• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এইবাৰ আই পি এলত মুম্বাই ইণ্ডিয়ানছৰ হৈ খেলিব এইগৰাকী বলিউদ অভিনেতাই

এন ই নাও নিউজ by এন ই নাও নিউজ
December 22, 2019 12:32 pm
Kai-po-che
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা বৃহস্পতিবাৰে কলকাতাত আই পি এলৰ নীলামত হঠাতে উচ্চাৰতি হ’ল তেওঁৰ নাম। ২০ লাখ টকাৰ বিনিময়ত তেওঁক দলত ল’লে মুম্বাই ইণ্ডিয়ানছে।

পিচে, ক্ৰিকেট বিশ্বত পৰিচিত হৈ পৰাৰ পূৰ্বে এই দুৰন্ত তৰুণক দেখা গৈছে বলিউদৰ চলচ্চিত্ৰত। নাম তেওঁৰ দিগ্বিজয় দেশমুখ।

ক্ৰিকেট খেলৰ ওপৰত ২০১৩বৰ্ষত মুক্তি পোৱা “কাই প’ চে’ ছবিখনৰ যোগেদি চলচ্চিত্ৰ জগতত ভুমুকি পাৰিছিল সুশান্ত সিং ৰাজপুতে।

সুশান্তৰ সৈতে ছবিখনত অভিনয় কৰা দেখা গৈছিল দিগ্বিজয়ক। চৈধ্য বছৰীয়া “আলি’ৰ ভূমিকাত দেখা গৈছিল দেশমুখক।

সেইগৰাকী অভিনেতাই এইবাৰ বাস্তৱ জীৱনত মুম্বাই ইণ্ডিয়ানছৰ হৈ খেলপথাৰত নামিব।

বৰ্তমান ২১ বছৰীয়া দিগ্বিজয়ৰ এগৰাকী পেচ বলাৰ হিচাপে চলিত চিজনতে ঘৰুৱা ক্ৰিকেটত অভিষেক ঘটিছে।

চৈয়দ মুস্তাক আলী ট্ৰফীত মহাৰাষ্ট্ৰৰ হৈ সাতখন খেল খেলি দিগ্বিজয়ে ৯টা উইকেট লাভ কৰিছে। এতিয়া ৰোহিত শৰ্মাৰ সৈতে খেলাৰ সৌভাগ্য হ’ল খেলুৱৈগৰাকীৰ।

আই পি এলত প্ৰথমবাৰৰ সুযোগ পোৱাৰ পাছতে দেশমুখে ৰঞ্জী ট্ৰফীৰ এখন খেলত দাঙি ধৰিলে দুৰ্দান্ত প্ৰদৰ্শন।

জম্মু আৰু কাশ্মীৰৰ বিৰুদ্ধে ছয় টা উইকেট লাভ কৰাৰ লগতে বেটেৰে ৮৩ৰাণৰ এক অনবদ্য ইনিংছো খেলিলে দিগ্বিজয়ে।

তৰুণ খেলুৱৈগৰাকীয়ে জানিবলৈ দিয়ে যে তেওঁ কেতিয়াও অভিনেতা হিচাপ পৰিচিত হ’ব বিচৰা নাছিল। সৰুৰে পৰা ক্ৰিকেটাৰ হিচাপে প্ৰতিষ্ঠা হোৱাৰ সপোনহে দেখিছিল। সাত বছৰ পাছত দিগ্বিজয়ৰ সেই সপোন পূৰণ হোৱাৰ পথত।

দিগ্বিজয়ে কয়,’’হয়,মই দিগ্বিজয়। মই “কাই প’ চে’ ছবিত আলিৰ চৰিত্ৰত অভিনয় কৰিছিলো। কিন্তু মই কেতিয়াও অভিনেতা নাছিলো, ক্ৰিকেটাৰেই আছিলো। কোনোৱে মোক অভিনেতা বুলিলেই খং উঠিছিল। “কাই প’ চে’ত ক্ৰিকেটৰ বহু দৃশ্য আছিল, সেয়েহে মান্তি হৈছিলো। শ্বুটিঙৰ বাবে চাৰি মাহ ক্ৰিকেটৰ অনুশীলন কৰিব নোৱাৰাৰ বাবে মন বেয়া হৈ পৰিছিল।‘’

এতিয়া আই পি এলৰ সুযোগটো সম্পূৰ্ণৰূপে ব্যৱহাৰ কৰিবলৈ সাজু দুৰন্ত তৰুণ দিগ্বিজয়।                 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজিবলৈ আই আই টিৰ চাকৰি এৰা কোন এই প্ৰকৃতি প্ৰেমী…

জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজিবলৈ আই আই টিৰ চাকৰি এৰা কোন এই প্ৰকৃতি প্ৰেমী…

September 18, 2025 1:00 pm
নিৰ্বাচন আয়োগৰ তথ্য প্ৰদানত অবহেলা…!  স্তব্ধ হৈ পৰিছে কৰ্ণাটকৰ ভোটাৰ জালিয়াতিৰ তদন্ত

নিৰ্বাচন আয়োগৰ তথ্য প্ৰদানত অবহেলা…!  স্তব্ধ হৈ পৰিছে কৰ্ণাটকৰ ভোটাৰ জালিয়াতিৰ তদন্ত

September 18, 2025 12:21 pm
পাকিস্তানৰ সৈতে চৌদি আৰবৰ প্ৰতিৰক্ষা চুক্তি! বিবৃতি প্ৰকাশ ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ৰ…

পাকিস্তানৰ সৈতে চৌদি আৰবৰ প্ৰতিৰক্ষা চুক্তি! বিবৃতি প্ৰকাশ ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ৰ…

September 18, 2025 11:44 am
এইবাৰ ‘হাইড্ৰ’জেন বোমা ফুটালে ৰাহুলে গান্ধীয়েঃ মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰে ৰক্ষণাবেক্ষণ দিছে ভোট চোৰক!

এইবাৰ ‘হাইড্ৰ’জেন বোমা ফুটালে ৰাহুলে গান্ধীয়েঃ মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰে ৰক্ষণাবেক্ষণ দিছে ভোট চোৰক!

September 18, 2025 11:10 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজিবলৈ আই আই টিৰ চাকৰি এৰা কোন এই প্ৰকৃতি প্ৰেমী…

জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজিবলৈ আই আই টিৰ চাকৰি এৰা কোন এই প্ৰকৃতি প্ৰেমী…

September 18, 2025 1:00 pm
নিৰ্বাচন আয়োগৰ তথ্য প্ৰদানত অবহেলা…!  স্তব্ধ হৈ পৰিছে কৰ্ণাটকৰ ভোটাৰ জালিয়াতিৰ তদন্ত

নিৰ্বাচন আয়োগৰ তথ্য প্ৰদানত অবহেলা…!  স্তব্ধ হৈ পৰিছে কৰ্ণাটকৰ ভোটাৰ জালিয়াতিৰ তদন্ত

September 18, 2025 12:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd