• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আমনিৰ কাঞ্চনবস্তিত হত্যাকাণ্ড, চামগুৰি আৰক্ষীৰ কব্জাত দুই মূল অভিযুক্ত

ভাৰ্গৱ হাজৰিকা by ভাৰ্গৱ হাজৰিকা
April 23, 2019 4:03 pm
Jiten Gowala murder in Nagaon's Amoni: Two prime accused arrested by Samaguri police

চামগুৰি থানাত দুই অভিযুক্ত সুনীল আৰু ৰাজু। ছবি-- নৰ্থ ইষ্ট নাও।

546
VIEWS
Share on FacebookShare on Twitter

নগাওঁ জিলাৰ আমনিৰ কাঞ্চনবস্তিত যোৱা ১৯ এপ্ৰিলৰ পুৱা পোহৰলৈ অহা জিতেন গোৱালা (৪৬) নামৰ লোকজনৰ হত্যাত জড়িত দুই মূল অভিযুক্ত চামগুৰি আৰক্ষীৰ কব্জাত পৰিছে।

ধৃত অভিযুক্ত ৰাজু ঘাটোৱাল (২৫) আৰু সুনীল ঘাটোৱাল (২৬)এ হত্যাকাণ্ডটো সংঘটিত কৰাৰ কথা জেৰাত স্বীকাৰ কৰিছে, চামগুৰি আৰক্ষীৰ দাবী।

দুয়োগৰাকী অভিযুক্তক কাঞ্চনবস্তিস্থিত নিজ বাসগৃহৰ পৰাই সোমবাৰে আৰক্ষীয়ে কৰায়ত্ত কৰিছে।

আৰক্ষী সূত্ৰই জনোৱা মতে পৰিয়ালটোত চলি অহা দীৰ্ঘদিনীয়া পাৰিবাৰিক কন্দলৰ পৰিণতিতেই লোকজনক যুৱক দুজনে হত্যা কৰিছিল।

জানিব পৰা মতে, যোৱা ওঠৰ এপ্ৰিলৰ নিশা আমনিৰ কাঞ্চনবস্তিৰ জিতেন গোৱালা নিজঘৰৰ পৰা ককায়েকৰ ঘৰলৈ যোৱাৰ পথত নিৰুদ্দেশ আছিল।

পিছদিনা পথৰ কাষত তেজৰ চেঁকুৰা আৰু সমীপৰে পথাৰৰ এটা পৰিত্যক্ত কুঁৱাৰ কাষত এজোৰ কাপোৰ দেখি প্ৰত্যক্ষদৰ্শীয়ে চামগুৰি আৰক্ষীক খবৰ দিয়ে।

প্ৰায় পাঁচ ঘণ্টাৰ পিছত নগাঁৱৰ পৰা অহা এচ দি আৰ এফ-ৰ সহযোগত আৰক্ষীয়ে কুঁৱাটোৰ পৰা মোনাত ভৰাই থোৱা অৱস্থাত এটা মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰু মৃত লোকজন স্থানীয় জিতেন গোৱালা বুলি নিশ্চিত হয়।

Recent News

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd