• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ক্ষমতাত থাকিবলৈ বিজেপি যিকোনো পৰ্যায়লৈ যাব পাৰে- কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 15, 2025 4:01 pm
ক্ষমতাত থাকিবলৈ বিজেপি যিকোনো পৰ্যায়লৈ যাব পাৰে- কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে
100
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

৭৯ সংখ্যক স্বাধীনতা দিৱসত দলৰ নতুন মুখ্য কাৰ্যালয় ইন্দিৰা ভৱনত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি শুকুৰবাৰে (১৫ আগষ্ট, ২০২৫) কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই শেহতীয়াকৈ দলটোৱে নিৰ্বাচনী খেলিমেলিৰ বিৰুদ্ধে চলোৱা অভিযানৰ ওপৰত গুৰুত্ব আৰোপ কৰি ইয়াক “গণতন্ত্ৰ ৰক্ষা”ৰ যুঁজ বুলি অভিহিত কৰে।

ভাৰতীয় জনতা পাৰ্টিয়ে “শাসনত থাকিবলৈ যিকোনো পৰিসৰৰ অনৈতিকতালৈ” যাবলৈ ইচ্ছুক বুলি অভিযোগ কৰি খাৰ্গেই দাবী কৰে যে জীৱিতসকলক মৃত বুলি ঘোষণা কৰি বিহাৰৰ নিৰ্বাচনী তালিকাৰ বিশেষ কঠোৰ পুনৰীক্ষণ (SIR)ৰ নামত বিৰোধীৰ ভোট মুকলিকৈ কৰ্তন কৰা হৈছে।

কংগ্ৰেছৰ মুৰব্বীগৰাকীয়ে দাবী কৰে যে, নিৰ্বাচনী তালিকাৰ পৰা ৬৫ লাখ লোকৰ নাম আঁতৰোৱাত বিজেপিৰ কোনো আপত্তি নাছিল আৰু ইয়াৰ পৰাই বুজা যায় যে এছআইআৰৰ অনুশীলনত কোনে লাভৱান হৈছিল।

লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীকে ধৰি দলীয় সহযোগীসকলৰ উপস্থিতিত খাৰ্গেই কয় যে, ‘এয়া নিৰ্বাচনত জয়ী হোৱাৰ যুঁজ নহয় বৰঞ্চ ভাৰতৰ গণতন্ত্ৰ ৰক্ষা আৰু সংবিধান ৰক্ষাৰ বাবেহে।

বিগত ১১ বছৰত নৰেন্দ্ৰ মোদী চৰকাৰৰ কাম-কাজক লক্ষ্য কৰি কংগ্ৰেছৰ মুৰব্বীগৰাকীয়ে নিবনুৱা সমস্যা বৃদ্ধিৰ কথা উল্লেখ কৰে, আন্তঃগাঁথনি উন্নয়নৰ নামত নিৰ্মাণৰ অমান্য আৰু নিম্নমানৰ বাবে আক্ষেপ প্ৰকাশ কৰে, আৰু কেৱল বিৰোধীক লক্ষ্য কৰি ইডি, আয়কৰ, চিবিআইৰ দৰে এজেন্সী ব্যৱহাৰ কৰি সাংবিধানিক প্ৰতিষ্ঠানসমূহ মতাদৰ্শগতভাৱে মিল থকা লোকেৰে ভৰি পৰাৰ কথা উল্লেখ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

স্বাধীনতা দিৱস উদযাপনৰ সময়ত ভাৰতীয় দূতাবাসত খালিস্তানীৰ ‘আক্ৰমণ’: প্ৰবাসী ভাৰতীয়ৰ তৎপৰতাত বিফল চক্ৰান্ত

স্বাধীনতা দিৱস উদযাপনৰ সময়ত ভাৰতীয় দূতাবাসত খালিস্তানীৰ ‘আক্ৰমণ’: প্ৰবাসী ভাৰতীয়ৰ তৎপৰতাত বিফল চক্ৰান্ত

August 15, 2025 4:34 pm
ক্ষমতাত থাকিবলৈ বিজেপি যিকোনো পৰ্যায়লৈ যাব পাৰে- কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে

ক্ষমতাত থাকিবলৈ বিজেপি যিকোনো পৰ্যায়লৈ যাব পাৰে- কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে

August 15, 2025 4:01 pm
লালকিল্লাত স্বাধীনতা দিৱসৰ দীৰ্ঘতম ভাষণ : ইন্দিৰা গান্ধীৰ অভিলেখ ভংগ কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে

লালকিল্লাত স্বাধীনতা দিৱসৰ দীৰ্ঘতম ভাষণ : ইন্দিৰা গান্ধীৰ অভিলেখ ভংগ কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে

August 15, 2025 3:57 pm
‘এইবাৰ মোক নোবেল লাগে’, নৰৱেৰ মন্ত্ৰীৰ ওচৰত দাবী উদ্বাউল ট্ৰাম্পৰ; বিনিময়ত কিহৰ প্ৰস্তাৱ?

‘এইবাৰ মোক নোবেল লাগে’, নৰৱেৰ মন্ত্ৰীৰ ওচৰত দাবী উদ্বাউল ট্ৰাম্পৰ; বিনিময়ত কিহৰ প্ৰস্তাৱ?

August 15, 2025 2:50 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

স্বাধীনতা দিৱস উদযাপনৰ সময়ত ভাৰতীয় দূতাবাসত খালিস্তানীৰ ‘আক্ৰমণ’: প্ৰবাসী ভাৰতীয়ৰ তৎপৰতাত বিফল চক্ৰান্ত

স্বাধীনতা দিৱস উদযাপনৰ সময়ত ভাৰতীয় দূতাবাসত খালিস্তানীৰ ‘আক্ৰমণ’: প্ৰবাসী ভাৰতীয়ৰ তৎপৰতাত বিফল চক্ৰান্ত

August 15, 2025 4:34 pm
ক্ষমতাত থাকিবলৈ বিজেপি যিকোনো পৰ্যায়লৈ যাব পাৰে- কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে

ক্ষমতাত থাকিবলৈ বিজেপি যিকোনো পৰ্যায়লৈ যাব পাৰে- কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে

August 15, 2025 4:01 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd