• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, June 25, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চীফ জাষ্টিছ সঞ্জীৱ খান্নাৰ পাছত ভাৰতৰ মুখ্য ন্যায়াধীশৰ দায়িত্ব ল’ব ন্যায়াধীশ ভূষণ ৰামকৃষ্ণ গাভাই-এ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 16, 2025 3:10 pm
112
VIEWS
Share on FacebookShare on Twitter

২০২৫ চনৰ ১৩ মে’ত ন্যায়াধীশ সঞ্জীৱ খান্নাই অৱসৰ লোৱাৰ পিছত ভাৰতৰ ৫২ সংখ্যক মুখ্য ন্যায়াধীশৰ দায়িত্ব গ্ৰহণ কৰিব ন্যায়াধীশ ভূষণ ৰামকৃষ্ণ গাভায়ে।

উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ ন্যায়াধীশ গাৱাইক নিযুক্তি দিবলৈ ন্যায়াধীশ খান্নাৰ পৰামৰ্শ অতি সোনকালে চৰকাৰে লাভ কৰিব। ১৪ মে’ৰ পৰা আৰম্ভ হ’ব তেওঁৰ কাৰ্যকাল, যি কাৰ্যকাল ২০২৫ চনৰ ২৩ নৱেম্বৰলৈকে থাকিব।

উল্লেখ্য যে গাভাই-এ আইনী পটভূমিৰ পৰিয়ালত জন্মগ্ৰহণ কৰিছিল। তেখেতে ২০১৯ চনত বম্বে উচ্চ ন্যায়ালয় আৰু পাছলৈ উচ্চতম ন্যায়ালয়লৈ যোৱাৰ পূৰ্বে মহাৰাষ্ট্ৰত অধিবক্তা হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল।

Recent News

গুৱাহাটীত চাঞ্চল্যকৰ হত্যাকাণ্ড! পৰকীয়া প্ৰেমৰ বাবেই পত্নী ৰূপালীক পংকজে দি আহিছিল শ্ল’ পয়জন

গুৱাহাটীত চাঞ্চল্যকৰ হত্যাকাণ্ড! পৰকীয়া প্ৰেমৰ বাবেই পত্নী ৰূপালীক পংকজে দি আহিছিল শ্ল’ পয়জন

মধ্যপ্ৰদেশত লোমহৰ্ষক ঘটনা : জামু খাবলৈ নিয়াৰ চলেৰে ৪ বছৰীয়া ভগ্নীক ধৰ্ষণ ১৮ বছৰীয়া কিশোৰৰ

মধ্যপ্ৰদেশত লোমহৰ্ষক ঘটনা : জামু খাবলৈ নিয়াৰ চলেৰে ৪ বছৰীয়া ভগ্নীক ধৰ্ষণ ১৮ বছৰীয়া কিশোৰৰ

উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত বন্ধ হ’ল হিমন্তৰ বৃক্ষধ্বংসৰ অভিযান ; আমবাৰী-দীঘলীপুখুৰীৰ আৰু এডালো গছত দিব নোৱাৰিব হাত

উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত বন্ধ হ’ল হিমন্তৰ বৃক্ষধ্বংসৰ অভিযান ; আমবাৰী-দীঘলীপুখুৰীৰ আৰু এডালো গছত দিব নোৱাৰিব হাত

এইকেইখন জিলাত আজি হ’ব পাৰে প্ৰচণ্ড ধুমুহা-বৰষুণ!

এইকেইখন জিলাত আজি হ’ব পাৰে প্ৰচণ্ড ধুমুহা-বৰষুণ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd