মহা অম্বুবাচী মেলা: যাব কিদৰে, বাধা-নিষেধ ক’ত? প্ৰশাসনৰ প্ৰস্তুতি ||সবিশেষ

Kamrup district administration gears up for Kamakhya Ambubachi mela

অম্বুবাচীৰ ফাইল ছবি।

কামাখ্যাৰ মহা অম্বুবাচী মেলাক লৈ ব্যাপক প্ৰস্তুতিৰে সাজু হৈছে কামৰূপ মহানগৰ জিলা প্ৰশাসন।

বুধবাৰে উপায়ুক্ত কাৰ্য্যালয়ত সংবাদমেলযোগে প্ৰশাসন-আৰক্ষীয়ে প্ৰস্তুতি সম্পৰ্কে অৱগত কৰে। উপায়ুক্ত বিশ্বজিৎ পেগু আৰু যানবাহন শাখাৰ উপ আৰক্ষী আয়ুক্ত প্ৰশান্ত শইকীয়াই সংবাদমেল সম্বোধন কৰে।