• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গুৱাহাটী মহানগৰীত দোকান খোলা সম্পৰ্কত জিলা উপায়ুক্ত আৰু বজাৰ কমিটিৰ মাজৰ বৈঠকত গৃহীত হ’ল এইবোৰ সিদ্ধান্ত

দীপজ্যোতি শৰ্মা by দীপজ্যোতি শৰ্মা
May 4, 2020 3:52 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজিৰ পৰা সমগ্ৰ দেশত তৃতীয় পৰ্যায়ৰ ল’কডাউন আৰম্ভ হৈছে। তৃতীয় পৰ্যায়ৰ ল’কডাউনৰ সময়ছোৱাৰ বিভিন্ন নীতি-নিৰ্দেশনা সম্পৰ্কত আজি কামৰূপ মহানগৰ জিলা উপায়ুক্ত আৰু বজাৰ কমিটিৰ মাজত এখন বৈঠক অনুষ্ঠিত হয়।

এই বৈঠকত কোনখন দোকান কেতিয়া খুলিব পাৰিব ইত্যাদি বিষয় আলোচনা কৰা হয়। বৈঠকৰ অন্তত জিলা উপায়ুক্তই সংবাদ মাধ্যমক সম্বোধন কৰে।

সংবাদ মাধ্যমক সম্বোধন কৰি উপায়ুক্ত গৰাকীয়ে কামৰূপ মহানগৰ জিলাত মাৰ্কেট কমপ্লেক্স বা মল খুলিব নোৱাৰিব বুলি উল্লেখ কৰাৰ লগতে কমপ্লেক্সত থকা কাৰ্য্যালয়সমূহো খুলিব নোৱাৰিব বুলি কয়।

আনহাতে, কাৰ্য্যালয় সমূহ খোলাৰ বাবে যদি অত্যাধিক প্ৰয়োজন হয় তেতিয়া উপায়ুক্তৰ কাৰ্যালয়ত আবেদন কৰিব লাগিব বুলি উপায়ুক্ত গৰাকীয়ে জনিবলৈ দিয়ে।

তদুপৰি, উপায়ুক্ত গৰাকীয়ে বৰ্তমানলৈ এখন দোকান সপ্তাহত দুদিনহে খোলাৰ অনুমতি দিয়া হৈছে বুলি উল্লেখ কৰি দেওবাৰে সকলো দোকান বন্ধ ৰাখিব লাগিব বুলিও জনায়।

দোকানৰ বিল্ডিঙৰ মালিক সকলক দোকান খোলাৰ ক্ষেত্ৰত প্ৰয়োজনীয় ব্যৱস্থা নিৰ্ধাৰণৰ দায়িত্ব প্ৰদান কৰা হৈছে বুলিও তেও জনায়।

পাইকাৰী আৰু খুচুৰা ব্যৱসায়ী সকলৰ বাবে এক তৃতীয়াংশ খোলাৰ নিয়ম বান্ধি দিয়া হৈছে। চাহৰ দোকান, ৰেষ্টুৰেণ্ট অথবা আইচক্ৰিমৰ দোকান খোলা থাকিব যদিও দোকানত বহি কোনো খাদ্য ব্যস্তু গ্ৰহণ কৰিবলৈ দিয়া নহ’ব বুলি উল্লেখ কৰি উপায়ুক্ত গৰাকীয়ে এইক্ষেত্ৰত দোকান সমূহে হোম ডেলীভাৰী অথবা গ্ৰাহক সকলে দোকানৰ পৰা বস্তু লৈ গৈ খাব লাগিব বুলি কয়।

জিলা প্ৰশাসনে বান্ধি দিয়া নিয়ম ভংগ কৰিলে কামৰূপ মহানগৰ জিলা প্ৰশাসনে বিহীত ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে গুৱাহাটী পৌৰ নিগমৰ অনুজ্ঞা পত্ৰ বাতিল কৰা হ’ব বুলিও উপাযুক্ত গৰাকীয়ে সকীয়াই দিয়ে ৷

দীপজ্যোতি শৰ্মা

দীপজ্যোতি শৰ্মা

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

নেপালত গঠন হ’ল অন্তৱৰ্তীকালীন চৰকাৰ! প্ৰাক্তন মুখ্য ন্যায়াধীশ সুশীলা কাৰ্কী হ’ব মুখ্য উপদেষ্টা

নেপালত গঠন হ’ল অন্তৱৰ্তীকালীন চৰকাৰ! প্ৰাক্তন মুখ্য ন্যায়াধীশ সুশীলা কাৰ্কী হ’ব মুখ্য উপদেষ্টা

September 10, 2025 6:16 pm
‘ভাৰতৰ সংবিধানক লৈ আমি গৰ্বিত’- নেপালৰ অশান্তিৰ উদ্ধৃতি দি মুখ্য ন্যায়াধীশ বি আৰ গাভাই

‘ভাৰতৰ সংবিধানক লৈ আমি গৰ্বিত’- নেপালৰ অশান্তিৰ উদ্ধৃতি দি মুখ্য ন্যায়াধীশ বি আৰ গাভাই

September 10, 2025 5:54 pm
আইআইটি খড়গপুৰঃ হোষ্টেলত সুকীয়াকৈ নাই আমিষ-নিৰামিষভোজীৰ বাবে আসন, শিক্ষাৰ্থীৰ প্ৰতিবাদত সলনি সিদ্ধান্ত

আইআইটি খড়গপুৰঃ হোষ্টেলত সুকীয়াকৈ নাই আমিষ-নিৰামিষভোজীৰ বাবে আসন, শিক্ষাৰ্থীৰ প্ৰতিবাদত সলনি সিদ্ধান্ত

September 10, 2025 5:28 pm
ঐশ্বৰ্য ৰায়ৰ পাছত ভুৱা এআই-জেনেৰেটেড ভিডিঅ’ৰ বিৰুদ্ধে দিল্লী হাইকোৰ্টৰ দ্বাৰস্থ অভিষেক বচ্চন

ঐশ্বৰ্য ৰায়ৰ পাছত ভুৱা এআই-জেনেৰেটেড ভিডিঅ’ৰ বিৰুদ্ধে দিল্লী হাইকোৰ্টৰ দ্বাৰস্থ অভিষেক বচ্চন

September 10, 2025 4:20 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নেপালত গঠন হ’ল অন্তৱৰ্তীকালীন চৰকাৰ! প্ৰাক্তন মুখ্য ন্যায়াধীশ সুশীলা কাৰ্কী হ’ব মুখ্য উপদেষ্টা

নেপালত গঠন হ’ল অন্তৱৰ্তীকালীন চৰকাৰ! প্ৰাক্তন মুখ্য ন্যায়াধীশ সুশীলা কাৰ্কী হ’ব মুখ্য উপদেষ্টা

September 10, 2025 6:16 pm
‘ভাৰতৰ সংবিধানক লৈ আমি গৰ্বিত’- নেপালৰ অশান্তিৰ উদ্ধৃতি দি মুখ্য ন্যায়াধীশ বি আৰ গাভাই

‘ভাৰতৰ সংবিধানক লৈ আমি গৰ্বিত’- নেপালৰ অশান্তিৰ উদ্ধৃতি দি মুখ্য ন্যায়াধীশ বি আৰ গাভাই

September 10, 2025 5:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd