ভেৰিফিকেশ্যন কোড পঠোৱা হ’ব য’ত উপহাৰৰ বিষয়ে উল্লেখ থাকিব।

উল্লেখযোগ্য যে, ভাৰতত ইতিমধ্যে পাবজি গেমে যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছে। পাবজি লাইট মুকলি কৰাৰ ফলত খেলবিধ খেলাটো আৰু অধিক সহজসাধ্য আৰু আকৰ্ষণীয় হৈ পৰিব বুলি আশা কৰা হৈছে।

Recent News

পিতৃ আৰক্ষী বিষয়া, কন্যা অধিবক্তা  : খোদ কন্যাই আদালতত খাৰিজ কৰালে পিতৃৰ আদেশ

পিতৃ আৰক্ষী বিষয়া, কন্যা অধিবক্তা  : খোদ কন্যাই আদালতত খাৰিজ কৰালে পিতৃৰ আদেশ

দুগৰাকীকৈ বিয়া কৰায়ো দেখা নাই সন্তানৰ মুখ : কাজিয়া লাগি স্বামীৰ যৌনাংগ কাটিলে দ্বিতীয় পত্নীয়ে

দুগৰাকীকৈ বিয়া কৰায়ো দেখা নাই সন্তানৰ মুখ : কাজিয়া লাগি স্বামীৰ যৌনাংগ কাটিলে দ্বিতীয় পত্নীয়ে

ৰাষ্ট্ৰীয় ঘাইপথৰ যানজঁটে ল’লে প্ৰাণ! এম্বুলেন্সতেই যন্ত্ৰণাময় মৃত্যু আহত মহিলাৰ

ৰাষ্ট্ৰীয় ঘাইপথৰ যানজঁটে ল’লে প্ৰাণ! এম্বুলেন্সতেই যন্ত্ৰণাময় মৃত্যু আহত মহিলাৰ

একত্ৰিত হৈছে বাঁও দলসমূহ! ৰাজ্যজুৰি জনমত গঠন কৰিবলৈ যৌথভাৱে কাম কৰিব বাঁওপন্থী দলসমূহে

একত্ৰিত হৈছে বাঁও দলসমূহ! ৰাজ্যজুৰি জনমত গঠন কৰিবলৈ যৌথভাৱে কাম কৰিব বাঁওপন্থী দলসমূহে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd