• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পূজা মণ্ডপত থাকিব লাগিব চি চি টিভি কেমেৰা; মহানগৰীক প্ৰদূষণমুক্ত কৰাৰ লক্ষ্য প্ৰশাসনৰ

শান্তনু শইকীয়া by শান্তনু শইকীয়া
September 13, 2019 7:35 am
cbc9d3c4-77ba-4f0f-a581-7ec2580bd9cc

ফটো : নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘’সকলো পূজা মণ্ডপতে থাকিব লাগিব চি চি টিভি কেমেৰা আৰু লগতে চাফ-চিকুনতাৰ প্ৰতি দিব লাগিব বিশেষ ধ্যান।‘’

বৃহস্পতিবাৰে আগন্তুক দূৰ্গ্যোৎসৱক লৈ মহানগৰ জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৰ অধ্যক্ষতাত উপায়ুক্তৰ কাৰ্যালয়ৰ এক গুৰুত্বপূৰ্ণ বৈঠকত লোৱা হয় এই সিদ্ধান্ত।

সভাত উপায়ুক্ত গৰাকীয়ে পূজাৰ সময়ত বিভিন্ন বিভাগ সমূহে পালন কৰিব লগা দায়িত্ব সমূহৰ বিষয়ে বিস্তাৰিত ভাৱে বাখ্যা আগবঢ়ায়।

উপায়ুক্ত গৰাকীয়ে সংবাদমেলযোগে এই সকলোবোৰ কথা সদৰী কৰে।

আগন্তুক পূজাৰ সময়ত যাতে মহানগৰীক সম্পূৰ্ণৰূপে প্ৰদূষণমুক্ত কৰি গঢ়ি তুলিব পাৰি তাৰ প্ৰতি দৃষ্টি ৰাখি জিলা প্ৰশাসনে পূজা মণ্ডপ সমূহত ক্ষতিকাৰক পলিথিনৰ লগতে থাৰ্মোকলৰ সামগ্ৰী ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ কৰিছে।

তদুপৰি সকলো পূজা কমিটিয়ে যাতে পূজা মণ্ডপসমূহ সম্পূৰ্ণৰূপে প্লাষ্টিক মুক্ত কৰি গঢ়ি তোলে তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ সকলো পূজা কমিটিকে আহ্বান জনায়।

আনহাতে, এই সভাতে সকলো পূজা মণ্ডপতে সুৰক্ষা আৰু দুৰ্যোগ প্ৰশমন ব্যৱস্থাৰ ওপৰত বিশদভাৱে আলোচনা কৰা হয়।

সকলো পূজা মণ্ডপতে পৰ্যাপ্ত পোহৰৰ ব্যৱস্থা কৰিবৰ বাবে প্ৰশাসনে নিৰ্দেশনা জাৰি কৰে।

ইপিনে, পূজাৰ সময়ত যাতে সকলো চৰকাৰী চিকিৎসালয়ত চিকিৎসক উপস্থিত থাকে তাৰ প্ৰতি দৃষ্টি ৰাখিবলৈ জিলা উপায়ুক্ত গৰাকীয়ে স্বাস্থ্য বিভাগক নিৰ্দেশনা দিয়ে।

তদুপৰি, পূজাৰ সময়ত সকলো এম্বুলেন্স আৰু জৰুৰীকালীন সেৱা যাতে সকলো সময়তে উপলব্ধ হয় তাৰ বাবেও উপায়ুক্ত গৰাকীয়ে স্বাস্থ্য বিভাগক নিৰ্দেশনা জাৰি কৰিছে।

আনহাতে, পূজাৰ সময়ত যাতে বিদ্যুৎ, খোৱা পানী সকলো সময়তে উপলব্ধ হয় তাৰ প্ৰতিও দৃষ্টি ৰাখিবৰ বাবে অসম বিদ্যুৎ বিতৰণ কোম্পানী আৰু জলসম্পদ বিভাগক নিৰ্দেশনা জাৰি কৰিছে।

শান্তনু শইকীয়া

শান্তনু শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

September 16, 2025 10:00 pm
আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ  বিজেপিৰ!

আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ বিজেপিৰ!

September 16, 2025 9:00 pm
জনজাতিকৰণৰ দাবী : ৪ অক্টোবৰত উজনি অসম বন্ধৰ আহ্বান চুতীয়া জনগোষ্ঠীৰ

জনজাতিকৰণৰ দাবী : ৪ অক্টোবৰত উজনি অসম বন্ধৰ আহ্বান চুতীয়া জনগোষ্ঠীৰ

September 16, 2025 8:02 pm
ভাৰতৰ ক্ৰিকেট জাৰ্চীত দেখা নাযাব Dream11-ক: চুক্তি বাতিলৰ পাছতে এপ’ল’ টায়াৰছক দায়িত্ব

ভাৰতৰ ক্ৰিকেট জাৰ্চীত দেখা নাযাব Dream11-ক: চুক্তি বাতিলৰ পাছতে এপ’ল’ টায়াৰছক দায়িত্ব

September 16, 2025 7:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

September 16, 2025 10:00 pm
আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ  বিজেপিৰ!

আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ বিজেপিৰ!

September 16, 2025 9:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd