• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

জে এন ইউত মঞ্চস্থ হ’ব মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱনৰ ওপৰত আধাৰিত নাট

এন ই নাও নিউজ by এন ই নাও নিউজ
September 4, 2018 2:08 pm
Mahapurusha-Srimanta-Sankardev-570x320
160
VIEWS
Share on FacebookShare on Twitter

নতুন দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় (জে এন ইউ)ত প্ৰথমবাৰৰ বাবে অসমৰ বৈষ্ণৱ গুৰু, সমাজ সংস্কাৰক শ্ৰীমন্ত শংকৰদেৱৰ শিক্ষা আৰু দৰ্শন প্ৰসাৰৰ উদ্দেশ্যে তেওঁৰ জীৱন আধাৰিত এখন নাট মঞ্চস্থ হ’ব।

দ্য টেলিগ্ৰাফ কাকতত প্ৰকাশিত এটি বাতৰিত কোৱা হৈছে যে এই গোটেই পৰিকল্পনাটো গ্ৰহণ কৰিছে আন্তৰ্জাতিক সত্ৰীয়া সংস্কৃতিৰ খ্যাতনামা ব্যক্তি ভবানন্দ বৰবায়নে। বৰবায়নে জানিবলৈ দিয়ে যে অক্টোবৰত মঞ্চস্থ হ’বলগীয়া ‘ধন্যতহু শ্ৰীমন্ত শংকৰদেৱ’ জে এন ইউৰ বিদ্যাৰ্থীসকলৰ মাজত মহাপুৰুষগৰাকীৰ দৰ্শন দাঙি ধৰাৰ প্ৰথমটো পদক্ষেপ।

বাতৰিটোত লগতে কোৱা হৈছে যে বৰবায়নে লগতে বিশ্ববিদ্যালয়খনৰ জ্যেষ্ঠ বিষয়ববীয়াসকলৰ সৈতে বিশ্ববিদ্যালয়খনৰ স্কুল অফ সংস্কৃত এণ্ড ইণ্ডিক ষ্টাডিজৰ পাঠ্যক্ৰমত ‘শংকৰদেৱ’ এটা বিষয় হিচাপে ৰখাৰ বাবে প্ৰস্তাৱ আগবঢ়াইছে আৰু  তেওঁলোকৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি চলিছে।

বিশ্ববিদ্যালয়খনৰ কনভেনশ্বন চেন্টাৰত অহা ২৭ অক্টোবৰত মঞ্চস্থ হ’বলগীয়া নাটখনত জে এন ইউ আৰু তেওঁৰ দিল্লীস্থিত বিদ্যালয়ৰ ২৫ গৰাকী অভিনেতাৰ এটা দলৰ লগতে বৈষ্ণৱ সংস্কৃতিৰ পীঠস্থান মাজুলীৰ সত্ৰীয়া ভকতেও অংশ ল’ব। পৰম্পৰাগত সত্ৰীয়া সংগীতৰ আন এটা দলেও ব্ৰজবুলি ভাষাত মঞ্চস্থ হ’বলগীয়া নাটখনত ভাগ ল’ব। অহা ১৫ ছেপ্টেম্বৰৰ পৰা কৰ্মশালা তথা আখৰা আৰম্ভ হ’ব।

Recent News

ধ্বংশৰ গৰাহলৈ গতি কৰিছে মানৱ জীৱন! ডিম্বাণু আৰু শুক্ৰাণুতো পোৱা গৈছে মাইক্ৰ’প্লাষ্টিকৰ উপস্থিতি

ধ্বংশৰ গৰাহলৈ গতি কৰিছে মানৱ জীৱন! ডিম্বাণু আৰু শুক্ৰাণুতো পোৱা গৈছে মাইক্ৰ’প্লাষ্টিকৰ উপস্থিতি

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd