• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, August 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দেশৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ৰ যুটীয়া সচিৱ লাভ আগৰৱাল ক’ৰ’না প’জিটিভ

এন ই নাও নিউজ by এন ই নাও নিউজ
August 15, 2020 9:05 am
Luv Agrawal

লাভ আগৰৱাল

288
VIEWS
Share on FacebookShare on Twitter

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ৰ যুটীয়া সচিৱ লাভ আগৰৱাল ক’ৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে।

লাভ আগৰৱালে টুইটাৰযোগে তেওঁ ক’ৰ’না প’জিটিভ হোৱা বুলি জানিবলৈ দিয়ে।

আনহাতে, প্ৰাৰম্ভিক পৰ্যায়ত স্বাস্থ্য বিভাগৰ নীতি অনুসৰি তেওঁ স্বগৃহতে আইছ’লেশ্যনত থাকিব বুলিও উল্লেখ কৰে।

”স্বাস্থ্য বিভাগৰ দলে মোৰ সংস্পৰ্শলৈ অহা সকলো লোকৰ চিনাক্ত কৰাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে লগতে ময়ো মোৰ সকলো বন্ধু তথা সহকৰ্মীক ক’ৰ’না পৰীক্ষা কৰিবলৈ অনুৰোধ জনালো। আশাকৰো সকলোকে শীঘ্ৰেই লগ পাম,” আগৰৱালে লগতে কয়।

উল্লেখযোগ্য যে, দেশত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ আৰম্ভ হোৱাৰ পাছৰে পৰা লাভ আগৰৱালে সংবাদ মাধ্যমক সম্বোধন কৰি ক’ৰ’না ভাইৰাছ সম্বন্ধীয় সকলো ধৰণৰ তথ্য আগবঢ়াই আছিল।

আনহাতে, দেশৰ গৃহ মন্ত্ৰী অমিত শ্বাহ শুকুৰবাৰে চিকিৎসাৰ অন্তত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ পৰা মুক্ত হৈ উঠে।

গৃহ মন্ত্ৰী গৰাকীয়েও চিকিৎসকৰ পৰামৰ্শ অনুসৰি কেইদিনমান স্বগৃহতে আইছ’লেশ্যনত থাকিব বুলি জানিবলৈ দিছে।

Recent News

বন সংৰক্ষণ আইনৰ উলংঘন! সোণাপুৰৰ সংৰক্ষিত বনাঞ্চলত অবৈধভাবে ৰিজৰ্টৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ

বন সংৰক্ষণ আইনৰ উলংঘন! সোণাপুৰৰ সংৰক্ষিত বনাঞ্চলত অবৈধভাবে ৰিজৰ্টৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ

চাইবাৰ অপৰাধৰ ঘটনাই অভিলেখ গঢ়িছে ভাৰতত! চাইবাৰ অপৰাধীয়ে ২০২৪ বৰ্ষত ভাৰতীয়ৰ পৰা সৰকালে ২৩ হাজাৰ কোটি টকা

চাইবাৰ অপৰাধৰ ঘটনাই অভিলেখ গঢ়িছে ভাৰতত! চাইবাৰ অপৰাধীয়ে ২০২৪ বৰ্ষত ভাৰতীয়ৰ পৰা সৰকালে ২৩ হাজাৰ কোটি টকা

মালেগাঁও বিস্ফোৰণ গোচৰত মোহন ভাগৱতক গ্ৰেপ্তাৰ কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল! প্ৰাক্তন তদন্তকাৰী বিষয়াৰ দাবী

মালেগাঁও বিস্ফোৰণ গোচৰত মোহন ভাগৱতক গ্ৰেপ্তাৰ কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল! প্ৰাক্তন তদন্তকাৰী বিষয়াৰ দাবী

প্ৰাক্তন মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে খালী কৰিলে চৰকাৰী বাসগৃহ

প্ৰাক্তন মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে খালী কৰিলে চৰকাৰী বাসগৃহ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd